• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্বল হৈ পৰিছে নেকি আপোনাৰ বন্ধু তথা স্বামী, দেখাত সুস্থ-সবল হ’লেও থাকিব পাৰে এই সমস্যা

দুৰ্বল হৈ পৰিছে নেকি আপোনাৰ বন্ধু তথা স্বামী, দেখাত সুস্থ-সবল হ’লেও থাকিব পাৰে এই সমস্যা

2 years ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

17 minutes ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

38 minutes ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

2 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

10 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

11 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

11 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

12 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

12 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

13 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

15 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

15 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুৰ্বল হৈ পৰিছে নেকি আপোনাৰ বন্ধু তথা স্বামী, দেখাত সুস্থ-সবল হ’লেও থাকিব পাৰে এই সমস্যা

editor by editor
April 25, 2024
in জীৱনশৈলী, স্বাস্থ্য
0
দুৰ্বল হৈ পৰিছে নেকি আপোনাৰ বন্ধু তথা স্বামী, দেখাত সুস্থ-সবল হ’লেও থাকিব পাৰে এই সমস্যা
0
SHARES
294
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্বল হৈ পৰিছে নেকি আপোনাৰ বন্ধু তথা স্বামী, দেখাত সুস্থ-সবল হ’লেও থাকিব পাৰে এই সমস্যা

সাধাৰণ জীৱন যাপন কৰি থকা দেখাত একেবাৰে সুস্থ-সবল ব্যক্তি এজনো কেতিয়াবা কোনো ভিতৰুৱা সমস্যাত ভুগিব পাৰে। আজিকালিৰ দিনটো বহু ক্ষেত্ৰতে ভিতৰুৱা কোনো কোনো ৰোগ থকা দেখা বা শুনা যায়।

যি ৰোগৰ কথা হয়তো বহু পুৰুষেই মুকলিকৈ কবলৈ কিছু শংকা তথা লাজবোধ কৰে। এই ক্ষেত্ৰত এগৰাকী মহিলাই সহায় কৰিব পাৰে পুৰুষ সংগীক।

কিয় হয় সম্পৰ্কত দুৰ্বল , দুৰ্বলতাৰ কাৰণ হিচাপে কবলৈ গলে প্ৰথমেই আহে মানসিক কাৰণ। বিভিন্ন সমীক্ষাৰ পৰা দেখা গৈছে যে, অধিকাংশ ক্ষেত্ৰতে সম্পৰ্কত দুৰ্বলতাৰ কাৰণ শাৰীৰিক নহয়। বৰং মানসিক চিন্তা, ভয়, শোক, শংকা, উদ্বেগ আদি বিভিন্ন কাৰকে শাৰীৰিকভাৱে সক্ষম লোক এজনকো যৌন সম্পৰ্কত অক্ষম কৰি তুলিব পাৰে।

কৰ্মব্যস্ততা আৰু হীনমন্যতাও এটা সম্পৰ্কত পুৰুষৰ দুৰ্বলতাৰ কাৰণ হ’ব পাৰে। এনে ধৰণৰ কিবা কাৰণত এবাৰ বিফল হ’লে বহু পুৰুষ হতাশ হৈ পৰে আৰু পুনৰ বিফলতাৰ আশংকাই তেওঁক অধিক দুৰ্বল কৰি তোলে।

তেনে ধৰণৰ পূৰ্ব ধাৰণা বা বিফলতাৰ আশংকাত ভুগি মানসিক কাৰণত হোৱা বিফলতা চিকিৎসকৰ লগত মুকলিমূৰীয়াকৈ আলোচনা আৰু পৰামৰ্শ গ্ৰহণৰ যোগেদি সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি। এনে আলোচনা আৰু মানসিক চিকিৎসাৰ ফলত ৰোগীৰ মনলৈ আত্মবিশ্বাস ঘূৰি আহে আৰু পিছলৈ সফলতা লাভ কৰিবলৈ সক্ষম হয়।

শাৰীৰিক কাৰণো এই ক্ষেত্ৰত দেখা যায়, মানসিক কাৰণৰ লগতে অন্যান্য কিছুমান শাৰীৰিক ৰোগৰ কাৰণেও মানুহ এজন দুৰ্বলতা বা শাৰীৰিক অক্ষমতাত ভুগিব পাৰে। দীৰ্ঘদিন ধৰি ভুগি থকা উচ্চৰক্ত চাপ, মধুমেহ, স্নায়ু দুৰ্বলতা, অন্ত:স্ৰাৱী গ্ৰন্থিৰ অস্বাভাৱিক হৰমোন নি:সৰণ প্ৰক্ৰিয়া(থাইৰয়ড, পিটুইটেৰী, এড্ৰিনেল গ্ৰন্থি) শুক্ৰাশয়, অণ্ডকোষ, প্ৰোষ্টেট গ্লেণ্ড আৰু প্ৰজনন অংগৰ ৰোগ আদিৰ বাবেও দুৰ্বলতা বা অক্ষমতাই দেখা দিব পাৰে।

