• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদী ফ্ৰান্সলৈ যোৱাৰ আঁৰত এইকেইটা উদ্দেশ্য, দেশবাসীয়ে অচিৰেই লাভ কৰিব ভাল খবৰ!

মোদী ফ্ৰান্সলৈ যোৱাৰ আঁৰত এইকেইটা উদ্দেশ্য, দেশবাসীয়ে অচিৰেই লাভ কৰিব ভাল খবৰ!

3 years ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

23 minutes ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

1 hour ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

2 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

2 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

3 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

4 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

5 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

5 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

6 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

7 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মোদী ফ্ৰান্সলৈ যোৱাৰ আঁৰত এইকেইটা উদ্দেশ্য, দেশবাসীয়ে অচিৰেই লাভ কৰিব ভাল খবৰ!

editor by editor
July 14, 2023
in বিশ্ব, ভাৰত, ৰাজনীতি
0
মোদী ফ্ৰান্সলৈ যোৱাৰ আঁৰত এইকেইটা উদ্দেশ্য, দেশবাসীয়ে অচিৰেই লাভ কৰিব ভাল খবৰ!
0
SHARES
164
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দুদিনীয়া ভ্ৰমণেৰে পেৰিছলৈ গৈছে প্ৰধানমন্ত্ৰী মোদী। ফ্ৰান্সৰ প্ৰেছিডেণ্ট ইমানুয়েল মেক্ৰণৰ আমন্ত্ৰণতেই বৃহস্পতিবাৰে ‘বাস্তিল দিৱস’ত অংশ ল’বলৈ পেৰিছত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। ফ্ৰান্সত উপস্থিত হৈয়েই মোদীয়ে কয়, ‘ভাৰত আৰু ফ্ৰান্সৰ পাৰস্পৰিক সম্পৰ্কৰ ২৫বছৰ সম্পূৰ্ণ হৈছে। এই সম্পৰ্কৰ খাতিৰতেই মোৰ এই ভ্ৰমণ।’

মোদী ফ্ৰান্সৰ ভ্ৰমণলৈ যোৱাক লৈ একাংশই কৈছে, এই যাত্ৰাত ভাৰতৰ বাবে মোদীয়ে ২৬খন ‘ৰাফেল এম বা মেৰিন ৰাফেল’ ক্ৰয়ৰ পৰিকল্পনা কৰিছে মোদীয়ে। ইয়াৰোপৰি এই যাত্ৰাতেই চূড়ান্ত হ’ব পাৰে ফ্ৰান্সৰ সৈতে যৌথ উদ্যোগত ‘স্কৰপেন’ ডুবাৰু জাহাজো তৈয়াৰৰ বুজাবুজিও হ’ব পাৰে। দেশৰ বায়ুসেনাক শক্তিশালী কৰাৰ বাবে ৫৯ হাজাৰ কোটি টকাৰ বিনিময়ত মেক্ৰণ চৰকাৰৰ পৰা ৩৬খন ৰাফেল ক্ৰয় কৰিছে। ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত এই চুক্তি স্বাক্ষৰ হৈছিল। দেশৰ প্ৰযুক্তিৰে তৈয়াৰ কৰা হৈছিল যুদ্ধবিমান তেজছ। ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছিল। কেইবাখনো যুদ্ধবিমান ইতিমধ্যেই ভাৰতীয় বায়ুসেনাৰ হাতত আছে। আগন্তুক কেইবাটাও বছৰৰ ভিতৰত যুদ্ধবিমানত নতুন প্ৰযুক্তি আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে মোদী শাসনাধীন চৰকাৰে।

তেজছৰ ওপৰিও কেইবাখনো যুদ্ধবিমান আছে ভাৰতৰ হাতত। কিন্তু আকৌ কিয় মেৰিল ৰাফেল কিনিবলৈ আগবাঢ়িছে ভাৰত? বিগত মাহতেই আমেৰিকালৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী। আমেৰিকাৰ সৈতেও মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ চুক্তি কৰিছে। আমেৰিকাৰ হাতত আছে বিশ্বৰ অন্যতম শক্তিশালী যুদ্ধবিমান ‘ছুপাৰ হৰ্নেট’।ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনোৱা অনুসৰি প্ৰাথমিকভাৱে মেৰিণ ৰাফেলৰ ওপৰিও আমেৰিকাৰ বিমান প্ৰস্তুতকাৰক সংস্থাৰ পৰা এফ-এ১৮ চুপাৰ হৰ্নেটো যুদ্ধবিমান ক্ৰয়ৰ ক্ষেত্ৰত বাছনি কৰা হৈছে। দুটা ইঞ্জিনৰ শক্তিশালী যুদ্ধবিমানক লৈ পৰীক্ষা-নিৰীক্ষাও আৰম্ভ কৰিছে।

