• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Real Life Tarzan! ৪১ বছৰ কটালে অতব্য অৰণ্যত, নাৰী আৰু যৌনতা কি সেয়াও নাজানে!

Real Life Tarzan! ৪১ বছৰ কটালে অতব্য অৰণ্যত, নাৰী আৰু যৌনতা কি সেয়াও নাজানে!

4 years ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

4 hours ago
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

4 hours ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

4 hours ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

5 hours ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

5 hours ago
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

6 hours ago
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

7 hours ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

8 hours ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

9 hours ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

10 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

11 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

Real Life Tarzan! ৪১ বছৰ কটালে অতব্য অৰণ্যত, নাৰী আৰু যৌনতা কি সেয়াও নাজানে!

editor by editor
July 8, 2022
in জীৱনশৈলী, বিবিধ
0
Real Life Tarzan! ৪১ বছৰ কটালে অতব্য অৰণ্যত, নাৰী আৰু যৌনতা কি সেয়াও নাজানে!
0
SHARES
63.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাম তেওঁৰ হো ভান লাং৷ ভিয়েটনামৰ লোক৷ বৰ্তমান বয়স ৪৯ বছৰ৷ জীৱনৰ ৪৯ টা বছৰৰ ভিতৰত ৪১ টা বছৰে অতব্য অৰণ্যত কটাইছো এই লোকজনে৷

ভান লাঙে পিতৃ আৰু ভাতৃৰ সৈতে ভিয়েটনাম যুদ্ধৰ পৰা পলায়ন কৰাৰ পিছত কোৱাং ঙাই প্ৰদেশৰ টাই ট্ৰা জিলাৰ গভীৰ অৰণ্যত ৪১ বছৰ সম্পূৰ্ণ বিচ্ছিন্নতাত কটায়।

বৰ্তমান ৪৯ বছৰীয়া হো ভান লাঙৰ উদ্ধৃতিৰে দ্য ছান-এ প্ৰকাশ কৰা অনুসৰি ১৯৭২ চনত ভিয়েটনাম যুদ্ধৰ সময়ত আমেৰিকাৰ বোমা বিস্ফোৰণৰ ফলত মাতৃ আৰু আন দুই ভাতৃৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ পিতৃয়ে হো ভান লাং আৰু এজন ভাতৃক লগত লৈ অতব্য অৰণ্যলৈ পলায়ন কৰে।

লগতে পঢ়ক ঈদ-উজ-জোহাৰত কোৰবানী দিব পাৰিব নে? কি ক’লে অসম চৰকাৰে?

সেইদৰেই ৪০ বছৰতকৈও অধিক সময় দেউতাকৰ সৈতে জংঘলত বাস কৰা বাস্তৱ জীৱনৰ টাৰ্জান হো ভান লাঙে নাৰীৰ অস্তিত্ব বা যৌনতা কি সেই বিষয়ে কোনো ধাৰণাই নাই।

মৌ, ফল-মূল আৰু বনজ জীৱ-জন্তু খাই, আশ্ৰয় শিবিৰ নিৰ্মাণ কৰি সম্পূৰ্ণৰূপে জনবসতিৰ পৰা আঁতৰি থাকি জীৱন নিৰ্বাহ কৰিছিল তেওঁলোকে। কিন্তু ২০১৩ চনত তেওঁৰ পিতৃ আৰু ভাতৃসহ তিনিওকে বিচ্ছিন্ন জীৱনৰ পৰা ‘উদ্ধাৰ’ কৰি স্থানীয় এখন গাঁওলৈ অনা হৈছিল৷ ইয়াৰ পিছতে তাত তেওঁলোকে লাহে লাহে সভ্যতাৰ লগত খাপ খুৱাই লৈছে। এতিয়া তেওঁলোক দুৰ্গম অৰণ্যৰ কাষৰ এখন ওচৰৰ গাঁৱৰ এটা ঘৰত বসবাস কৰে।

২০১৫ চনত বিশ্বৰ দুৰ্গম, জনবসতিহীন অঞ্চলত ছুটী উদযাপন কৰিবলৈ যোৱা ড’কাষ্টৱেৰ পৰিচালন সঞ্চালক আলভাৰো চেৰেজোৱে পৰিয়ালটোক সাক্ষাৎ কৰাৰ পিছতে কৈছিল, ‘‘দূৰত মানুহক দেখিলেই তেওঁলোকে সদায় পলায়ন কৰিছিল। লাঙৰ পিতৃয়েও মানুহৰ মাজলৈ উভতি আহিবলৈ ভয় কৰিছিল। কাৰণ তেওঁ বিশ্বাস কৰা নাছিল যে ভিয়েটনাম যুদ্ধ শেষ হৈছে!’’

