• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ, বস্ত্ৰ লৈ গ’ল ধৰ্ষণকাৰীয়ে, বিবস্ত্ৰা হৈ ২ কিঃমিঃ খোজেৰে ঘৰত উপস্থিত ভুক্তভোগী

অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ, বস্ত্ৰ লৈ গ’ল ধৰ্ষণকাৰীয়ে, বিবস্ত্ৰা হৈ ২ কিঃমিঃ খোজেৰে ঘৰত উপস্থিত ভুক্তভোগী

3 years ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

3 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

4 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

5 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

6 hours ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

6 hours ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

8 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

8 hours ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

8 hours ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

9 hours ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

9 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ, বস্ত্ৰ লৈ গ’ল ধৰ্ষণকাৰীয়ে, বিবস্ত্ৰা হৈ ২ কিঃমিঃ খোজেৰে ঘৰত উপস্থিত ভুক্তভোগী

editor by editor
September 22, 2022
in অপৰাধ, ভাৰত
0
অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ, বস্ত্ৰ লৈ গ’ল ধৰ্ষণকাৰীয়ে, বিবস্ত্ৰা হৈ ২ কিঃমিঃ খোজেৰে ঘৰত উপস্থিত ভুক্তভোগী
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্য এক বৰ্বৰ তথা জঘন্য ঘটনা পোহৰলৈ আহিছে৷ এইবাৰ এগৰাকী কিশোৰীক দলৱদ্ধ ধৰ্ষণৰ পাছত বিবস্ত্ৰা কৰি ধৰ্ষণকাৰীয়ে ঘৰলৈ পঠিয়াই দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে৷

ঘটনাটো উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ৷ মোৰাদাবাদৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘটনাটো আজিৰ পৰা প্ৰায় দুপসপ্তাহৰ পূৰ্বে সংঘটিত হৈছিল যদিও শেহতীয়াকৈ ঘটনা সম্পৰ্কীয় এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতহে ঘটনাটো সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে এগৰাকী ১৫ বছৰীয়া নাবালিকাগৰাকী গাঁৱৰে এখন মেলালৈ যোৱাৰ পথত পাঁচ যুৱকে অপহৰণ কৰি নিয়ে৷ ইয়াৰ পাছতে পাঁচ যুৱকে কিশোৰীগৰাকীক দলৱদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে৷

লগতে পঢ়ক গৰ্ভৱতী মহিলাক ধৰ্ষণ তিনি লোকৰ! ইয়াৰ পাছতে গৰ্ভপাত হয় মহিলাগৰাকীৰ

ইফালে কিশোৰীগৰাকীৰ চিৎকাৰ শুনি ঘটনাস্থীলত গৈ এজন লোক উপস্থিত হোৱাত ধৰ্ষণকাৰীয়ে কিশোৰীগৰাকীৰ কাপোৰ লৈ সেই স্থানৰ পৰা পলায়ন কৰে৷ ইয়াৰ পাছতে কিশোৰীগৰাকীয়ে বিবস্ত্ৰা হৈ প্ৰায় ২ কিলোমিটাৰ খোজকাঢ়ি গৈ ঘৰত উপস্থিত হয়৷

বাটত বিবস্ত্ৰা কিশোৰীগৰাকীক দেখি কোনো লোকেই কাপোৰ নিদিয়াৰো অভিযোগ উত্থাপন হৈছে৷ আনহাতে কিছু লোকে উলংগ কিশোৰীগৰাকীৰ ভিডিঅ’ ৰেকৰ্ডিঙো কৰে৷ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতহে ঘটনাটো সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে৷

কিশোৰীগৰাকীৰ ককাকে সংবাদ মাধ্যমৰ আগত কয়, ‘‘ঘৰলৈ উভতি আহোঁতে তাইৰ প্ৰচুৰ ৰক্তক্ষৰণ হৈ আছিল। ঘৰলৈ উভতি আহিয়ে আমাক সকলো কথা ক’লে।’’

লগতে পঢ়ক যুৱতীক জ’মেটো ডেলিভাৰী বয়ৰ চুমা! কি ক’লে ফুড ডেলিভাৰী প্ৰতিষ্ঠান জ’মেটোৱে?

ককাকে আন এক বিস্ফোৰক অভিযোগ কৰি কয় যে এজাহাৰ দিয়াৰ পাছতো আৰক্ষীয়ে প্ৰথমে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ইয়াৰ পিছত তেওঁলোকে জিলা আৰক্ষী অধীক্ষকৰ কাষ চাপে। কিশোৰীগৰাকীৰ পৰিয়ালে যোৱা ৭ ছেপ্টেম্বৰতে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল।

অভিযুক্তৰ পৰিয়ালৰ লোকে কিশোৰীগৰাকীক হত্যা কৰাৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰিছে। এজাহাৰটো এই কথা উল্লেখ কৰা হৈছে। অতিৰিক্ত আৰক্ষী অধীক্ষক (গ্ৰাম্য) সন্দীপ কুমাৰ মীনাই কয়, ‘ভাৰতীয় দণ্ডবিধি, পি অ’ চি এছ অ’ আইনৰ ৩৭৬ ডি ধাৰাত এফ আই আৰ দাখিল কৰা হৈছে। ১৫ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল এজন অভিযুক্তক। বাকী অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰখা হৈছে।

প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশত দুগৰাকী দলিত ভগ্নীৰ ধৰ্ষণ আৰু হত্যাৰ অভিযোগক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সেই ঘটনাৰ আলোড়নৰ মাজতে মোৰাদাবাদৰ এই ঘটনাই ৰাজ্যখনত মহিলাৰ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ
ক্ৰীড়া

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

March 10, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
Next Post
ধৰ্মীয় সহিষ্ণুতা আৰু সম্প্ৰীতিৰ অপূৰ্ব নিৰ্দশন! মন্দিৰলৈ ১ কোটি টকাৰ সামগ্ৰী দান মুছলমান ব্যক্তিৰ

ধৰ্মীয় সহিষ্ণুতা আৰু সম্প্ৰীতিৰ অপূৰ্ব নিৰ্দশন! মন্দিৰলৈ ১ কোটি টকাৰ সামগ্ৰী দান মুছলমান ব্যক্তিৰ

হাগ্ৰামা পত্নীৰ মালিকানাধীন বিলাসী ৰিজ’ৰ্টত বড়ো যুৱতীক যৌন নিগ্ৰহৰ চেষ্টা মাতাল যুৱকৰ

হাগ্ৰামা পত্নীৰ মালিকানাধীন বিলাসী ৰিজ’ৰ্টত বড়ো যুৱতীক যৌন নিগ্ৰহৰ চেষ্টা মাতাল যুৱকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.