• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, ফুলশয্যাৰ নিশা একেলগে হাৰ্ট এটেক হৈ নিহত নৱ দম্পতি

1 year ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

22 minutes ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

51 minutes ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

2 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

3 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

4 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

6 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে শোকাৱহ, ফুলশয্যাৰ নিশা একেলগে হাৰ্ট এটেক হৈ নিহত নৱ দম্পতি

editor by editor
March 2, 2025
in বিবিধ, ভাৰত
0
অতিকে শোকাৱহ, ফুলশয্যাৰ নিশা একেলগে হাৰ্ট এটেক হৈ নিহত নৱ দম্পতি
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, ফুলশয্যাৰ নিশা একেলগে হাৰ্ট এটেক হৈ নিহত নৱ দম্পতি

বিয়াৰ ঘৰ, সকলোফালে উলহ-মালহৰ পৰিৱেশ। তাতে আৰু ঘৰলৈ ন-কইনা আহিছে। ঘৰত বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানো। ৰভা সজোৱাই ৰভা সজোৱাত ব্যস্ত, ৰান্ধনীয়ে ৰন্ধাৰ যোগাৰ কৰাত ব্যস্ত। মুঠতে সকলোফালে ব্যস্ততা। কিন্তু বহু দেৰিলৈ দৰা-কইনাৰ শোৱাৰ পৰা নুঠেহে নুঠে।

আগদিনা বিয়া গৈ নিশা ফুলশয্যাৰ নিশা আছিল। সেয়ে পৰিয়ালৰ লোকেও বিশেষ গুৰুত্ব দিয়া নাই দৰা কইনাৰ কোঠাৰ পৰা ওলাই নহাত। কিন্তু যিমানেই সময় বাগৰিছে পৰিয়ালৰ লোকৰ মাজত বু বু বা বা।

সেয়ে অৱশেষত পৰিয়ালৰ লোকে মাতিবলৈ ধৰে দুয়ো দৰা কইনাক। কিন্তু কোনো মাত বোল নাই দুয়োৰে। ফোনো কৰে দুয়োকে কিন্তু দৰা কইনাৰ কোনো এজনেও নধৰে ফোন। অৱশেষত মাতি মাতি কোনো উত্তৰ নোপোৱাত কোঠাৰ দৰ্জা ভাঙি ভিতৰ সোমাই হতবাক হৈ পৰে পৰিয়ালৰ লোক।

ফুলশয্যাৰ নিশাৰ ফুলেৰে সজোৱাৰ বিচনাতে দৰা -কইনাৰ সাজেৰেই দুয়োৰে নিথৰ দেহ উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। নিমিষতে সকলো সুখ দুখলৈ পৰিৱৰ্তিত হয়। এই ঘটনা উত্তৰ প্ৰদেশৰ বাহৰাইচৰ।

আত্মীয়ই নৱবিবাহিত দুগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত নৱবিবাহিত দুগৰাকীৰ হাৰ্ট এটেকত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বিয়াৰ নিশা প্ৰায় একে সময়তে হাৰ্ট এটেকত আক্ৰান্ত হৈ দুয়ো স্বামী-স্ত্ৰীৰ মৃত্যু হয়।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতো আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াই স্তম্ভিত হৈ পৰিছে। হাৰ্ট এটেকত একেলগে দুজন লোকৰ আকস্মিক মৃত্যুত সকলোৱে স্তম্ভিত হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: sad storystoryuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!
প্ৰযুক্তি

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

March 19, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

Next Post
বহু প্ৰত্যাশিত ADREৰ ফলাফল প্ৰকাশ পাব চলিত সপ্তাহতে, মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভযোগে ঘোষণা

দৈনিক ৰাশিফল- সপ্তাহৰ প্ৰথম দিন ব্ৰহ্মযোগত ৰেৱতী নক্ষত্ৰ, কোন ৰাশিৰ ভাগ্যই কি কয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন