• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিশোৰীক অপকৰ্মৰ চেষ্টা চলাওতেই মাতৃৰ হাতত ধৰা পৰে এম্বুলেঞ্চৰ চালক

কিশোৰীক অপকৰ্মৰ চেষ্টা চলাওতেই মাতৃৰ হাতত ধৰা পৰে এম্বুলেঞ্চৰ চালক

2 years ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

23 minutes ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

44 minutes ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

1 hour ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

2 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

3 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

3 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

4 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

4 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

5 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

15 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

15 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কিশোৰীক অপকৰ্মৰ চেষ্টা চলাওতেই মাতৃৰ হাতত ধৰা পৰে এম্বুলেঞ্চৰ চালক

editor by editor
August 25, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
কিশোৰীক অপকৰ্মৰ চেষ্টা চলাওতেই মাতৃৰ হাতত ধৰা পৰে এম্বুলেঞ্চৰ চালক
0
SHARES
367
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিশোৰীক অপকৰ্মৰ চেষ্টা চলাওতেই মাতৃৰ হাতত ধৰা পৰে এম্বুলেঞ্চৰ চালক

দেশ তথা ৰাজ্যৰ বিগত দুদিন মান ধৰি নাৰীৰ সৈতে সংঘটিত হোৱা অপৰাধৰ বাতৰি বৃদ্ধি পাবলৈ ধৰিছে। এইবাৰ ছিপাজাৰৰ পৰা আহিছে আন এক খবৰ। পাছে সৌভাগ্যক্ৰমে ৰক্ষা পৰে কিশোৰী । কিশোৰীৰ মাতৃৰ বাবে অপকৰ্ম সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা অুনুসৰি, কিশোৰীগৰাকীৰ কোনো ৰোগৰ বাবে বিগত কেইবাদিনো ধৰি ছিপাঝাৰৰ প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত দেখুৱাই আছিল। কিন্তু কালি ২৪ আগষ্ট তাৰিখে নিশা কিশোৰীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনাৰ বাবে যো-জা চলাই আছিল।

যাৰ বাবে এখন এম্বুলেঞ্চৰ যোগাৰ কৰিছিল কিশোৰীগৰাকীক গুৱাহাটীলৈ অনাৰ বাবে । কিন্তু সেই সময়তে এম্বুলেঞ্চখনৰ চালকে খিৰিকিৰে অপকৰ্মৰ চেষ্টা কৰে কিশোৰীৰ সৈতে ।

লগে লগে ঘটনা প্ৰত্যক্ষ কৰে কিশোৰীৰ মাতৃগৰাকীয়ে। ঘটনা দেখা মাত্ৰেই হৈ চৈ লগাই দিয়াত ঘটনাস্থলীৰ পৰা পলায়ন কৰে এম্বুলেঞ্চখনৰ চালক। এম্বলেঞ্চখনৰ চালকজনৰ নাম চামচুল হক।

পাছত কিশোৰীৰ পিতৃয়ে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে নিশাই আটক কৰে অভিযুক্ত এম্বুলেঞ্চ চালক চামচুল হকক।

সম্প্ৰতি ছিপাঝাৰ আৰক্ষীৰ জিম্মাত অভিযুক্ত চামচুল হক। ইফালে উক্ত ঘটনাত জড়িত চামচুল হকৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে ছিপাঝাৰ আঞ্চলিক ছাত্ৰসন্থাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AllegationAssam. SipajharMolestationmolestation allegationrape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
Next Post
ইজৰাইলত ৪৮ ঘণ্টাৰ ইমাৰজেঞ্চী, প্ৰাণৰ সংশয়ত বাংকাৰত বাস নেতান্যাহুৰ

ইজৰাইলত ৪৮ ঘণ্টাৰ ইমাৰজেঞ্চী, প্ৰাণৰ সংশয়ত বাংকাৰত বাস নেতান্যাহুৰ

৩ ৰাশিৰ লোকৰ বাবে সৌভাগ্যৰ মাহ হ’বলৈ গৈ আছে ছেপ্টেম্বৰ, বুধ গ্ৰহৰ বাবে খোল খাব ভাগ্যৰ দুৱাৰ

৩ ৰাশিৰ লোকৰ বাবে সৌভাগ্যৰ মাহ হ'বলৈ গৈ আছে ছেপ্টেম্বৰ, বুধ গ্ৰহৰ বাবে খোল খাব ভাগ্যৰ দুৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.