• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভক্তৰ মাজত হাহাকাৰ, তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদত মাছৰ তেলৰ নমুনা উদ্ধাৰ

ভক্তৰ মাজত হাহাকাৰ, তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদত মাছৰ তেলৰ নমুনা উদ্ধাৰ

2 years ago
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

19 minutes ago
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

35 minutes ago
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

55 minutes ago
‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

1 hour ago
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

2 hours ago
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

3 hours ago
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

4 hours ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

5 hours ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

5 hours ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

6 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

7 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভক্তৰ মাজত হাহাকাৰ, তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদত মাছৰ তেলৰ নমুনা উদ্ধাৰ

editor by editor
September 19, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ভক্তৰ মাজত হাহাকাৰ, তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদত মাছৰ তেলৰ নমুনা উদ্ধাৰ
0
SHARES
142
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভক্তৰ মাজত হাহাকাৰ, তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদত মাছৰ তেলৰ নমুনা উদ্ধাৰ

লাখ লাখ মানুহৰ বিশ্বাসৰ কেন্দ্ৰবিন্দু দক্ষিণ ভাৰতৰ অন্যতম মন্দিৰ তিৰুপতি তিৰুমালা মন্দিৰ সন্দৰ্ভত এক ডাঙৰ খবৰ ওলাইছে। বিখ্যাত মন্দিৰটোত পোৱা প্ৰসাদ তথা লাড়ুত মাছৰ তেল থকাৰ কথা পোহৰলৈ আহিছে। যি ঘটনাৰ পাছতে এতিয়া চঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডে নিশ্চিত কৰিছে যে মন্দিৰৰ প্ৰসাদ হিচাপে দিয়া লাড়ুত মাছৰ তেল তথা জন্তুৰ চৰ্বি উপস্থিতি ধৰা পৰিছে। ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ প্ৰতিবেদনত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে।

ব’ৰ্ডৰ প্ৰকাশিত প্ৰতিবেদন অনুসৰি তিৰুপতি মন্দিৰৰ লাড়ু তৈয়াৰ কৰাত মাছৰ তেল, গো-মাংস আৰু চৰ্বি ব্যৱহাৰ কৰা হৈছে। আশ্চৰ্যজনক কথাটো হ’ল এই লাড়ুবোৰ কেৱল প্ৰসাদ হিচাপে ভক্তসকলৰ মাজত বিতৰণ কৰাই নহয়, এই লাড়ুবোৰ প্ৰসাদ হিচাপে ভগৱানকো আগবঢ়োৱা হয়।

তথ্য অনুসৰি ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ প্ৰতিবেদনে তিৰুপতি মন্দিৰৰ লাডু আৰু অন্নদনমৰ নমুনাৰ তদন্তত চাঞ্চল্যকৰ প্ৰকাশ কৰিছে।

আনহাতে, তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে চৰ্বি যুক্ত লাডু দিয়াক লৈ অন্ধ্ৰ প্ৰদেশত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী এন. চন্দ্ৰবাবু নাইডুৱে ৱাই এছ জগন মোহন ৰেড্ডীক কৰ্ণাৰ কৰি অভিযোগ কৰে যে পূৰ্বৰ ৱাই এছ আৰ চি পি চৰকাৰে তিৰুমালাত তিৰুপতি লাদ্দু প্ৰসাদ প্ৰস্তুত কৰিবলৈ ঘিৰ সলনি পশুৰ চৰ্বি ব্যৱহাৰ কৰিছিল। এই প্ৰসাদ ভগৱান ভেংকটেশ্বৰ স্বামী মন্দিৰ দৰ্শন কৰা কোটি কোটি ভক্তক দিয়া হয়। মুখ্যমন্ত্ৰী নাইডুৱে অভিযোগ কৰিছিল যে তিৰুমালা লাডুও অমান্য উপাদানৰ পৰা তৈয়াৰ কৰা হয়।

মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ এই অভিযোগে অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি কৰিছে। এই অভিযোগৰ প্ৰতি সঁহাৰি জনাই অন্ধ্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৱাই এছ শৰ্মিলাই এক্সত লিখিছে যে চন্দ্ৰবাবু নাইডুৱে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰি চিবিআইক সত্য জানিবলৈ দিব লাগে। আনহাতে, ৱাই এছ আৰ চি পিৰ ৰাজ্যসভাৰ সাংসদ ৱাই ভি চুব্বা ৰেড্ডীয়েও এই বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নাইডুৱে ৰাজনৈতিক লাভৰ বাবে যিকোনো স্তৰলৈ নামিব পাৰে। লগতে তেওঁ কয় যে এনে কৰি মুখ্যমন্ত্ৰীয়ে ঐশ্বৰিক মন্দিৰ তিৰুমালাৰ পবিত্ৰতা আৰু কোটি কোটি হিন্দুৰ বিশ্বাসত আঘাত হানিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Balaji Tirupati TempleFish OilTemple PrashadTirupati balaji Temple
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

October 9, 2026
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ
অপৰাধ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

October 9, 2026
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?
বিনোদন

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

October 9, 2026
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?
জীৱনশৈলী

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

October 9, 2026
Next Post
এটা সময় আছিল, পিতৃৰ শেষ কৃত্যৰ বাবে পকেটত নাছিল টকা, আজি ৩৫০ কোটি টকাৰ মালিক

এটা সময় আছিল, পিতৃৰ শেষ কৃত্যৰ বাবে পকেটত নাছিল টকা, আজি ৩৫০ কোটি টকাৰ মালিক

সস্তাত পাব বাহন, আম্বানী পৰিয়ালৰ এইবাৰ অটো’ উদ্যোগত প্ৰৱেশ

সস্তাত পাব বাহন, আম্বানী পৰিয়ালৰ এইবাৰ অটো' উদ্যোগত প্ৰৱেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.