• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাল্য বিবাহৰ পাছত বন্ধ হৈছিল পঢ়াশুনা! চিকিৎসক হোৱাৰ সপোন লৈ পত্নীক এৰি পলাইছিল যুৱকে, তাৰপিছত?

বাল্য বিবাহৰ পাছত বন্ধ হৈছিল পঢ়াশুনা! চিকিৎসক হোৱাৰ সপোন লৈ পত্নীক এৰি পলাইছিল যুৱকে, তাৰপিছত?

3 years ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

2 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

3 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

3 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

4 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

4 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

5 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

6 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

6 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

7 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

8 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

8 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বাল্য বিবাহৰ পাছত বন্ধ হৈছিল পঢ়াশুনা! চিকিৎসক হোৱাৰ সপোন লৈ পত্নীক এৰি পলাইছিল যুৱকে, তাৰপিছত?

editor by editor
July 2, 2023
in ভাৰত, শিক্ষা
0
বাল্য বিবাহৰ পাছত বন্ধ হৈছিল পঢ়াশুনা! চিকিৎসক হোৱাৰ সপোন লৈ পত্নীক এৰি পলাইছিল যুৱকে, তাৰপিছত?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বাল্য বিবাহ সমাজৰ বাবে ভয়াৱহ৷ প্ৰকৃততে বাল্য বিবাহে বহু শিশুৰ জীৱন ধ্বংস কৰিছে৷ বাল্যবিবাহে বহুতৰে সপোন ভাঙি চুৰমাড় কৰে৷ তেনে এটি ঘটনাই সংঘটিত হৈছে ৰাজস্থানৰ এজন যুৱকৰ সৈতে৷ কিন্তু মনত অদম্য শক্তি থাকিলো কোনো বাধাই হেঙাৰ নহয়৷ সেই প্ৰমাণেই দাঙি ধৰিলে যুৱকজনে৷ ৰাজস্থানৰ চিতোৰগড় জিলাৰ ঘোষুন্দা এলেকাৰ বাসিন্দা আছিল ৰামলাল ভোই৷ কোনো প্ৰতিকূল পৰিস্থিতিতেই তেওঁ হাৰ নামানি নীট পৰীক্ষাত ভাল ফলাফল দেখুৱাইছে ৰামলালে৷

শৈশৱৰ পৰাই ৰামলালৰ চিকিৎসক হোৱাৰ সপোন আছিল৷ কিন্তু মন থাকিলেও দাৰিদ্ৰতাই জুৰুলা কৰা ৰামলালে সপোনটোক সামৰি সুতৰি থবলৈ বাধ্য হৈ পৰিছিল৷ ৰামলালৰ পিতৃয়ে দিন হাজিৰা কৰিছিল৷ ঘৰত বিদ্যুৎ সংযোগ থাকিলেও বেছিভাগ সময়েই বিদ্যুতো নাথাকে ৰামলালৰ ঘৰত৷ কিয়নো পিতৃয়ে কাৰেণ্টৰ বিল পৰিশোধ কৰিবলৈ অপাৰগ৷ তাৰপাছতেই মাত্ৰ ১১ বছৰ বয়সত পৰিয়ালৰ হেঁচাত ৰামলালে বিয়া কৰাব লগাত পৰে৷ বিবাহৰ সময়ত তেওঁৰ পত্নীও তেনেই সৰু৷ বাল্যবিবাহে কাঢ়ি ল’লে ৰামলালৰ শিক্ষাজীৱন৷ তথাপিও পৰিয়ালৰ বিৰুদ্ধাচৰণ কৰি দশম শ্ৰেণীলৈকে পঢ়াশুনা কৰে ৰামলালে৷

