• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জাতীয় দলৰ অধিনায়ক, আই পি এল ক্ৰিকেটাৰৰ বিৰুদ্ধে নাবালিকা ধৰ্ষণৰ অভিযোগ, তদন্ত আৰম্ভ

জাতীয় দলৰ অধিনায়ক, আই পি এল ক্ৰিকেটাৰৰ বিৰুদ্ধে নাবালিকা ধৰ্ষণৰ অভিযোগ, তদন্ত আৰম্ভ

4 years ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

1 hour ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

2 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

3 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

4 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

21 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

22 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

23 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

24 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 day ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 day ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

জাতীয় দলৰ অধিনায়ক, আই পি এল ক্ৰিকেটাৰৰ বিৰুদ্ধে নাবালিকা ধৰ্ষণৰ অভিযোগ, তদন্ত আৰম্ভ

editor by editor
September 7, 2022
in ক্ৰীড়া, বিশ্ব
0
জাতীয় দলৰ অধিনায়ক, আই পি এল ক্ৰিকেটাৰৰ বিৰুদ্ধে নাবালিকা ধৰ্ষণৰ অভিযোগ, তদন্ত আৰম্ভ
0
SHARES
12.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জাতীয় ক্ৰিকেট দলৰ এগৰাকী অধিনায়ক আৰু আই পি এল ক্ৰিকেটাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে৷ ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে এগৰাকী নাবালিকাক ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

এই ভয়ংকৰ অভিযোগ উত্থাপন হোৱা ক্ৰিকেটাৰগৰাকী হৈছে নেপাল ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ অধিনায়ক সন্দীপ লামিছানে৷ ইতিমধ্যে লামিছানেৰ বিৰুদ্ধে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷

নিউজ এজেন্সী এএনআইৰ বাতৰি অনুসৰি লামিছানেৰ বিৰুদ্ধে ১৭ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি কাঠমাণ্ডুৰ সমীপৰ এটা অঞ্চলত সংঘটিত হৈছিল এই ঘটনা। কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে লামিছানেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত এতিয়ালৈকে ক্ৰিকেটাৰগৰাকীয়ে কোনো মন্তব্য কৰা নাই।

লগতে পঢ়ক জৰায়ুত ২.৫ কিঃগ্ৰাম ওজনৰ চিষ্ট! ভুক্তভোগী মহিলাই গমেই পোৱা নাছিল! অস্ত্ৰোপচাৰে বচালে জীৱন

২০১৬ চনত লামিছানেক নেপালৰ অনূৰ্ধ্ব ১৯ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ পাছতে ২০১৮ চনত তেওঁ নেপালৰ জাতীয় দলত সুযোগ লাভ কৰিছিল। সেই বছৰে লাছিমানেক আই পি এলৰ দল দিল্লী কেপিটেলছে ক্ৰয় কৰিছিল।

লাছিমানে হৈছে আই পি এল খেলা নেপালৰ একমাত্ৰ ক্ৰিকেটাৰ। ২০১৮ চনত দিল্লীৰ হৈ তিনিখন মেচ খেলি ৫ টা উইকেট দখল কৰিছিল লাছিমানে। ২০১৯ বৰ্ষতো লাছিমানে দিল্লীৰ হৈ ৬ খন মেচ খেলি ৮ টা উইকেট দখল কৰিছিল। ২০২০ চনত দিল্লীয়ে  লাছিমানেৰে চুক্তি বাতিল কৰাৰ পিছৰে পৰা তেওঁ আই পি এলত আৰু খেলাৰ সুযোগ পোৱা নাই।

লগতে পঢ়ক অস্কাৰৰ চুটি চলচ্চিত্ৰ প্ৰতিযোগিতালৈ মহৰ্ষি তুহিন কাশ্যপৰ ছবি ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’

উল্লেখ্য যে ২০২১ চনত নেপালৰ জাতীয় দলৰ অধিনায়ক জ্ঞানেন্দ্ৰ মল্লক অনুশাসনহীনতাৰ বাবে দলৰ পৰা বাদ দিয়া হৈছিল আৰু মল্লৰ ঠাইত লামিছানেক দলৰ অধিনায়কৰ দায়িত্ব দিয়া হয়। লাছিমানেৰ এই গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছত বৰ্তমানেও নেপাল ক্ৰিকেট ব’ৰ্ডে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

সোঁহতীয়া নেপালৰ স্পীনাৰগৰাকীয়ে আই পি এলৰ উপৰিও বিভিন্ন দেশত ফ্ৰেঞ্চাইজি ক্ৰিকেট লীগ খেলিছে। লাছিমানে প্ৰিমিয়াৰ লীগত বাৰ্বাডোছ ট্ৰাইডেণ্টছ, জামাইকা তালাৱাজ আৰু ছেইণ্ট কিটছ এণ্ড নেভিছ পেট্ৰিয়াটছ, বিগ বেছত হোবাৰ্ট হাৰিকেনছ আৰু মেলবৰ্ণ ষ্টাৰছ, বাংলাদেশ প্ৰিমিয়াৰ লীগত চিলেট ছিক্সাৰ্ছ আৰু পাকিস্তান ক্ৰিকেট লীগত লাহোৰ কালাণ্ডাৰছৰ হৈ খেলিছে।

এতিয়ালৈকে লামিছামে নেপালৰ হৈ ৩০ খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ, ৪৪ খন টি২০ মেচত প্ৰতিনিধিত্ব কৰি এতিয়ালৈকে মুঠ ১৬৪ টা আন্তঃৰাষ্ট্ৰীয় উইকেট লাভ কৰিছে৷ উল্লেখ্য যে লাছিমানে হৈছে নেপালৰ হৈ এদিনীয়া অন্তৰ্জাতিক আৰু টি২০ৰ মেচত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় উইকেট লাভ কৰা ক্ৰিকেটাৰ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of AssamiplNepal PoliceNepali national cricket teamSandeep Lamichhane
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
Next Post
চলমান, অক্ষয়ক পিছ পেলালে দক্ষিণৰ আল্লু অৰ্জুনে! ‘পুষ্পা ২’ৰ বাবে কিমান পাৰিশ্ৰমিক লৈছে অৰ্জুনে?

চলমান, অক্ষয়ক পিছ পেলালে দক্ষিণৰ আল্লু অৰ্জুনে! ‘পুষ্পা ২’ৰ বাবে কিমান পাৰিশ্ৰমিক লৈছে অৰ্জুনে?

‘মোক নহয়, প্ৰেমিকা, মা আৰু ভগ্নীক কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দিয়ক’ কিয় খঙত ফাটি পৰিল উৰ্ফি জাভেদ?

‘মোক নহয়, প্ৰেমিকা, মা আৰু ভগ্নীক কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দিয়ক’ কিয় খঙত ফাটি পৰিল উৰ্ফি জাভেদ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.