• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰ পূৱৰ এখন ৰাজ্যৰ ভয়ংকৰ তথ্য- ৮০০ৰো অধিক আক্ৰান্ত, ৪৭ জন নিহত

উত্তৰ পূৱৰ এখন ৰাজ্যৰ ভয়ংকৰ তথ্য- ৮০০ৰো অধিক আক্ৰান্ত, ৪৭ জন নিহত

2 years ago
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

18 minutes ago
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

1 hour ago
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

2 hours ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

3 hours ago
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

4 hours ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

5 hours ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

6 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

19 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

20 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

21 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

21 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উত্তৰ পূৱৰ এখন ৰাজ্যৰ ভয়ংকৰ তথ্য- ৮০০ৰো অধিক আক্ৰান্ত, ৪৭ জন নিহত

editor by editor
July 13, 2024
in অসম, উত্তৰ-পূব, জীৱনশৈলী, ভাৰত, লেখা
0
উত্তৰ পূৱৰ এখন ৰাজ্যৰ ভয়ংকৰ তথ্য- ৮০০ৰো অধিক আক্ৰান্ত, ৪৭ জন নিহত
0
SHARES
170
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ পূৱৰ এখন ৰাজ্যৰ ভয়ংকৰ তথ্য- ৮০০ৰো অধিক আক্ৰান্ত, ৪৭ জন নিহত

উত্তৰ পূৱৰ এখন ৰাজ্যৰ পৰা পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য। মুঠ ৮০০ গৰাকী ছাত্ৰ-ছাত্ৰী আক্ৰান্ত ধৰা পৰিছে এইছড ৰোগত। ইয়াৰে ইতিমধ্যে প্ৰাণ হেৰুৱালে ৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। এতিয়াও শতাধিক আক্ৰান্ত। এই ৰাজ্যখন হৈছে ত্ৰিপুৰা ৰাজ্য।

নাকোৰ তথ্য অনুসৰি ত্ৰিপুৰাত প্ৰতি বছৰে এইডছ ৰোগী বৃদ্ধি পাই আছে। বিগত কেইবাবছৰ ধৰি ৰাজ্যৰ বিভিন্ন এইডছ কেন্দ্ৰত ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰীক পঞ্জীয়ন কৰা হৈছিল আৰু তেওঁলোকক বিনামূলীয়াকৈ এণ্টি ৰেট্ৰ’ভাইৰেল চিকিৎসাও প্ৰদান কৰা হৈছিল। ইয়াৰে ৪৭ গৰাকীৰ মৃত্যু হৈছিল।

২০২২-২০২৩ চনত ১৮৪৭ গৰাকী নতুন এইচ আই ভি ৰোগী ধৰা পৰিছিল ইয়াৰে ৬৭ গৰাকীৰ মৃত্যু হয়। ২০২৩-২০২৪ বৰ্ষত এইচ আই ভিৰ ফলত ৪৪ গৰাকীৰ মৃত্যু হোৱাৰ লগতে ১৭৯০ গৰাকী নতুনকৈ আক্ৰান্ত ধৰা পৰিছিল।

ত্ৰিপুৰা ৰাজ্যিক এইডছ কণ্ট্ৰল ছ’চাইটিয়ে ২২০খন বিদ্যালয় আৰু ২৪খন কলেজ আৰু বিশ্ববিদ্যালয়ৰ পৰা ড্ৰাগছ বেজী লোৱা ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰিছিল। বহু ছাত্ৰ-ছাত্ৰী ড্ৰাগছ আসক্ত ধৰা পৰিছিল। সেই ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰতেই ধৰা পৰিছে এইডছ আক্ৰান্ত ৰোগী।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ইয়াৰে অধিকাংশ ধনী পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী, যাৰ শৰীৰত এইচ আই ভি পজিটিভ পোৱা গৈছে। কিছু এনে পৰিয়াল আছে য’ত পিতৃ-মাতৃ দুয়োজনেই ভাল চাকৰি কৰি ল’ৰা-ছোৱালীৰ দাবী তৎক্ষণাত পূৰণ কৰে।

ড্ৰাগছ সেৱন কৰা বেছিভাগ লোকেই একেটা চিৰিঞ্জ ব্যৱহাৰ কৰে, যাৰ ফলত তেজৰ সংস্পৰ্শলৈ অহাৰ লগে লগে ভাইৰাছটো দ্ৰুতগতিত বিয়পি পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: drugsIndian stateNorth East Statenorth-easttripuratripura drugs
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত
অপৰাধ

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

September 5, 2026
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!
বিনোদন

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

September 5, 2026
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ
ৰাজনীতি

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

September 5, 2026
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?
জীৱনশৈলী

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

September 5, 2026
Next Post
উপ-নিৰ্বাচন- মুখ থেকেচা খাব নেকি বিজেপিয়ে, প্ৰায় গোটেইকেইখনতে আগ বাঢ়ি আছে ইণ্ডিয়া মিত্ৰজোঁট, ইতিমধ্যে ৫ আসন লাভ 

উপ-নিৰ্বাচন- মুখ থেকেচা খাব নেকি বিজেপিয়ে, প্ৰায় গোটেইকেইখনতে আগ বাঢ়ি আছে ইণ্ডিয়া মিত্ৰজোঁট, ইতিমধ্যে ৫ আসন লাভ 

অনন্ত-ৰাধিকাৰ বিয়াত সহশ্ৰজনৰ পুনৰ এবাৰ হৃদয় কাঢ়িলে শ্বাহৰুখে, কৰিলে এই কাম…

অনন্ত-ৰাধিকাৰ বিয়াত সহশ্ৰজনৰ পুনৰ এবাৰ হৃদয় কাঢ়িলে শ্বাহৰুখে, কৰিলে এই কাম...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.