• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আঢ়ৈ বছৰ বয়সত হেৰাইছিল মুছলিম পৰিয়ালৰ কন্যা শিশু ১৫ বছৰ পাছত পালে হিন্দু আশ্ৰমত, আৰু এতিয়া…

আঢ়ৈ বছৰ বয়সত হেৰাইছিল মুছলিম পৰিয়ালৰ কন্যা শিশু ১৫ বছৰ পাছত পালে হিন্দু আশ্ৰমত, আৰু এতিয়া…

5 years ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

13 minutes ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

2 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

2 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

3 hours ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

3 hours ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

4 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

5 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

6 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

6 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

7 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

8 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আঢ়ৈ বছৰ বয়সত হেৰাইছিল মুছলিম পৰিয়ালৰ কন্যা শিশু ১৫ বছৰ পাছত পালে হিন্দু আশ্ৰমত, আৰু এতিয়া…

editor by editor
February 1, 2021
in বিবিধ
0
আঢ়ৈ বছৰ বয়সত হেৰাইছিল মুছলিম পৰিয়ালৰ কন্যা শিশু ১৫ বছৰ পাছত পালে হিন্দু আশ্ৰমত, আৰু এতিয়া…
0
SHARES
38.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘মোৰ কন্যাক মই এদিন পাম।’ বিগত ১৫ বছৰে সেই আশাৰে বাট চাই আছিল অন্ধ্ৰপ্ৰদেশৰ কূর্নুলৰ বাসিন্দা চাকিনা। ১৫ বছৰ পূর্বে মক্কা মছজিদত হেৰাইছিল চাকিনাৰ আঢ়ৈ বছৰীয়া কন্যা ফাতিমা। এতিয়া কন্যাক পালে যদিও বিভ্ৰান্তত পৰিয়াল। কিয়নো বিগত ১৫ বছৰ ধৰি এগৰাকী হিন্দু ছোৱালীৰ নিচিনাই লালিত-পালিত হৈছিল ফাতিমা। কেৱল সেয়াই নহয়, কন্যাগৰাকীয়ে পিতৃ-মাতৃসহ পৰিয়ালৰ কোনো লোককে এতিয়া চিনি নাপায়। চাকিনাৰ ৫ জনীয়া পৰিয়ালে ধাৰাবাহিকভাৱে ১৫ বছৰ বিচাৰ-খোচাৰ কৰাৰ অন্তত নিজ কন্যাক বিচাৰি উলিয়াই আনন্দত আত্মহাৰা হৈছিল। কিন্তু ফাতিমা এতিয়া তাত স্বপ্না হিচাপে পৰিচিত। তেওঁ হায়দৰাবাদৰ এটা অনাথালয়ত ডাঙৰ-দীঘল হৈছে। তেওঁৰ ঘৰ তথা পৰিয়ালৰ কোনো কথা মনত নাই। তেওঁ ঘৰলৈও যাবলৈ নিবিচাৰে। পৰিয়ালে জনোৱা অনুসৰি তেওঁলোকে আজমিৰ শ্বৰীফ দর্শনৰ বাবে গৈছিল। তাৰ পৰা ওভতাৰ পিছত তেওঁ মক্কা মছজিদলৈ গৈছিল আৰু তাতে হেৰাইছিল আঢ়ৈ বছৰীয়া কন্যা শিশুটি। তেওঁলোকে বহুত বিচাৰিছিল যদিও কোনো সম্ভেদ নাপায় পিছত থানাত অভিযোগ দি ঘৰলৈ উভতি আহে। ইপিনে এণ্টি চাইল্ড ট্ৰেফিকিং আৰু অপাৰেচন স্মাইলৰ অধীনত কাম কৰা দুজন আৰক্ষীয়ে নিখোজ কন্যা শিশুটিক অনাথালয়ত গতাই দিছিল। কন্যাগৰাকীৰ ককায়েকে কয়, ‘এতিয়া এনেকুৱা পৰিৱেশত আমি কি কৰিম ভাবি পোৱা নাই। আমি আনন্দিত নে দুখিতঃ? তথাপি আমি আমাৰ ভনীক গাঁৱত লৈ যাম আৰু তাত পৰিয়াল তথা অন্য আত্মীয়ৰ সৈতে চিনাকি কৰাই পুনৰ অনাথলয়ত থৈ যাম, যাতে তাই পঢ়া-শুনাত ভালদৰে মনযোগ দিব পাৰে।’ কন্যাগৰাকীয়ে এতিয়া একাদশ শ্ৰেণীত পঢ়ি আছে। ইপিনে এণ্টি হিউমেন ট্ৰেফিকিঙৰ চাইবাৰবাদ এছআই এন. শ্ৰীধৰে জনাইছে যে কন্যাগৰাকীয়ে ধর্মৰ বিষয়ে একো নাজানে। যেতিয়া তেওঁক হায়দৰাবাদলৈ অনা হৈছিল তেতিয়া পৰিয়ালে এইটো কথা জানি অবাক হৈ পৰিছিল যে কন্যাগৰাকীয়ে চাইবাবাক পূজা কৰে। কন্যাগৰাকী এটা সম্পূর্ণ বেলেগ পৰিৱেশত ডাঙৰ দীঘল হৈছিল। পৰিয়ালৰ লোকে যেতিয়া দেখা কৰিবলৈ আহিছিল কন্যাগৰাকীক অবাক আৰু বিচলিত হোৱা দেখা গৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24muslim girl
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ
জীৱনশৈলী

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

June 27, 2026
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ
জীৱনশৈলী

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

June 27, 2026
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা
জীৱনশৈলী

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

June 27, 2026
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ
জীৱনশৈলী

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

June 27, 2026
Next Post
বিৰাট-অনুষ্কাৰ কন্যা ভামিকাৰ প্ৰথম ফটো

বিৰাট-অনুষ্কাৰ কন্যা ভামিকাৰ প্ৰথম ফটো

সেনা বিদ্ৰোহ। আকৌ এবাৰ গ্ৰেপ্তাৰ চ্যু কী

সেনা বিদ্ৰোহ। আকৌ এবাৰ গ্ৰেপ্তাৰ চ্যু কী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.