• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে

ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে

2 years ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

1 day ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

2 days ago
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

2 days ago
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

2 days ago
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

2 days ago
শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

2 days ago
আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

2 days ago
নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

2 days ago
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

3 days ago
অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

3 days ago
বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

3 days ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 10, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে

editor by editor
October 3, 2023
in বিজ্ঞান, বিশ্ব
0
ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে
0
SHARES
805
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জুইৰ আৱিষ্কাৰে উল্লেখযোগ্যভাৱে সলনি কৰিছিল মানৱ সভ্যতাৰ ইতিহাশ। উত্তাপৰ ওপৰিও জুইৰ পোহৰেই মানুহক নিশাৰ ভাগত পোহৰৰ সন্ধান দিছিল। সেই আলোকেৰেই পোহৰাই তুলিছিল অন্ধকাৰ সময়ক। আলোক অৰ্থাৎ পোহৰ সম্বন্ধীয় গৱেষণাৰ বাবে মঙলবাৰে পদাৰ্থবিজ্ঞানত নোবেল বঁটা লাভ কৰিছে তিনিগৰাকী বিজ্ঞানীয়ে। ২০২৩ বৰ্ষত পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিছে যৌথভাৱে তিনিগৰাকী বিজ্ঞানীয়ে। দুই ফৰাছী বিজ্ঞানী পিয়েৰ আগোস্তিনি, এন লহুইলিয়াৰ আৰু হাঙ্গেৰিয়ান অষ্ট্ৰিয়ান বিজ্ঞানী ফেৰেঙ্ক ক্ৰাউছে লাভ কৰিছে নোবেল বঁটা। ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সৰ তৰফৰ পৰা জনোৱা অনুসৰি আলোক অৰ্থাৎ পোহৰক লৈয়েই এই তিনি বিজ্ঞানীয়ে পৰীক্ষা নিৰীক্ষা চলাই আছে। এই গৱেষণাই মানৱজাতিক পৰমাণু আৰু অনুৰ ভিতৰৰ ইলেক্ট্ৰ্ন জগতক অন্বেষণ কৰাৰ বাবে সহায় কৰিব।

নোবেল কমিটিয়ে জনোৱা অনুসৰি, ‘বিজ্ঞানীকেইজনে পৰীক্ষা-নিৰীক্ষা চলাই পদাৰ্থৰ ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ অটছেকেণ্ড স্পন্দন তৈয়াৰ কৰিছে। পিয়েৰ আগোস্তিনি,ফেৰেঙ্ক ক্ৰাওছ আৰু এন লহুইলিয়াৰে পোহৰৰ অত্যন্ত সংক্ষিপ্ত স্পন্দন তৈয়াৰ কৰাৰ এক উপায় উলিওৱাৰ পৰিকল্পনা কৰিছে। য’ত ইলেক্ট্ৰনসমূহে চলাচল কৰিব পাৰে। শক্তিৰ পৰিবৰ্তন কৰিব পাৰে। যি প্ৰক্ৰিয়াই দ্ৰুতগতিৰ প্ৰক্ৰিয়াসমূহৰ পৰিমাপত সহায় কৰিব।

১৯৮৭ত এন লহুইলিয়াৰে দেখুওৱাইছিল যে কোনো নবেল গেছৰ মাজেৰে ইনফ্ৰাৰেড লেজাৰ পাৰ হৈ যোৱাৰ সময়ত বিভিন্ন অভাৰটন তৈয়াৰ হয়। হুইলিয়াৰে এই পৰীক্ষাত গেছৰ পৰমাণুৰ সৈতে লেজাৰ ৰশ্মিৰ মিথস্ক্ৰিয়াৰ ফলত এটা ৰশ্মি তৰংগ তৈয়াৰ হয়। লেজাৰ তৰংগই ইলেক্ট্ৰনক অতিৰিক্ত শক্তি প্ৰদান কৰে। সেই শক্তিয়েই পোহৰ হিচাপে প্ৰকাশ পায়। ২০০১ চনত পিয়েৰ আগোস্তিনিয়ে মাত্ৰ ২৫০ অট’ছেকেণ্ডৰ ভিতৰত কেনেকৈ লাইট পালচ তৈয়াৰ কৰিব পাৰিব সেই বিষয়ৰ ওপৰতেই গৱেষণা চলাইছে। পদাৰ্থবিজ্ঞানৰ নবেল কমিটিৰ চেয়াৰমেন ইভা ওলছেনে কয়, ‘আমাৰ সন্মুখত এখন ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি গৈছে। অট’ছেকেণ্ডে পদাৰ্থবিদ্যাত ইলেক্ট্ৰন নিয়ন্ত্ৰিত প্ৰক্ৰিয়াসমূহ বুজাৰ সুযোগ দিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

November 8, 2025
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ
জীৱনশৈলী

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

November 8, 2025
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?
জীৱনশৈলী

বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

November 7, 2025
বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি
জীৱনশৈলী

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

November 7, 2025
Next Post
পঞ্চ মহাপুৰুষ ৰাজযোগ আৰম্ভ! কেৰিয়াৰ, ব্যৱয়াসত উন্নতি হ’ব এই ৩ ৰাশিৰ জাতকৰ

পঞ্চ মহাপুৰুষ ৰাজযোগ আৰম্ভ! কেৰিয়াৰ, ব্যৱয়াসত উন্নতি হ’ব এই ৩ ৰাশিৰ জাতকৰ

তামিলনাডুৰ পাছতেই অন্ধ্ৰতো NDAৰ সৈতে মিত্ৰতা ভংগ! মোদীক এৰি কাৰ হাতত ধৰিছে পৱন কল্যানে?

তামিলনাডুৰ পাছতেই অন্ধ্ৰতো NDAৰ সৈতে মিত্ৰতা ভংগ! মোদীক এৰি কাৰ হাতত ধৰিছে পৱন কল্যানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.