আৰক্ষী থানাত এগৰাকী যুৱতীয়ে কান্দিছে। উচ্চ শিক্ষিতা যুৱতীগৰাকীয়ে হিয়াধাকুৰি কান্দিছে। পাষাণ হৃদয়ৰ পিতৃৰ বাবে কান্দিছে। ২৭ বছৰীয়া দুখ-যন্ত্ৰণাৰে ভাৰাক্ৰান্ত যুৱতীগৰাকী। দুখ-যন্ত্ৰণাৰে ভৰি পৰিল মাতৃসহ ২ ভগ্নীৰ জীৱন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