স্বপ্নদোষ, অতিমাত্ৰা হস্তমৈথুন বা অপ্ৰাকৃতিক ৰতিক্ৰিয়াৰ বাবেও সাময়িকভাৱে দুৰ্বলতাই দেখা দিব পাৰে। কিন্তু এনেধৰণৰ কাৰ্যই স্থায়ীভাৱে সমস্যা কৰিব নোৱাৰে। তথাপি অতিমাত্ৰা হস্তমৈথুন আৰু অপ্ৰাকৃতিক ৰতিক্ৰিয়াই বিৰূপ মানসিক প্ৰভাৱ পেলায়।

শীঘ্ৰ পতনো এক সমস্যা, বহুতো পুৰুষে ‘শীঘ্ৰ পতন’ নামৰ উপসৰ্গত ভোগে। তেনেলোকৰ উত্তেজনা আৰু ক্ষমতা স্বাভাৱিক যদিও উত্তেজনা অহাৰ লগে লগে বা শাৰীৰিক সংস্পৰ্শলৈ অহাৰ মুহূৰ্ততে বীৰ্য স্খলন হৈ যায়। তেনেধৰণৰ উপসৰ্গকে ‘শীঘ্ৰ পতন’ বোলা হয়।

কিছুমান পুৰুষৰ নাৰী সংগীৰ সৈতে স্পৰ্শ আদি প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰ সময়তে বীৰ্য স্খলন হয়। কোনো কোনো লোকৰ নাৰীৰ শৰীৰ স্পৰ্শ মাত্ৰেই তীব্ৰ উত্তেজনা বশত: স্খলন হয়। এইসকল ‘শীঘ্ৰ পতন’ৰ ৰোগী।

শীঘ্ৰ পতনৰো প্ৰধান কাৰণ মানসিক যদিও শাৰীৰিক দুৰ্বলতা আৰু কোনো ধৰণৰ দীৰ্ঘদিনীয়া ৰোগৰ বাবে দুৰ্বলতাৰ দৰে শীঘ্ৰ পতনৰ উপসৰ্গই দেখা দিব পাৰে। এনে ধৰণৰ ৰোগীয়েই সাধাৰণতে স্বপ্নদোষৰো চিকাৰ হয়। অৰ্থাৎ ক্ষন্তেকৰ তীব্ৰ উত্তেজনা বশত: নিদ্ৰামগ্ন অৱস্থাতে বীৰ্য স্খলন হৈ যায়।

স্বপ্নদোষ যদিও দীৰ্ঘদিনীয়া অতৃপ্তিৰ ফলত হোৱা এক স্বাভাৱিক ঘটনা তথাপি এই উপসৰ্গ সঘনাই ঘটি থাকিলে ৰোগী মানসিকভাৱে ভাগি পৰে। এনেবিলাক লক্ষণে দেখা দিলে তৎক্ষণাত অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল। আয়ুৰ্বেদত এনেধৰণৰ যৌন দুৰ্বলতাজনিত ৰোগৰ ভাল চিকিৎসা ব্যৱস্থা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: healthHealth CheckupHealth IssueHumanMen IssueMens Problems
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়
জীৱনশৈলী

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

July 7, 2026
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

July 7, 2026
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি
জীৱনশৈলী

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

July 6, 2026
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক
বিশ্ব

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

July 6, 2026
Next Post
বিষ্ণুৰ প্ৰিয় মাহত কৰক এই কাম, প্ৰসন্ন কৰক মা লক্ষ্মীক

বিষ্ণুৰ প্ৰিয় মাহত কৰক এই কাম, প্ৰসন্ন কৰক মা লক্ষ্মীক

কিদৰে যাব আজিৰ দিনটো, ৰাজনীতিৰ সৈতে জড়িত এই সকল লোকৰ ভাগ্য উদয় হ’ব

কিদৰে যাব আজিৰ দিনটো, ৰাজনীতিৰ সৈতে জড়িত এই সকল লোকৰ ভাগ্য উদয় হ'ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.