লগতে পঢ়ক বংলাদেশীয় মুছলমান নহয়, বদৰুদ্দিন আজমলৰ পূৰ্বপুৰুষ হিন্দু আছিল!

তেওঁ লগতে কয়, ‘‘এতিয়াও অতি আচৰিত কথাটো হ’ল যে তেওঁ আজিও পুৰুষ আৰু মহিলাৰ মাজৰ পাৰ্থক্যৰ বিষয়ে নাজানে৷ মই নিশ্চিত যে লাঙৰ যৌনতাৰ বিষয়ে ন্যূনতমো জ্ঞান নাই আৰু মানুহৰ প্ৰজনন প্ৰক্ৰিয়া সম্পৰ্কেও সম্পূৰ্ণ অজ্ঞ।’’

তেওঁৰ মতে হো ভেন লাঙৰ দেউতাকে তেওঁলোকক কেতিয়াও যৌনতাৰ বিষয়ে কোৱা নাছিল। আলভাৰো চেৰেজোৱেও কয়, ‘‘মই তেওঁৰ লগত জংঘলত থাকোঁতে দেখিছিলো যে তেওঁ বাদুলিকে জলপানৰ দৰেই খাইছিল।’’

অৰণ্যত পোৱা সামগ্ৰীৰ পৰাই তিনিওজনে সদায় জুই জ্বলাই ৰাখিছিল আৰু সঁজুলি, কাটলেৰী, ৰন্ধা-বঢ়াৰ বাচন-বৰ্তন তৈয়াৰ কৰিছিল। দেউতাকৰ স্বাস্থ্যৰ অৱনতি হ’বলৈ ধৰালৈকে লেঙৰ জীৱনটো ভালেই চলি আছিল।

লগতে পঢ়ক আক্ৰমণৰ ৬ ঘণ্টাৰ পিছতে মৃত্যু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ

চেৰেজোৱে লগতে কয় যে, “দেউতাকৰ দুৰ্বল মানসিক অৱস্থাৰ বাবে লাঙে যোৱা কেইবছৰমান মানসিক চাপ আৰু উদ্বেগেৰে জীৱন পাৰ কৰি আহিছে৷’’

গোটেই জীৱন অৰণ্যত পাৰ কৰা বাবে লাঙে মানৱ সমাজৰ মৌলিক সামাজিক ধাৰণা কি সেয়া বুজি নাপায়। চেৰেজোৱে কয়, ‘‘যদি মই লাঙক কাৰোবাক প্ৰহাৰ কৰিবলৈ কওঁ, তেওঁ সেয়া কৰিব। কাৰণ, তেওঁ ভাল বেয়াৰ পাৰ্থক্য একো বুজি নাপায়। লাং মাত্ৰ এটা শিশু। তেওঁ একো নাজানে।’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHo Van LangReal-life tarzanvietnamVietnam War in 1972
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?
জীৱনশৈলী

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

July 30, 2026
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং
বিনোদন

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

July 30, 2026
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ
উত্তৰ-পূব

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

July 30, 2026
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?
অপৰাধ

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

July 30, 2026
Next Post
ৰকেট্ৰি: দ্য নাম্বি ইফেক্ট, এইখন কাৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি?

ৰকেট্ৰি: দ্য নাম্বি ইফেক্ট, এইখন কাৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি?

পুৰুষৰ বাবে বৃহৎ সকাহ! বিবাহৰ প্ৰতিশ্ৰুতিৰে কৰা যৌন সম্পৰ্ক ধৰ্ষণ নহয়

পুৰুষৰ বাবে বৃহৎ সকাহ! বিবাহৰ প্ৰতিশ্ৰুতিৰে কৰা যৌন সম্পৰ্ক ধৰ্ষণ নহয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.