• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কামটো কৰি উঠি প্ৰতিগৰাকী নাৰীকেই কয় এটাই কথা- ডেটলেৰে গা ধোৱা

কামটো কৰি উঠি প্ৰতিগৰাকী নাৰীকেই কয় এটাই কথা- ডেটলেৰে গা ধোৱা

2 years ago
বাদামে বৃদ্ধি কৰে নেকি দৃষ্টিশক্তি?

বাদামে বৃদ্ধি কৰে নেকি দৃষ্টিশক্তি?

12 minutes ago
পাকিস্তানী বক্সাৰক প্ৰচণ্ড চৰ এইজন ভাৰতীয় ইনফ্লুৱেন্সাৰৰ

পাকিস্তানী বক্সাৰক প্ৰচণ্ড চৰ এইজন ভাৰতীয় ইনফ্লুৱেন্সাৰৰ

45 minutes ago
খানাপাৰাৰ পৰা গুৱাহাটী ষ্টেশ্যনলৈ হ’ব ৰোপৱে

খানাপাৰাৰ পৰা গুৱাহাটী ষ্টেশ্যনলৈ হ’ব ৰোপৱে

1 hour ago
EDৰ বৃহৎ অভিযান, চাৰ্টাৰ্ড বিমানকে ধৰি জব্দ আম্বানীৰ ৫১০ কোটি টকাৰ সম্পত্তি

EDৰ বৃহৎ অভিযান, চাৰ্টাৰ্ড বিমানকে ধৰি জব্দ আম্বানীৰ ৫১০ কোটি টকাৰ সম্পত্তি

2 hours ago
ছাদ্দাম হুছেইনৰ বাবে বিপদ বাঢ়িছে ঘনকান্ত গগৈৰ

ছাদ্দাম হুছেইনৰ বাবে বিপদ বাঢ়িছে ঘনকান্ত গগৈৰ

3 hours ago
WhatsAppত আহিল এই নতুন সুবিধা!

WhatsAppত আহিল এই নতুন সুবিধা!

3 hours ago
বিলাস ইন কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল! ভবাতকৈও নৃ*শংস আছিল ঘাতক ঘনকান্ত?

বিলাস ইন কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল! ভবাতকৈও নৃ*শংস আছিল ঘাতক ঘনকান্ত?

4 hours ago
হাৰ্ডিক পাণ্ডিয়াক লৈ জল্পনা-কল্পনাৰ অন্ত নেকি? MIত একেলগে খেলিব অৰ্শ্বদ্বীপ-বুমৰাহ!

হাৰ্ডিক পাণ্ডিয়াক লৈ জল্পনা-কল্পনাৰ অন্ত নেকি? MIত একেলগে খেলিব অৰ্শ্বদ্বীপ-বুমৰাহ!

4 hours ago
‘অনিৰ্দিষ্টকাললৈ প্ৰতিবাদস্থলী দখলৰ অধিকাৰ কাৰোৱেই নাই’

‘অনিৰ্দিষ্টকাললৈ প্ৰতিবাদস্থলী দখলৰ অধিকাৰ কাৰোৱেই নাই’

5 hours ago
টাইগাৰ শ্ৰফৰ পিছত এইবাৰ এইজন তাৰকালৈ প্ৰাণনাশৰ ভাবুকি

টাইগাৰ শ্ৰফৰ পিছত এইবাৰ এইজন তাৰকালৈ প্ৰাণনাশৰ ভাবুকি

5 hours ago
এইবাৰ জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে ‘ভোট চুৰি’ৰ অভিযোগ!

এইবাৰ জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে ‘ভোট চুৰি’ৰ অভিযোগ!

6 hours ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

শীঘ্ৰে বৃদ্ধি পাব বিদ্যুৎ মাচুল, আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কামটো কৰি উঠি প্ৰতিগৰাকী নাৰীকেই কয় এটাই কথা- ডেটলেৰে গা ধোৱা

editor by editor
September 19, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
কামটো কৰি উঠি প্ৰতিগৰাকী নাৰীকেই কয় এটাই কথা- ডেটলেৰে গা ধোৱা
0
SHARES
638
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কামটো কৰি উঠি প্ৰতিগৰাকী নাৰীকেই কয় এটাই কথা- ডেটলেৰে গা ধোৱা

এজন কোটিপতি ব্যৱসায়ীৰ নিকৃষ্টি কাণ্ড পোহৰলৈ আহিছে। এগৰাকী ভুক্তভোগী মহিলাই এক সাক্ষাতৰ জৰিয়তে সদৰি কৰিছে এই কথা। যি কথা-কাৰ্যই বিশ্ববাসীক স্তম্ভিত কৰি তুলিছে।

