• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এগৰাকী-দুগৰাকী নহয়! একাধিক নাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক CR7ৰ, বলীউডৰ কোন অভিনেত্ৰী আছে তালিকাত?

এগৰাকী-দুগৰাকী নহয়! একাধিক নাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক CR7ৰ, বলীউডৰ কোন অভিনেত্ৰী আছে তালিকাত?

3 years ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

5 minutes ago
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

42 minutes ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

58 minutes ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

1 hour ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 hours ago
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

2 hours ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

3 hours ago
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

4 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

4 hours ago
এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

4 hours ago
বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

4 hours ago
কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এগৰাকী-দুগৰাকী নহয়! একাধিক নাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক CR7ৰ, বলীউডৰ কোন অভিনেত্ৰী আছে তালিকাত?

editor by editor
February 5, 2023
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব
0
এগৰাকী-দুগৰাকী নহয়! একাধিক নাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক CR7ৰ, বলীউডৰ কোন অভিনেত্ৰী আছে তালিকাত?
0
SHARES
18.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কেলেণ্ডাৰৰ পৃষ্ঠামতে ৩৮ বছৰীয়া হ’ল প্ৰাক্তন মানচেষ্টাৰ ইউনাইটেডৰ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে৷ বয়স কেৱল মাথো এটা সংখ্যাহে সেই কথাৰ প্ৰমাণ ৰোনাল্ডোৱে বাৰে বাৰেই দি আহিছে৷ খেলৰ সমান্তৰালকৈ ব্যক্তিগত জীৱনো ৰঙীন ৰোনাল্ডোৰ৷ এক সময়তে একাধিক মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্কতো আছে ৰোনাল্ডো৷ অবিবাহিত ৰোনাল্ডোৰ বৰ্তমানলৈ আছে ৫ সন্তানো৷ এগৰাকীৰ পাছত আনগৰাকী নাৰী আহিছে ৰোনাল্ডোৰ জীৱনলৈ৷ বাৰে বাৰে প্ৰেম৷ প্ৰেমত স্থায়ীত্ব কিমান সেয়া ৰোনাল্ডোৰ বাবে অপ্ৰযোজনীয়৷ ৰোনাল্ডোৰ প্ৰথম প্ৰেম কেতিয়া আৰম্ভ হৈছিল সেয়া বহুতেই জানিবলৈ আগ্ৰহী৷

ৰোনাল্ডোৰ প্ৰথম প্ৰেম হৈছিল ২০০৭ চনত৷ জেম্মা এটকিনছনৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছিল ৰোনাল্ডো৷ কিন্তু এই সম্পৰ্ক বেছিদিন টিকি নাথাকিল৷ জেম্মা এগৰাকী মডেল তথা অভিনেত্ৰী৷ ৰোনাল্ডোৰ সৈতে ব্ৰেকআপৰ পাছতেই জেম্মীয়ে এটা ইণ্টাৰভিউত কৈছিল যে এই সম্পৰ্ক গোপনে ৰাখিবলৈকে জেম্মীক দিয়া হৈছিল বহু পৰিমানৰ ধন৷

ইয়াৰ পাছতেই ২০১০ চনত ৰাছিয়ান মডেল ইৰিনাৰ সৈতে সম্পৰ্ক গঢ়ে ৰোনাল্ডোৱে৷ পাঁচ বছৰ ধৰি দুয়ো এই সম্পৰ্কত থাকে৷ কিন্তু ব্যক্তিগত কাৰণত পাছলৈ দুয়োৰে মাজত দূৰত্ব আহে৷ ইৰিনাৰ পাছত আকৌ প্ৰেমত পৰিল ৰোনাল্ডো৷ এইবাৰৰ প্ৰেয়সী টেলিভিছন সাংবাদিক লুছিয়া ভিলালেন৷ লুছিয়াৰ প্ৰেমত হাবুডুবু খাই বেছ কিছুদিন গ’ল যদিও দুয়োৰে সম্পৰ্ক সোনকালেই শেষ হয়৷
আকৌ প্ৰেম আহিল৷ স্পেনিছ সুন্দৰী নেৰিডা গাৰ্লোদাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আগবঢ়ালে ৰোনাল্ডোৱে৷ এসময়ত বলীউডৰ সুন্দৰী অভিনেত্ৰী বিপাশা বাসুৰ সৈতেও নাম সাঙোৰ খাইছিল ৰোনাল্ডোৰ৷ পৰ্তুগালৰ লিছবনৰ এটা পাৰ্টীত দুয়োৱে চুম্বন কৰা এটা ভিডিঅ’ই হৈ চৈ লগাইছিল সামাজিক মাধ্যমত৷ বৰ্তমান জৰ্জিনাৰ সৈতে সম্পৰ্কত আছে ৰোনাল্ডো৷ বিবাহপাশত আৱদ্ধ নহ’লেও দুয়োৰে আছে ৫ টাকৈ সন্তানো৷ দুয়োৰে মাজৰ সম্পৰ্ক বেছ কিছু সুখৰ বুলি বহুসময়ত ৰোনাল্ডোৱে নিজেই প্ৰকাশো কৰি আহিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো
জীৱনশৈলী

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?
জীৱনশৈলী

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
Next Post
থাইৰয়েড হৈছে নেকি? ভৰিত দেখা দিয়া এই ৩ টা উপসৰ্গ চায়েই বুজিব…

থাইৰয়েড হৈছে নেকি? ভৰিত দেখা দিয়া এই ৩ টা উপসৰ্গ চায়েই বুজিব...

সিদ্ধাৰ্থ মলহোত্ৰা আৰু কিয়াৰা আদৱানী কাৰ সম্পত্তিৰ পৰিমাণ বেছি? জানি লওক সবিশেষ…

সিদ্ধাৰ্থ মলহোত্ৰা আৰু কিয়াৰা আদৱানী কাৰ সম্পত্তিৰ পৰিমাণ বেছি? জানি লওক সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.