• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰূপৱতী হ’বলৈ ৫ দিনীয়া নৱজাকক বিক্ৰী মাতৃৰ! সেই ধনেৰে কচমেটিক চাৰ্জাৰী…

ৰূপৱতী হ’বলৈ ৫ দিনীয়া নৱজাকক বিক্ৰী মাতৃৰ! সেই ধনেৰে কচমেটিক চাৰ্জাৰী…

4 years ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

31 minutes ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

58 minutes ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

2 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

3 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

4 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

4 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

5 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

5 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

5 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

5 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

6 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ৰূপৱতী হ’বলৈ ৫ দিনীয়া নৱজাকক বিক্ৰী মাতৃৰ! সেই ধনেৰে কচমেটিক চাৰ্জাৰী…

editor by editor
July 12, 2022
in অপৰাধ, বিশ্ব
0
ৰূপৱতী হ’বলৈ ৫ দিনীয়া নৱজাকক বিক্ৰী মাতৃৰ! সেই ধনেৰে কচমেটিক চাৰ্জাৰী…
0
SHARES
432
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোৱা হয় যে এই মানুহৰ জীৱনত মাতৃ-সন্তানৰৰ সম্পৰ্কতকৈ ডাঙৰ সম্পৰ্ক নাই। লগতে এইটো কোৱা হয় যে মাতৃ-সন্তানৰ সম্পৰ্ক অতি পৱিত্ৰ আৰু মধুৰ৷ এই সম্পৰ্কৰ সন্মুখত বাকী সকলো সম্পৰ্ক ম্লান পৰে বুলিও কোৱা হয়। এগৰাকী মাতৃয়ে সন্তানক কিমান ভাল পাব পাৰে আন কোনেও এই সম্পৰ্কৰ গাঢ়তাক কল্পনা কৰিব নোৱাৰে!

কিন্তু মাতৃ-সন্তানৰ এই সম্পৰ্কক কলংকিত কৰিলে এগৰাকী মাতৃয়ে৷ ইতিমধ্যে এই বাতৰিয়ে বিশ্ব সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰিছে৷

প্ৰকাশিত বাতৰিৰ মতে শেহতীয়াকৈ ৰাছিয়াৰ এনে এটা ঘটনা পোহৰলৈ আহিছে যিয়ে মাতৃ আৰু সন্তানৰ পবিত্ৰ সম্পৰ্কক কলংকিত কৰিছে। প্ৰকাশিত খবৰ মতে মাতৃয়ে নিজৰ চখ পূৰণৰ বাবে সেই নিৰীহ শিশুটিক আন কাৰোবাক বিক্ৰী কৰিছিল। এগৰাকী ৰাছিয়ান মাতৃয়ে নিজৰ ৫ দিনীয়া নৱজাতক সন্তানক কেৱল নিজকে ৰূপৱতী কৰিবলৈ বিক্ৰী কৰিছিল।

লগতে পঢ়ক সন্তানৰ মাতৃ হৈয়ে কেৰিয়াৰ শেষ হ’ব আলিয়াৰ! কি ক’লে স্বামী ৰণবীৰে কাপুৰে?

মাতৃগৰাকীয়ে ৫ দিনীয়া নৱজাতকটিক বিক্ৰী কৰি পোৱা ধনেৰে সেই টকাৰে নিজৰ কুৎসিত নাকৰ অস্ত্ৰোপচাৰ সুগঠিত কৰিবলৈ পাং পাতিছিল।

এই সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পিছতে মাতৃগৰাকীক মানৱ সৰবৰাহৰ অপৰাধত দক্ষিণ ৰাছিয়াৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযোগ উত্থাপন হৈছে যে তাই নিজৰ সন্তানক বিক্ৰী কৰি নিজৰ সৌন্দৰ্য বৰ্ধন কৰিব বিচাৰিছিল। অৱশ্যে আৰক্ষীয়ে অভিযুক্ত মাতৃগৰাকীৰ পৰিচয় প্ৰকাশ কৰা নাই৷

