অসম লাইভ ২৪ঃ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা৷ বিজ্ঞানী বেঞ্জামিন লিষ্ট আৰু ডেভিড ডব্লিউ চি মেকমিলনলৈ যুটীয়াভাৱে ২০২১ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা৷ বুধবাৰে নবেল কমিতিয়ে ঘোষণা কৰে এই পুৰষ্কাৰ৷ অনু সৃষ্টিৰ বাবে নতুন তথা সহজ সামগ্ৰী তৈয়াৰ কৰি উলিয়াইছে নোবেল বঁটা বিজয়ী দুয়োগৰাকী বিজ্ঞানীয়ে৷ ১৯০১ চনৰ পৰা বৰ্তমানলৈকে মুঠ ১৮৭গৰাকী বিজ্ঞানীয়ে লাভ কৰিছে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা৷
BREAKING NEWS:
The 2021 #NobelPrize in Chemistry has been awarded to Benjamin List and David W.C. MacMillan “for the development of asymmetric organocatalysis.” pic.twitter.com/SzTJ2Chtge— The Nobel Prize (@NobelPrize) October 6, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