এই ব্যৱসায়ীজন কোটি কোটি টকাৰ সম্পত্তিৰ মালিক। ৫ গৰাকী মহিলাই এই ব্যৱসায়ীজনৰ সৈতে জড়িত সকলো কথা পোহৰলৈ আনিছে। মহিলাকেইগৰাকীয়ে কয় যে তেওঁলোকক ধৰ্ষণ কৰিছিল এই ব্যৱসায়ীগৰাকীয়ে।

ইজিপ্তৰ কোটিপতি ব্যৱসায়ী গৰাকীৰ নাম মহম্মদ আল ফায়েদে। ভুক্তভোগীসকলৰ ভিতৰত এগৰাকী কিশোৰীয়ো অন্তৰ্ভুক্ত। বিগত বৰ্ষত আগষ্ট মাহত মহম্মদ আল ফায়েদৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৪ বছৰ।

এক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ফায়েদৰ এই কাৰ্যক উদঙাই দিয়া পাঁচগৰাকী মহিলাই ব্ৰিটিছ বিলাসী ডিপাৰ্টমেণ্ট ষ্ট’ৰ হেৰ’ডছত কাম কৰিছিল। মহিলা কেইগৰাকীয়ে কয় যে মহম্মদ আল ফায়েদে তেওঁলোকক ধৰ্ষণ কৰিছিল। ইয়াৰ লগতে আন ২০ গৰাকী মহিলা কৰ্মচাৰীয়ে আল ফায়েদে তেওঁলোকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে।

ফায়েদৰ ব্যক্তিগত সহায়িকা গেমা নামৰ এগৰাকী ভুক্তভোগীও আগবাঢ়ি আহিছে । মহিলাগৰাকীয়ে ২০০৭-২০০৯ চনৰ ভিতৰত আল ফায়েদৰ বাবে কাম কৰিছিল। তেওঁ কয় যে বিদেশ ভ্ৰমণৰ সময়ত তেওঁৰ আচৰণ যথেষ্ট ভয়ংকৰ হৈ পৰিছিল।

লগতে ইয়াকো কয় যে, ধৰ্ষণ কৰি উঠি ফায়েদে সদায়ে এটাই কথা কৈছিল ডেটলেৰে গা ধুই লোৱা। কিয়নো ফায়েডে কোনো সমস্যা বিচৰা নাছিল। সেই ফায়েদেই ১৭ হাজাৰ কোটি টকাৰ মালিক আছিল। যিয়ে মহিলাক কেৱল সম্ভোগৰ বস্তু বুলি ভাৱিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Abuserape casesexual abuse
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানী বক্সাৰক প্ৰচণ্ড চৰ এইজন ভাৰতীয় ইনফ্লুৱেন্সাৰৰ
বিনোদন

পাকিস্তানী বক্সাৰক প্ৰচণ্ড চৰ এইজন ভাৰতীয় ইনফ্লুৱেন্সাৰৰ

November 3, 2026
খানাপাৰাৰ পৰা গুৱাহাটী ষ্টেশ্যনলৈ হ’ব ৰোপৱে
অসম

খানাপাৰাৰ পৰা গুৱাহাটী ষ্টেশ্যনলৈ হ’ব ৰোপৱে

November 3, 2026
EDৰ বৃহৎ অভিযান, চাৰ্টাৰ্ড বিমানকে ধৰি জব্দ আম্বানীৰ ৫১০ কোটি টকাৰ সম্পত্তি
বাণিজ্য

EDৰ বৃহৎ অভিযান, চাৰ্টাৰ্ড বিমানকে ধৰি জব্দ আম্বানীৰ ৫১০ কোটি টকাৰ সম্পত্তি

November 3, 2026
WhatsAppত আহিল এই নতুন সুবিধা!
প্ৰযুক্তি

WhatsAppত আহিল এই নতুন সুবিধা!

November 3, 2026
Next Post
ভক্তৰ মাজত হাহাকাৰ, তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদত মাছৰ তেলৰ নমুনা উদ্ধাৰ

ভক্তৰ মাজত হাহাকাৰ, তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদত মাছৰ তেলৰ নমুনা উদ্ধাৰ

এটা সময় আছিল, পিতৃৰ শেষ কৃত্যৰ বাবে পকেটত নাছিল টকা, আজি ৩৫০ কোটি টকাৰ মালিক

এটা সময় আছিল, পিতৃৰ শেষ কৃত্যৰ বাবে পকেটত নাছিল টকা, আজি ৩৫০ কোটি টকাৰ মালিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.