• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যত সম্পূৰ্ণ স্বাভাৱিক হ’ব জীৱন-যাত্ৰা! প্ৰত্যাহাৰ কৰা হ’ব সকলো কোভিড SOP!

ৰাজ্যত সম্পূৰ্ণ স্বাভাৱিক হ’ব জীৱন-যাত্ৰা! প্ৰত্যাহাৰ কৰা হ’ব সকলো কোভিড SOP!

5 years ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

43 minutes ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

1 hour ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

1 hour ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

2 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

3 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

4 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

4 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

5 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

5 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

6 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

7 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

ৰাজ্যত সম্পূৰ্ণ স্বাভাৱিক হ’ব জীৱন-যাত্ৰা! প্ৰত্যাহাৰ কৰা হ’ব সকলো কোভিড SOP!

editor by editor
February 7, 2022
in অসম, ক'ভিড-১৯
0
ৰাজ্যত সম্পূৰ্ণ স্বাভাৱিক হ’ব জীৱন-যাত্ৰা! প্ৰত্যাহাৰ কৰা হ’ব সকলো কোভিড SOP!
0
SHARES
481
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম  লাইভ ২৪ঃ ৰাজ্যত সম্পূৰ্ণ স্বাভাৱিক হ’ব জীৱন যাত্ৰা৷ প্ৰায় দুটা বছৰে ৰাজ্যবাসীক শ্বাসৰুদ্ধ কৰি ৰখা কোভিড প্ৰটকলৰ পৰা মুক্তি দিয়া হ’ব৷

এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ সোমবাৰে জনতা ভৱনত আহ্বান কৰা এক সংবাদ মেলত এই কথা সদৰী কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অতি শীঘ্ৰেই ৰাজ্যবাসীক কোভিড SOPৰ মুক্ত কৰি দিয়া হ’ব৷ অৱশ্যে মাস্ক পৰিধান আৰু চেনিটাইজাৰ ব্যৱহাৰ পূৰ্বৰ দৰেই বাহাল থাকিব৷

সংবাদ মেলত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় ৰাজ্যবাসীয়ে এইবাৰ বাপতিসাহোন ব’হাগ বিহু মনৰ ইচ্ছাৰে অনুষ্ঠিত কৰিব পাৰিব৷ ইফালে আগন্তুক সময়ত ৰাজ্য কেবাটাও নিৰ্বাচন অনুষ্ঠিত হ’ব বুলিও সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷

অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত কোভিড SOP সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে ৰাজ্যৰ বিদ্যালয়সমূহো খুলি দিয়া হ’ব৷

১৫ ফেব্ৰুৱাৰীলৈকে ৰাজ্যত কোভিডৰ পৰিৱেশ ভাল হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে সদৰী কৰে যে ১৫ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ অনুষ্ঠিত হ’বলগীয়া ১০ বছৰীয়া পুৰণি বিহু সন্মিলন কেইখনক চৰকাৰে ডেৰ লাখ টকাকৈ অনুদান দিব।

ব্যৱসায়ীসকলক অসমৰ ৰাইজক মৰমৰ দৃষ্টিৰে চাবলৈ অনুৰোধ জনাই মুখ্যমন্ত্ৰীয়ে কয় যে বিহুৰ ওপৰত কোনো নীতি-নিৰ্দেশনা নাথাকিব। সকলোৱে মুকলিকৈ অনুষ্ঠিত কৰিব পাৰিব বিহু। সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰিব পাৰিব।

ইফালে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ্থীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক কৰা হ’ব৷ তেওঁ সকলো পৰীক্ষাৰ্থীকে ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

আনহাতে, সভা সমিতি, চিনেমা হল আদিলৈ যোৱা লোকসকলেও দুয়োপালি ভেকচিন ল’ব।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে এপ্ৰিলত গুৱাহাটী পৌৰ নিগম, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনো অনুষ্ঠিত কৰা হ’ব বুলিও ঘোষণা কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam cmassam live 24axom live 24cm himanta biswa sarmacovid sop
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ
অসম

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?
অসম

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

September 21, 2026
Next Post
UGCৰ নতুন খচৰা! শিক্ষাৰ্থীৰ অনুপাতে শিক্ষক হ্ৰাস! চাকৰি যাব বহু কলেজ শিক্ষকৰ!

UGCৰ নতুন খচৰা! শিক্ষাৰ্থীৰ অনুপাতে শিক্ষক হ্ৰাস! চাকৰি যাব বহু কলেজ শিক্ষকৰ!

JNUৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্যৰূপে নিযুক্তি লাভ শান্তিশ্ৰী পণ্ডিতৰ

JNUৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্যৰূপে নিযুক্তি লাভ শান্তিশ্ৰী পণ্ডিতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.