• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ পৰাই কাৰ্যকৰী হৈছে! পিকনিকলৈ যোৱাৰ পূৰ্বেই পঢ়ি লওক বনভোজকাৰী দলৰ বাবে অহা নতুন SOP

আজিৰ পৰাই কাৰ্যকৰী হৈছে! পিকনিকলৈ যোৱাৰ পূৰ্বেই পঢ়ি লওক বনভোজকাৰী দলৰ বাবে অহা নতুন SOP

2 years ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

1 hour ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

2 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

2 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

12 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

13 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

13 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

13 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

14 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

14 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

15 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

15 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজিৰ পৰাই কাৰ্যকৰী হৈছে! পিকনিকলৈ যোৱাৰ পূৰ্বেই পঢ়ি লওক বনভোজকাৰী দলৰ বাবে অহা নতুন SOP

editor by editor
January 3, 2024
in অসম, গুৱাহাটী, বিবিধ
0
আজিৰ পৰাই কাৰ্যকৰী হৈছে! পিকনিকলৈ যোৱাৰ পূৰ্বেই পঢ়ি লওক বনভোজকাৰী দলৰ বাবে অহা নতুন SOP
0
SHARES
7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পিকনিকলৈ যোৱাৰ পূৰ্বেই জানি থওক কেইটামান নিয়ম। অসম চৰকাৰৰ পৰিবহন বিভাগে জাৰি কৰিছে কেইবাটাও নিয়ম। বনভোজ খাবলৈ যোৱাৰ সময়ত এইকেইটা সাৱধানতা মানিব লাগিব বনভোজকাৰী দলে।

New SOP

১) সূৰ্যোদয়ৰ পূৰ্বে যাব নোৱাৰিব বনভোজলৈ।

২) সূৰ্যাস্তৰ পূৰ্বে বনভোজকাৰীয়ে নিজা গৃহত উপস্থিত হ’ব লাগিব।

৩) বনভোজৰ বাহনত অত্যাধিক যাত্ৰী কঢ়িয়াব নোৱাৰিব।

৪) বনভোজস্থলীৰ কাষত বিক্ৰি কৰিব নোৱাৰিব সুৰা।

৫) অবৈধ সুৰাৰ বেহা চলোৱা ধাবাত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিব।

৬) চালকে সেৱন কৰিব নোৱাৰিব কোনো নিচাজাতীয় দ্ৰব্য, পিন্ধিব লাগিব জোতা।

৭) বনভোজস্থলীত গাড়ী পাৰ্কিংৰ পৰ্যাপ্ত ব্যৱস্থা থাকিব লাগিব।

৮) কুঁৱলীৰ সময়ত বনভোজকাৰীৰ বাহন চলাচলত সম্পূৰ্ণ নিষেধাজ্ঞা।

৯) বনভোজকাৰীৰ বাহনত বজাব নোৱাৰিব উচ্চ স্বৰৰ কোনো মিউজিক।

১০) বনভোজলৈ যোৱাৰ পূৰ্বে স্থানীয় আৰক্ষী থানাক অৱগত কৰিব লাগিব।

১১) বনভোজস্থলীত পৰ্যাপ্ত লাইটৰ সুবিধা থাকিব লাগিব।

১২) আৰক্ষীৰ এটা বিশেষ নিৰীক্ষণকাৰী দল গঠন কৰিব স্থানীয় আৰক্ষী থানাই।

বিশেষ পৰিবেশত ল’বলগীয়া সাৱধানতা কি কি?
১) গাড়ীৰ গতিবেগ সীমিত ৰাখক।
২) পৰাপক্ষত গাড়ীৰ হেডলাইট দুটা জ্বলাই পোহৰ অৱনমিত কৰি ৰাখক যাতে সন্মুখৰ গাড়ীখনে আপোনাৰ অৱস্থিতিৰ কথা উমান পায়।
৩) গাড়ীত যদি FOG LIGHT থাকে তেতিয়া সেই লাইট জ্বলাই ৰাখক।
৪) মাজে মাজে Wiper ব্যৱহাৰ কৰক।
৫) কুঁৱলীৰ আচ্ছাদন অধিক ডাঠ হ’লে গাড়ীখন পথৰ বাওঁকাষে সুৰক্ষিতভাৱে ৰখাওক আৰু অপেক্ষা কৰক বতৰ পৰিবৰ্তন হোৱালৈ।
৬) যদি অতিকৈ প্ৰয়োজন নহয় তেন্তে আপোনাৰ নিশাৰ যাত্ৰা বৰ্জন কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!
জীৱনশৈলী

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

March 31, 2026
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ
বাণিজ্য

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

March 31, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

March 31, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
Next Post
বাছ ড্ৰাইভাৰজন একদম ফিটিং হৈ আছিল, আমি নামি দিম বুলিয়ে ভাৱিছিলো…

বাছ ড্ৰাইভাৰজন একদম ফিটিং হৈ আছিল, আমি নামি দিম বুলিয়ে ভাৱিছিলো...

উৎসৱ আহিব আৰু যাব, কিন্তু আমি সাৱধান হৈ থাকিব লাগিব…

উৎসৱ আহিব আৰু যাব, কিন্তু আমি সাৱধান হৈ থাকিব লাগিব...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.