গোৱাৰ নৌ সেনাৰ প্ৰশিক্ষণ কেন্দ্ৰত আইএনএছ হংসৰ পৰা দুখন যুদ্ধবিমানৰ কাৰ্যকাৰিতা কেইবামাহ ধৰি চলি আছে। কিন্তু কোনো বিশেষ কাৰণত আমেৰিকাৰ সেই যুদ্ধবিমান ক্ৰয়ৰ ক্ষেত্ৰত বিশেষ আগনাবাঢ়িলে ভাৰতে। ফলত ছুপাৰ হৰ্নেট কিনাৰ পৰিকল্পনা বাদ দিলে ভাৰতে। যুদ্ধবিমান কিনাৰ পুৰণা বন্ধু দেশ ফ্ৰান্সৰ ওপৰতেই ভৰষা আছে ভাৰতৰ।

ফৰাছী নৌবাহিনীয়েও এই মেৰিন ৰাফেল ব্যৱহাৰ কৰে। ৰাফেলৰ এই নতুন সংস্কৰণ পুৰণি ৰাফেলতকৈ পৃথক। ৰাফেলৰ পৰা এখোজ আগুৱাই এই মেৰিণ ৰাফেল তৈয়াৰ কৰিছে ফ্ৰান্সে। ৰাফেলৰ তুলনাত ৰাফেল এম যুদ্ধবিমানৰ চকাৰ শক্তি বেছি। অৱতৰণৰ সময়ত দূৰ্ঘটনা নহ’বলৈকে এই যুদ্ধবিমানৰ চকা বিশেষভাৱে তৈয়াৰ কৰা হৈছে। মেৰিণ ৰাফেল এনেকৈ তৈয়াৰ কৰা হৈছে যাতে বিমানখনে যুদ্ধৰ বাহিৰেও অন্য কাম কৰিবলৈকো সক্ষম।

অৱতৰণৰ সুবিধা আৰু কোনো প্ৰয়োজনীয় সামগ্ৰী বহনৰ ক্ষমতা থকাৰ ওপৰিও এই মেৰিণ ৰাফেলৰ পিছৰফালে এটা বিশেষ হুক আছে। এই হুক পুৰণি ৰাফেলত নাই। এই যুদ্ধবিমানৰ পাংখা ভাজ কৰিব পাৰি। মেৰিণ ৰাফেলৰ অস্ত্ৰ পৰিবহণ ক্ষমতা তুলনামূলকভাৱে বেছি। আধুনিক ‘এণ্টি চিপ’ ক্ষেপনাস্ত্ৰৰ ওপৰিও ‘এয়াৰ টু ছাৰ্ফেছ’ ক্ষেপনাস্ত্ৰও উৰোৱাব পাৰে এই যুদ্ধবিমানে। বিশেষ কেইবাটাও বৈশিষ্ট্যৰ বাবে মেৰিণ ৰাফেলৰ ওজন পুৰণা ৰাফেলৰ তুলনাত বেছি।

আইএনএছ বিক্ৰমাদিত্য আৰু আইএনএছ বিক্ৰান্তত ব্যৱহাৰৰ বাবে কেইবা বছৰ পূৰ্বেই ৰুছ যুদ্ধবিমান মিগ-২৯ৰ পৰিবৰ্তে আন বিমানৰ সন্ধান কৰিছিল ভাৰতীয় নৌসেনাই। কেইবাবাৰো বিক্ৰমাদিত্য দেশীয় প্ৰযুক্তিত তৈয়াৰ কৰা পাতল যুদ্ধবিমান তেজছৰো ‘এৰোষ্টেড লেণ্ডিং’ পৰীক্ষা কৰা হৈছিল। এই তেজছ যুদ্ধবিমানে এৰোষ্টেড হুকৰ মাধ্যমেৰে মাত্ৰ ৯০ মিটাৰ ব্যৱধানতেই ২৪৪ কিঃমিঃ ৰ পৰা শূন্যলৈ নামি আহিব পাৰে। কিন্তু অস্ত্ৰবহন ক্ষমতাৰ ক্ষেত্ৰত ৰাফেল ইয়াতকৈ আগবাঢ়ি আছে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ে পূৰ্বে জনোৱা অনুসৰি ভাৰতৰ সামৰিক শক্তিৰ চাবিকাঠি তেজচতেই লুকাই আছে। কিন্তু দেশীয় যুদ্ধবিমানৰ আধুনিক সংস্কৰণ ভাৰতৰ বায়ুসেনাৰ হাতলৈ আহিবলৈ এতিয়াও বহু বছৰ বাকী। তেজচ অহাৰ আগলৈকে শত্ৰু মোকাবিলাত মেৰিণ ৰাফেলেই ভৰষা হৈ পৰিছে সামৰিক বিশেষজ্ঞসকলৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
পাঁচ মাহৰ ভিতৰত আজি অষ্টমটো চিতাৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ ওপজা দিনত কুন্নো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা ৮ চিতাই সাবটিলে মৃত্যুক

পাঁচ মাহৰ ভিতৰত আজি অষ্টমটো চিতাৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ ওপজা দিনত কুন্নো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা ৮ চিতাই সাবটিলে মৃত্যুক

গৰ্বিত অসমবাসী! অসম সন্তানৰ হাতৰ ৰিমটৰ টিপাতেই উৎক্ষেপণ হ’ল চন্দ্ৰযান-৩

গৰ্বিত অসমবাসী! অসম সন্তানৰ হাতৰ ৰিমটৰ টিপাতেই উৎক্ষেপণ হ’ল চন্দ্ৰযান-৩

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.