• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বানপানী আৰু ভূমিস্খলন কিয় হ’ব, খঙতে ৩০ বিষয়াক মৃ/ ত্যু/ দ/ ণ্ড/ৰ শাস্তি

2 years ago
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

2 hours ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

3 hours ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

4 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

5 hours ago
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

6 hours ago
কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বানপানী আৰু ভূমিস্খলন কিয় হ’ব, খঙতে ৩০ বিষয়াক মৃ/ ত্যু/ দ/ ণ্ড/ৰ শাস্তি

editor by editor
September 4, 2024
in বিবিধ, বিশ্ব, ৰাজনীতি
0
বানপানী আৰু ভূমিস্খলন কিয় হ’ব, খঙতে ৩০ বিষয়াক মৃ/ ত্যু/ দ/ ণ্ড/ৰ শাস্তি
0
SHARES
451
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বানপানী আৰু ভূমিস্খলন কিয় হ’ব, খঙতে ৩০ বিষয়াক মৃ/ ত্যু/ দ/ ণ্ড/ৰ শাস্তি

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনে পুনৰবাৰ চূড়ান্ত বৰ্বৰতা প্ৰকশ কৰে। বান আৰু ভূমিস্খলনৰ পৰিস্থিতি চম্ভালিব নোৱাৰাৰ বাবে ৩০ জন বিষয়াক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। যোৱা মাহত এই আটাইকেইজন বিষয়াক একনায়কত্ববাদীৰ নিৰ্দেশত ফাঁচী দিয়া হৈছিল।

প্ৰতিবেদন অনুসৰি এই বিষয়াসকলে ভূমিস্খলনৰ পিছত বানাক্ৰান্ত অঞ্চলটোত মৃত্যুক ৰোধ কৰাত ব্যৰ্থ হৈছিল। উল্লেখ্য যে, দেশ খনত এই পৰ্যন্ত ভূমিস্খলন আৰু বানপানীৰ ফলত ১০০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। এই বিষয়াসকলৰ বিৰুদ্ধে দুৰ্নীতি আৰু দায়িত্ব পালন নকৰাৰ অভিযোগো উত্থাপন হৈছিল।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি উত্তৰ কোৰিয়াত বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ভূমিস্খলন আৰু বানে বিধ্বস্ত কৰিলে চাংগাং প্ৰদেশৰ কিছু অংশ। যাৰ বাবে বানপানীৰ ধ্বংসলীলা আৰু মৃত্যুত ক্ষুব্ধ হৈ কিম জং উনে একেলগে ৩০ জন বিষয়াক ফাঁচী দিছিল।

জুলাই মাহতে সংঘটিত হৈছিল এই ঘটনা। পাছে এতিয়াহে এই তথ্য দক্ষিণ কোৰিয়াৰ বহু সংবাদ মাধ্যমত প্ৰকাশ পাইছে। দক্ষিণ কোৰিয়াৰ মিডিয়া চেনেল চ’ছুন টিভিৰ প্ৰতিবেদন অনুসৰি উত্তৰ কোৰিয়াৰ বিষয়াসকলে কয় যে কিম জং উনে কঠোৰ শাস্তিৰ কথা কৈছিল। এই ক্ষতিৰ বাবে দায়ী বিষয়াসকলক ফাঁচী দিয়া হয়।

উত্তৰ কোৰিয়াৰ কেন্দ্ৰীয় সংবাদ সংস্থাই পূৰ্বে প্ৰকাশ কৰিছিল যে জুলাই মাহত হোৱা প্ৰচণ্ড বৰষুণৰ পিছত চাগাং প্ৰদেশত ভূমিস্খলন সংঘটিত হৈছিল। ইয়াৰ ফলত বহু অঞ্চলত বানপানীৰ সৃষ্টি হয়। ৪০০০ৰো অধিক ঘৰ বানত ক্ষতিগ্ৰস্ত হয়। বিধ্বংসী বানপানীৰ পিছত কমেও ১৫ হাজাৰৰো অধিক লোক গৃহহীন হৈ পৰিল কিম জং উনে বিষয়াসকলক কঠোৰ শাস্তি দিয়াৰ নিৰ্দেশ দিছিল।

অৱশ্যে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী ৰাষ্ট্ৰই বানপানীৰ বাবে অধিক সংখ্যক লোকৰ মৃত্যুৰ খবৰ নাকচ কৰিছে। উত্তৰ কোৰিয়াই বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ অধিক সংখ্যাক ভুৱা উৰাবাতৰি বুলি অভিহিত কৰে। তেওঁ দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াৰ আন্তঃৰাষ্ট্ৰীয় সুনাম ক্ষতিগ্ৰস্ত কৰিবলৈ এনে উৰাবাতৰি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: floodFlood and landslidekim jong-unLand Slidenorth korea
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ
জীৱনশৈলী

March 22, 2026
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন
জীৱনশৈলী

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

March 22, 2026
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?
জীৱনশৈলী

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

March 22, 2026
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?
জীৱনশৈলী

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

March 22, 2026
Next Post
ৰাহুল দ্ৰাবিড়ৰ উভতনি যাত্ৰা, পুনৰ মূখ্য প্ৰশিক্ষক পদত…

ৰাহুল দ্ৰাবিড়ৰ উভতনি যাত্ৰা, পুনৰ মূখ্য প্ৰশিক্ষক পদত...

ৰাহুৰ শুভ দৃষ্টিৰ ফলত ২ ডিচেম্বৰলৈ ৩ ৰাশিৰ সোণালী সুযোগ, অপাৰ ধন আহিব জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন