• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে দাদাছাহেব ফাল্কে বঁটাৰে সন্মানিত মিথুন চক্ৰৱৰ্তী

চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে দাদাছাহেব ফাল্কে বঁটাৰে সন্মানিত মিথুন চক্ৰৱৰ্তী

2 years ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

16 minutes ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

1 hour ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

1 hour ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

3 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

3 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

3 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

4 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

5 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

5 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

6 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে দাদাছাহেব ফাল্কে বঁটাৰে সন্মানিত মিথুন চক্ৰৱৰ্তী

editor by editor
September 30, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে দাদাছাহেব ফাল্কে বঁটাৰে সন্মানিত মিথুন চক্ৰৱৰ্তী
0
SHARES
128
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে দাদাছাহেব ফাল্কে বঁটাৰে সন্মানিত মিথুন চক্ৰৱৰ্তী

প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীৰ নামত সংযোজন হৈছে আন এক কৃতিত্ব। তেওঁক দাদাছাহেব ফালকে বঁটা প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে টুইট কৰি এই কথা ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত মিথুনক এই বঁটা প্ৰদান কৰা হ’ব। ২০২৪ চনৰ ৮ অক্টোবৰত এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক্স হেণ্ডলেযোগে এই তথ্য সদৰি কৰে। অহা ৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব।

টুইটটোত লিখা আছে, ‘মিথুন চক্ৰৱৰ্তীৰ উল্লেখযোগ্য চিনেমাৰ যাত্ৰাই প্ৰজন্মক অনুপ্ৰাণিত কৰে। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই সন্মান দিয়া হৈছে। অভিনেতাগৰাকীৰ বাবে এই সন্মানীয় বঁটা ঘোষণা কৰাত তেওঁৰ অনুৰাগীসকল অতিশয় আনন্দিত।

অভিনেতা মিথুন কেৱল অভিনয়ৰ বিশেষজ্ঞই নহয় একচন আৰু নৃত্যৰ ক্ষেত্ৰতো বিশেষজ্ঞ। তেওঁ বিভিন্ন ভাষাত – বাংলা, হিন্দী, উড়িয়া, ভোজপুৰী, তামিল, তেলেগু, কানাড়া আৰু পাঞ্জাবী আদি ছবিত কাম কৰিছে। তেওঁৰ বলীউডৰ প্ৰথম ছবি আছিল ডো অঞ্জানে। এই ছবিখনত তেওঁৰ ভূমিকা আছিল অতি কম। ইয়াৰ পিছত তেওঁ তেৰে প্যাৰ মেইন, প্ৰেম বিবাহ, হম পাঞ্চ, ডিস্কো ডান্সাৰ, হম ছে হায় জামানা, ঘৰ এক মন্দিৰ, অগ্নিপথ, তিতলি, গোলমাল ৩, খিলাড়ী ৭৮৬ আৰু দ্য তাছকেণ্ড ফাইলছত কাম কৰে।

অভিনয়ৰ উপৰিও মিথুন চক্ৰৱৰ্তীয়ে যুদ্ধ কলাৰ বিশেষজ্ঞ প্ৰশিক্ষণ লোৱাৰ লগতে ব্লেক বেল্ট অধিকাৰীয়ো। ৮০ৰ দশকৰ জনপ্ৰিয় অভিনেতা মিথুন। হিন্দী চলচ্চিত্ৰত ডিক্সো নৃত্যৰ নতুন পৰিচয় দিছিল। কেৱল মিথুনৰ নৃত্যৰ বাবেই ছবিখন হিট হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Dada Saheb PhalkeIndian MovieMithun Chakrabarty
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
Next Post
শূণ্যতে ৰোহিত-চিৰাজৰ আচৰিত কেচ, ভাইৰেল ভিডিঅ’

শূণ্যতে ৰোহিত-চিৰাজৰ আচৰিত কেচ, ভাইৰেল ভিডিঅ'

মংগল গ্ৰহৰ বিশেষ কৃপাৰে ৩টা ৰাশিৰ জীৱন মজাৰে পাৰ হ’ব, নষ্ট কাম সফল হ’ব

মংগল গ্ৰহৰ বিশেষ কৃপাৰে ৩টা ৰাশিৰ জীৱন মজাৰে পাৰ হ'ব, নষ্ট কাম সফল হ'ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.