• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আহিব : গুৱাহাটীত নতুন পথ নিৰ্দেশনা, কোনবোৰ পথ বন্ধ থাকিব?

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আহিব : গুৱাহাটীত নতুন পথ নিৰ্দেশনা, কোনবোৰ পথ বন্ধ থাকিব?

4 years ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

33 minutes ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

55 minutes ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

1 hour ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

2 hours ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

19 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

19 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

20 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

21 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

21 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

22 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

22 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আহিব : গুৱাহাটীত নতুন পথ নিৰ্দেশনা, কোনবোৰ পথ বন্ধ থাকিব?

editor by editor
February 24, 2022
in অসম, গুৱাহাটী
0
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আহিব : গুৱাহাটীত নতুন পথ নিৰ্দেশনা, কোনবোৰ পথ বন্ধ থাকিব?
0
SHARES
331
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৫ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ৷ সেই উপলক্ষ্যে ইতিমধ্যে সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰী৷ প্ৰশাসনে ডিভাইডাৰত নতুন ৰং লগোৱাৰ লগতে সৌন্দৰ্য বৰ্ধন কৰাও পৰিলক্ষিত হৈছে৷ মুঠতে গুৱাহাটী মহানগৰ প্ৰশাসন দেশৰ ৰাষ্ট্ৰপতিগৰাকীক আদৰিবলৈ সাজু হৈ উঠিছে৷

ৰাষ্ট্ৰপতিৰ আগমনৰ উপলক্ষ্যে অহা ২৫ ফেব্ৰুৱাৰীত মহানগৰৰ বাবে নতুন পথ নিৰ্দেশনা জাৰি কৰা হৈছে৷ GMCৰ আয়ুক্ত আৰু মহানগৰ যান বাহন উপ আৰক্ষী আয়ুক্তই এক সংবাদ মেলযোগে ঘোষণা কৰি এই নতুন পথ নিৰ্দেশনা জাৰি কৰিছে৷

২৫ ফেব্ৰুৱাৰীত নামনিৰ পৰা অহা বাহনসমূহ জালুকবাৰীৰ পৰা গুৱাহাটী ভিতৰলৈ আহিব নোৱাৰিব৷ সেই দিশৰ পৰা অহা সকলো বাহনেই ৰাষ্ট্ৰীয় ঘাইপথেৰে যাব লাগিব৷

পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈকে এ টি ৰোড, তয়বুল্লা পথ, বি বৰুৱা ৰোড, জি এছ ৰোডৰ লগতে পাঞ্জাবাৰী ৰুটত বাণিজ্যিক বাহন চলাচল বন্ধ থাকিব৷ বাহনসমূহক ভিতৰৰ পথেৰে চলাচল কৰিবলৈ কোৱা হৈছে৷

ইফালে বিমানবন্দৰৰ পৰা মালিগাঁৱৰ কামাখ্যা গেটলৈকে ১১.২০ৰ পৰা ১২.১৫ বজালৈকে পথটো মুকলি ৰাখিবলৈ আহ্বান জনোৱা হৈছে৷ অৰ্থাৎ সেই সময়ৰ ভিতৰত সেই পথছোৱাৰে অহা-যোৱা কৰিবলৈ মানা কৰা হৈছে৷

কামাখ্যাধাম দৰ্শন কৰিবলৈ যোৱা দৰ্শনাৰ্থীয়ে কামাখ্যালৈ নিৰ্মাণ কৰা নতুন পথেৰেহে যাব পাৰিব৷ পুৱা ৬..৩০ বজাৰ পৰা ২ বজালৈ এই নিষেধাজ্ঞা বাহাল থাকিব৷

মহানগৰ প্ৰশাসনে ৰাষ্ট্ৰপতি ভ্ৰমণৰ সময়ত গুৱাহাটীখনক চাফা কৰি ৰাখিবলৈও অনুৰোধ কৰিছে।

ৰাষ্ট্ৰপতিগৰাকী যোৱা পথেৰে পথৰ কাষত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক নিজৰ সন্মুখৰ ঠাইসমূহ লেতেৰা নকৰি চাফ চিকুণ কৰিব ৰাখিবলৈ প্ৰশাসনে অনুৰোধ কৰিছে।

পৰাপক্ষত ৰাষ্ট্ৰপতি গৰাকী অহাৰ সময়ত দোকানখন বন্ধ কৰি ৰাখিবলৈ অনুৰোধ কৰিছে প্ৰশাসনে। অৱশ্যে দোকান বন্ধ কৰাৰ কোনো চৰকাৰী নিৰ্দেশনা নাথাকে৷ ফুটপাথৰ দোকানসমূহকো শৃংখলাবদ্ধভাৱে ৰাখিবলৈ অনুৰোধ কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalgmcGuwahat city traffic police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
Next Post
ৰাছিয়াৰ ৫ যুদ্ধ বিমান গুলীয়াই ভূপতিত ইউক্ৰেইনৰ! বিমানঘাটি উৰালে ৰাছিয়াই!

ৰাছিয়াৰ ৫ যুদ্ধ বিমান গুলীয়াই ভূপতিত ইউক্ৰেইনৰ! বিমানঘাটি উৰালে ৰাছিয়াই!

যুদ্ধৰ কুফল ভুগিব বিশ্ববাসীৰ লগতে ভাৰতীয়ই : অভাৱনীয় হাৰত বৃদ্ধি ইন্ধনৰ মূল্য!

যুদ্ধৰ কুফল ভুগিব বিশ্ববাসীৰ লগতে ভাৰতীয়ই : অভাৱনীয় হাৰত বৃদ্ধি ইন্ধনৰ মূল্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.