দশম শ্ৰেণী পোৱালৈ বয়সো কিছু বাঢ়িল বাবে পৰিয়ালৰ লোকৰ হেঁচাও বাঢ়িল৷ ঘৰত অভাৱ ৰামলালে কামত ধৰিব লাগে৷ তেওঁ এই সন্দৰ্ভত কয়, ‘মোৰ পত্নীয়েও পঢ়াশুনা কৰিব খুজিছিল৷ কিন্তু মোৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত তেওঁৰো পঢ়াশুনাত যতি পৰে৷ তেওঁ মোৰবাবেই সকলো নিজস্বতা বিসৰ্জন দিলে৷ কিন্তু মোৰ ভিতৰত পঢ়াৰ প্ৰতি ধাউতি থকা দেখি মোক আগুৱাই দিলে৷ ঘৰৰ সকলো দায়িত্ব ইমান কম বয়সতেই তেওঁ মূৰ পাতি ল’লে৷’

পৰিয়ালৰ লোকে নুবুজিলেও ৰামলালৰ পত্নীয়ে বুজিছিল৷ সেয়ে স্বামীক পাৰ্যমানে সহায় কৰিছিল৷ ৰামলালৰ পত্নীয়ে তেওঁৰ শহুৰেকক অৰ্থাৎ ৰামলালৰ পিতৃক এই সন্দৰ্ভত বুজাই কয়৷ ৰামলালৰ পিতৃয়ে বুজনিত মান্তি হৈ পুত্ৰক পঢ়িবলৈ কয়৷ পোনতে ৰামলালে পলাই গৈ উদয়পুৰ পাইছিলগৈ৷ পাছত পিতৃয়ে তেওঁৰ পঢ়াৰ খৰচ যোগান ধৰিবলৈ মান্তি হয়৷ পাছলৈ ধাৰ কৰি হ’লেও পুত্ৰক পঢ়াৰ খৰচ দিবলৈ আৰম্ভ কৰে পিতৃয়ে৷

ৰামলালৰ জীৱনৰ লক্ষ্য আছিল ডাক্তৰ হোৱাৰ৷ তেওঁ উদয়পুৰতেই নীট পৰীক্ষাৰ কচিং ল’বলৈ আৰম্ভ কৰে৷ ২০১৯ চনত ৮১ শতাংশ নম্বৰ লৈ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয় ৰামলাল৷ তাৰপাছতেই নীট পৰীক্ষাত অৱতীৰ্ণ হয় ৰামলাল৷ কিন্তু প্ৰথমবাৰ তেওঁ নীটত উত্তীৰ্ণ হ’ব নোৱাৰিলে৷ হাৰ নামানিলে ৰামলালে৷ পঞ্চমবাৰ নীট পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈছে ৰামলাল৷ ৰামলালে লাভ কৰিছে ৬৩২ নম্বৰ৷ কেটাগৰীৰ দিশেৰে তেওঁৰ ৰেঙ্ক ৫১৩৭৷ অৱশেষত ৰামলালে শৈশৱতেই দেখা সপোনটোৱে পূৰ্ণতা পালে৷ ৰামলালৰ এই সাফল্যই ঘৰলৈকো আনন্দৰ বন্যা বোৱাই আনিছে৷ ইফালে নীট পৰীক্ষাৰ ৬মাহ পূৰ্বে তেওঁৰ ঘৰলৈ এগৰাকী কন্যা সন্তানো আহিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা
জীৱনশৈলী

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

April 14, 2026
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

April 14, 2026
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

April 14, 2026
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
Next Post
অতিথি আহিলে বিহুৰেইতো আদৰিব! ছানী লিঅ’নীক বিহুৰে আদৰা সন্দৰ্ভত কি ক’লে জুবিন গাৰ্গে?

অতিথি আহিলে বিহুৰেইতো আদৰিব! ছানী লিঅ’নীক বিহুৰে আদৰা সন্দৰ্ভত কি ক’লে জুবিন গাৰ্গে?

ৰাহুল অহাৰ পাছতেই শান্ত হৈছে মণিপুৰ! দুমাহৰ অন্তত বুধবাৰৰ পৰা বিদ্যালয়সমূহত আৰম্ভ হ’ব পাঠদান

ৰাহুল অহাৰ পাছতেই শান্ত হৈছে মণিপুৰ! দুমাহৰ অন্তত বুধবাৰৰ পৰা বিদ্যালয়সমূহত আৰম্ভ হ’ব পাঠদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.