• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ ঘণ্টাৰ যাত্ৰা ২০ মিনিটত সম্পূৰ্ণ হ’ব! নতুন পৱন ব্ৰীজে কঢ়িয়াই আনিছে সুখৰ বতৰা

১ ঘণ্টাৰ যাত্ৰা ২০ মিনিটত সম্পূৰ্ণ হ’ব! নতুন পৱন ব্ৰীজে কঢ়িয়াই আনিছে সুখৰ বতৰা

2 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

8 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

8 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

9 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

9 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

10 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

10 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

10 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

11 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

13 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

14 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

14 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১ ঘণ্টাৰ যাত্ৰা ২০ মিনিটত সম্পূৰ্ণ হ’ব! নতুন পৱন ব্ৰীজে কঢ়িয়াই আনিছে সুখৰ বতৰা

editor by editor
November 15, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
১ ঘণ্টাৰ যাত্ৰা ২০ মিনিটত সম্পূৰ্ণ হ’ব! নতুন পৱন ব্ৰীজে কঢ়িয়াই আনিছে সুখৰ বতৰা
0
SHARES
343
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১ ঘণ্টাৰ যাত্ৰা ২০ মিনিটত সম্পূৰ্ণ হ’ব! নতুন পৱন ব্ৰীজে কঢ়িয়াই আনিছে সুখৰ বতৰা

দক্ষিণ ভাৰতৰ তামিলনাডুৰ ৰামেশ্বৰ যাবলৈ আজিৰ দিনটো বহু সময় লাগে লোক। ঘুৰি ঘুৰি যোৱালৈ ১ ঘন্টা সময় লাগে যাত্ৰীক। তেনে পৰিস্থিতিত এতিয়া ৰামেশ্বৰমলৈ যোৱা সকলৰ বাবে এটা ভাল খবৰ আহিছে।

সম্পূৰ্ণ সাজু হৈ উঠিছে পাম্বন দলং। পাম্বন দলং নিৰ্মাণৰ লগে লগে মণ্ডপাম আৰু ৰামেশ্বৰমৰ মাজৰ দূৰত্ব এতিয়া ১ ঘন্টাৰ সলনি মাত্ৰ ২০ মিনিটলৈ হ্ৰাস পাইছে। যাৰ ফলত এতিয়া যাত্ৰী সকলে বহু সুবিধা লাভ কৰিব।

ভাৰত মহাসাগৰত নিৰ্মিত এই নতুন পাম্বন দলঙত এতিয়া শীঘ্ৰে ৰেল সেৱাও আৰম্ভ হ’ব। আজি চি আৰ এছ (Commissioner Railway Safety)ৰ উদ্যোগত ৰেল সেৱা সন্দৰ্ভত নতুন পাম্বন দলং পৰিদৰ্শন কৰা হয়। এই সময়ছোৱাত নতুন পাম্বন দলং আৰু আধুনিক প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি উলম্ব লিফ্ট গাৰ্ডাৰ ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য দেখা যায়।

তামিলনাডুৰ ৰামনাথপুৰম জিলাৰ পাম্বন মণ্ডপাম ষ্টেচনৰ মাজত ভাৰত মহাসাগৰৰ ওপৰেৰে নিৰ্মাণ কৰা হৈছে পাম্বন দলং। ইয়াৰ আগতে ইয়াত এশ বছৰতকৈও অধিক পুৰণি পাম্বন দলং আছিল।

আগৰ দলং খন বহু পুৰণি হোৱা বাবে আধুনিক প্ৰযুক্তিৰে এখন নতুন দলং নিৰ্মাণ কৰা হয়। এই নতুন দলং খন অভিযান্ত্ৰিক আশ্চৰ্য্যৰ উদাহৰণ আৰু দেশৰ ক্ৰমবৰ্ধমান আন্তঃগাঁথনিৰ প্ৰতীক হিচাপে বিবেচিত হৈছে।

পাম্বন দলং হাই-টেক ইঞ্জিনিয়াৰিঙৰ উদাহৰণ। এই নতুন দলংখন পুৰণি দলংতকৈ ৩ মিটাৰ ওখ। এই দলংখন এনেদৰে নিৰ্মাণ কৰা হৈছে যে প্ৰয়োজন হ’লে ডাঙৰ ডাঙৰ জাহাজো ইয়াৰ তলৰ পৰা পাৰ হ’ব পাৰে।

এখন উপসাগৰৰ ওপৰেৰে নিৰ্মিত এইখন ভাৰতৰ আটাইতকৈ দীঘল দলং। এই পাম্বন দলং ৰেল বিভাগে ৫৩৫ কোটি টকা ব্যয় কৰি পুনৰ নিৰ্মাণ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Oceanpamban Bridgetamilnadutamilnadu Bridge
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
Next Post
অতিকে শোকাৱহ, গোৱালপাৰাত দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুালে মাতৃ-পুত্ৰসহ ৩ গৰাকী, আহত কেইবাজনো

অতিকে শোকাৱহ, গোৱালপাৰাত দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুালে মাতৃ-পুত্ৰসহ ৩ গৰাকী, আহত কেইবাজনো

এই ৭ টা বস্তু ঘৰত ৰাখক, ধন-সম্পত্তি বাঢ়িব, মা লক্ষ্মীৰ আশীৰ্বাদ পাব

এই ৭ টা বস্তু ঘৰত ৰাখক, ধন-সম্পত্তি বাঢ়িব, মা লক্ষ্মীৰ আশীৰ্বাদ পাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.