দক্ষিণ ৰাছিয়াৰ দাগেস্তান অঞ্চলৰ এই ঘটনাটো স্থানীয় সংবাদ মাধ্যমে উদঙাই দি কয় যে মহিলাগৰাকীয়ে নিজৰ সন্তানক ৩০০০ পাউণ্ডতকৈ অধিক অৰ্থাৎ ২ লাখ ৮৩ হাজাৰ টকাত বিক্ৰী কৰিছিল। অৱশ্যে তেওঁক এই ধন ৰাশি সম্পূৰ্ণৰূপে দিয়া হোৱা নাছিল, কিস্তি হিচাপে দিবলৈ বন্দৱস্ত কৰা এই ধনৰাশিৰ পৰা মহিলাগৰাকীক এটা কিস্তিত ২৫ হাজাৰ টকা আদায় দিয়া হৈছিল।

লগতে পঢ়ক ৫ কোটিৰে অস্ত্ৰোপচাৰ কৰি কিম কাৰ্দাছিয়ান হ’বলৈ গৈ এতিয়া নিজৰে ৰূপ দেখি ক্ৰন্দৰত এইগৰাকী মডেল

আনহাতে তাৎপৰ্যপূৰ্ণ কথাটো হ’ল সেই শিশুটি ক্ৰয় কৰি নিয়াৰ পিছতে লগে লগে অসুস্থ হৈ পৰিছিল। চিকিৎসাৰ বাবে শিশুটিৰ চিকিৎসালয়ত মেডিকেল ৰিপৰ্ট বিচাৰোতে ঘটনাটো পোহৰলৈ আহে৷ অৰ্থাৎ ক্ৰেতাসকলে শিশুটি আৰু মাতৃৰ সঠিক মেডিকেল ৰিপৰ্ট দিবলৈ ব্যৰ্থ হয়৷

ইফালে অহা মাহত অভিযুক্ত মাতৃগৰাকীক ১৩৭০ পাউণ্ড অৰ্থাৎ ১ লাখ ২৯ হাজাৰ টকাৰ বন্দবস্তি আছিল৷ শিশুটিক ক্ৰয় কৰা দম্পতীক আৰক্ষীয়ে আটক কৰাৰ পিছতে এই সকলো কথা তেওঁলোকে আৰক্ষীৰ আগত প্ৰকাশ কৰে।

লগতে পঢ়ক ছাত্ৰীক বিনামূলীয়া টিউচন, মাতৃৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক! নিলম্বন হ’ল কোন শিক্ষক?

নিউজ ফ্লেছৰ প্ৰতিবেদন অনুসৰি ৰাছিয়ান ফেডাৰেচনৰ তদন্তকাৰী সমিতিয়ে এক বিবৃতিত কয় যে অভিযুক্ত মাতৃগৰাকীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

তদন্ত অনুসৰি ২০২২ চনৰ ২৫ এপ্ৰিলত মহিলাগৰাকীয়ে এটি সন্তান জন্ম দিছিল আৰু ৩০ এপ্ৰিলত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল। এই সময়ত তেওঁ সন্তানক বিক্ৰী কৰি প্ৰথম কিস্তি টকা লৈছিল। বাকী কিস্তিখিনি পিছত তেওঁক দিয়াৰ কথা আছিল যদিও থাৰ আগতে মাতৃগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত
জীৱনশৈলী

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

March 26, 2026
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?
জীৱনশৈলী

এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

March 25, 2026
হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?
জীৱনশৈলী

হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

March 25, 2026
Next Post
কিশোৰক কিয় চৰিয়ালে পাকিস্তানী যুৱতী সাংবাদিকে? ভাইৰেল ভিডিঅ’…

কিশোৰক কিয় চৰিয়ালে পাকিস্তানী যুৱতী সাংবাদিকে? ভাইৰেল ভিডিঅ’…

কলেজত বৈষম্যৰ বলি! ১৪ কোটি টকাৰ ক্ষতিপূৰণ লাভ এগৰাকী প্ৰাক্তন পৰ্ণষ্টাৰৰ

কলেজত বৈষম্যৰ বলি! ১৪ কোটি টকাৰ ক্ষতিপূৰণ লাভ এগৰাকী প্ৰাক্তন পৰ্ণষ্টাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.