• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ লগতে দেশৰ ৩১ খনকৈ ৰাজ্যত ধুমুহা-বৰষুণৰ সম্ভাৱনা, হাই এলাৰ্ট

9 months ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

10 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

11 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

12 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

14 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

15 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

16 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

1 day ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমৰ লগতে দেশৰ ৩১ খনকৈ ৰাজ্যত ধুমুহা-বৰষুণৰ সম্ভাৱনা, হাই এলাৰ্ট

editor by editor
May 22, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত
0
অসমৰ লগতে দেশৰ ৩১ খনকৈ ৰাজ্যত ধুমুহা-বৰষুণৰ সম্ভাৱনা, হাই এলাৰ্ট
0
SHARES
366
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ লগতে দেশৰ ৩১ খনকৈ ৰাজ্যত ধুমুহা-বৰষুণৰ সম্ভাৱনা, হাই এলাৰ্ট

বতৰ বিজ্ঞান বিভাগে আজি দেশৰ ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ধুমুহা আৰু বৰষুণ সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে। উত্তৰ পূৱতো জাৰি কৰিছে সতৰ্কবাণী। অসমৰ ক্ষেত্ৰতো ধাৰসাৰ বৰষুণ আৰু ধুমুহাৰ এলাৰ্ট।

জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ জাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। কাৰণ প্ৰতি ঘণ্টাত ৭০ কিঃমিঃ বেগেৰে আহি আছে ধুমুহা। উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ ২৪খন জিলাত হাই এলাৰ্ট।

https://x.com/Indiametdept/status/1925358939480232006

আজিৰে পৰা ২৬মে’ পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি। ৪ দিনলৈ নেৰা-নেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ।

বিভিন্ন অঞ্চলত ইতিমধ্যে ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা আহিছে। যাৰ ফলত ক্ষতিৰ সন্মুখিন হৈছে বহু অঞ্চল। বহু ঠাইত উভালি পৰিছে গছ-বহু ঠাইত খহিছে পাহাৰ।

অসমৰ লগতে সমগ্ৰ উত্তৰ পূৱ, উত্তৰ ভাৰতৰ কিছু অংশ আৰু দক্ষিণ ভাৰতৰো প্ৰায় অধিকাংশ অঞ্চলত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Heavy RainweatherWeather Forecast
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
Next Post
কথমপি প্ৰাণ ৰক্ষা ২২৭ যাত্ৰীৰ, শ্ৰীনগৰলৈ গৈ থকা বিমান মাজ আকাশতে শিলাবৃষ্টিত তচনচ

বহুত কষ্টত ৰোহিত, আই পি এলৰ পাছতে হ’ব অপাৰেচন

বহুত কষ্টত ৰোহিত, আই পি এলৰ পাছতে হ'ব অপাৰেচন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন