• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমস্যাত ‘মেটা’; বন্ধ হ’ব ফে’চবুক আৰু ইনষ্টাগ্ৰাম!

সমস্যাত ‘মেটা’; বন্ধ হ’ব ফে’চবুক আৰু ইনষ্টাগ্ৰাম!

4 years ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

3 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

3 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

3 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

4 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

4 hours ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

5 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

7 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

8 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

9 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

9 hours ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

11 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সমস্যাত ‘মেটা’; বন্ধ হ’ব ফে’চবুক আৰু ইনষ্টাগ্ৰাম!

editor by editor
February 7, 2022
in গুৱাহাটী, প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত
0
সমস্যাত ‘মেটা’; বন্ধ হ’ব ফে’চবুক আৰু ইনষ্টাগ্ৰাম!
0
SHARES
340
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বন্ধ হোৱাৰ সম্ভাৱনা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফে’চবুক আৰু ইনষ্টাগ্ৰাম৷ সমস্যাৰ সন্মুখীন হৈছে মাৰ্ক জুকাৰবাৰ্গৰ ‘মেটা’৷ মেটাই নিজৰ বাৰ্ষিক প্ৰতিবেদনত উল্লেখ কৰিছে এই কথা৷ ইউৰোপত কৰ্ম সম্পাদনত জটিলতাৰ সন্মুখীন হৈছে মেটা৷ সেয়েহে শীঘ্ৰেই ইউৰোপত ফে’চবুক আৰু ইনষ্টাগ্ৰাম সেৱা বন্ধ কৰিব পাৰে প্ৰতিষ্ঠানটোৱে৷ প্ৰতিবেদনত উল্লেখ অনুসৰি, যদি ব্যৱহাৰকাৰীৰ তথ্য আমেৰিকা ছাৰ্ভাৰত ট্ৰান্সফাৰ, ষ্ট’ৰ আৰু প্ৰচেচ কৰাৰ অপচন নাথাকে তেন্তে সোনকালেই বন্ধ কৰিব এই সেৱা৷

কি সমস্যাত মেটা?

ৰিপ’ৰ্ট অনুসৰি, যদি কোনো নতুন ফ্ৰেমৱৰ্ক শীঘ্ৰেই তৈয়াৰ নকৰে বা উপলব্ধ মডেল ব্যৱহাৰ কৰাৰ অনুমতি লাভ নকৰে তেন্তে বন্ধ কৰিব লাগিব ফে’চবুক আৰু ইনষ্টাগ্ৰাম সেৱা৷

পূৰ্বে ব্যৱহাৰকাৰীৰ তথ্য ট্ৰান্সফাৰৰ বাবে প্ৰতিষ্ঠানটোৱে Privacy Shield নীতি ব্যৱহাৰ কৰিছিল কিন্তু ২০২০ চনৰ জুলাইত ইউৰোপীয় ক’ৰ্টে Privacy Shield ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24facebookinstagram may shut downmark zuckerbergmeta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

জুলাই মাহটো আপোনাৰ কেনে যাব?

June 30, 2026
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?
জীৱনশৈলী

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

June 30, 2026
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?
ভাৰত

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

June 30, 2026
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা
বিবিধ

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

June 30, 2026
Next Post
ঈশ্বৰ আল্লা তেৰে নাম… ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন শ্বাহৰুখ খান

ঈশ্বৰ আল্লা তেৰে নাম… ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন শ্বাহৰুখ খান

ৰাজ্যত সম্পূৰ্ণ স্বাভাৱিক হ’ব জীৱন-যাত্ৰা! প্ৰত্যাহাৰ কৰা হ’ব সকলো কোভিড SOP!

ৰাজ্যত সম্পূৰ্ণ স্বাভাৱিক হ’ব জীৱন-যাত্ৰা! প্ৰত্যাহাৰ কৰা হ’ব সকলো কোভিড SOP!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.