• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেছবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামত বিভ্ৰাট, কি কৈছে মেটাই?

ফেছবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামত বিভ্ৰাট, কি কৈছে মেটাই?

1 year ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

8 minutes ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

22 minutes ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

2 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

2 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

19 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

20 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

20 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

21 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

22 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

22 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

23 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ফেছবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামত বিভ্ৰাট, কি কৈছে মেটাই?

ফেছবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামত বিভ্ৰাট, কি কৈছে মেটাই?

editor by editor
December 12, 2024
in প্ৰযুক্তি, বিজ্ঞান
0
ফেছবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামত বিভ্ৰাট, কি কৈছে মেটাই?
0
SHARES
87
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বজুৰি হঠাৎ বন্ধ হৈ গ’ল হোৱাটছএপ, ফেছবুক আৰু ইনষ্টাগ্ৰাম পৰিসেৱা৷ বাৰ্তা আদানপ্ৰদানৰ সময়ত অসুবিধাত পৰিল বহু ব্যৱহাৰকাৰী৷ কিন্তু হঠাৎ এনে কি সমস্যা আহিল মেটাৰ? সেই সম্পৰ্কে স্পষ্টকৈ নকলেও  এটা বিশেষ বাৰ্তা দিছে মেটাই৷ পৰিসেৱা দ্ৰুত আৰু স্বাভাৱিক কৰাৰ চেষ্টা কৰা হৈছে বুলি জনাইছে মেটাৰ তৰফৰ পৰা৷

বুধবাৰে নিশা প্ৰায় ১১.৩০ৰ পৰা হোৱাটছ এপ, ফেছবুক, ইনষ্টাগ্ৰাম, মেছেঞ্জাৰৰ গ্ৰাহকে এই সমস্যাৰ সন্মুখীন হৈছে৷ মেটাৰ তৰফৰ পৰা জনোৱা হৈছে এনেদৰে, ‘আমি জানিব পাৰিছো, প্ৰযুক্তিগত সমস্যাৰ কাৰণে কিছু ব্যৱহাৰকাৰীয়ে আমাৰ এপ ব্যৱহাৰ কৰিব পৰা নাই৷ আমি যিমান সম্ভৱ সোনকালে এই পৰিসেৱা স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে কাম কৰিছো৷ অসুবিধা দিয়াৰ বাবে ক্ষমাপ্ৰাৰ্থী৷’

বহুতেই ফেছবুক বা হোৱাটছএপ বা সকলো সামাজিকমাধ্যমৰ পৰিসেৱাই কাম কৰা নাই৷ বহুতৰেই লগ ইন কৰোতে সমস্যাই দেখা দিছে৷ হোৱাটছএপত মেছেজ পঠাবলৈ গৈ সমস্যাত পৰিছে বহুতেই৷ ফেছবুকত পোষ্ট কৰিবলৈ গৈ সমস্যাত পৰিছে ব্যৱহাৰকাৰী৷ সমস্যা হয় ইনষ্টাগ্ৰাম, মেছেঞ্জাৰৰো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?
জীৱনশৈলী

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

January 30, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য
জীৱনশৈলী

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

January 29, 2026
আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?
জীৱনশৈলী

আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

January 27, 2026
Next Post
অতুল সুভাছৰ পদক্ষেপক লৈ দেশজুৰি কিয় ইমান চৰ্চা? দেশত পুৰুষৰ বাবে কি কি আইন আছে?

অতুল সুভাছৰ পদক্ষেপক লৈ দেশজুৰি কিয় ইমান চৰ্চা? দেশত পুৰুষৰ বাবে কি কি আইন আছে?

২০৩৪ ৰ ফিফা বিশ্বকাপ হ’ব ছৌদি আৰৱত, ৩মহাদেশৰ ৬দেশত হ’ব ২০৩০ৰ ফিফা বিশ্বকাপ, ডাঙৰ ঘোষণা ফিফাৰ

২০৩৪ ৰ ফিফা বিশ্বকাপ হ’ব ছৌদি আৰৱত, ৩মহাদেশৰ ৬দেশত হ’ব ২০৩০ৰ ফিফা বিশ্বকাপ, ডাঙৰ ঘোষণা ফিফাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.