• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় পদ্ম সন্মান প্ৰত্যাখ্যান কৰিলে বংগৰ দুই স্বনামধন্য ব্যক্তিত্বই?

কিয় পদ্ম সন্মান প্ৰত্যাখ্যান কৰিলে বংগৰ দুই স্বনামধন্য ব্যক্তিত্বই?

4 years ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

9 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

9 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

10 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

10 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

12 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

12 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

13 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

14 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

14 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

15 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

15 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কিয় পদ্ম সন্মান প্ৰত্যাখ্যান কৰিলে বংগৰ দুই স্বনামধন্য ব্যক্তিত্বই?

editor by editor
January 26, 2022
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
কিয় পদ্ম সন্মান প্ৰত্যাখ্যান কৰিলে বংগৰ দুই স্বনামধন্য ব্যক্তিত্বই?
0
SHARES
113
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য্যৰ পিছতে এইবাৰ পদ্ম সন্মান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে পশ্চিমবংগৰ প্ৰখ্যাত সংগীত শিল্পী সন্ধ্যা মুখাৰ্জীয়ে৷

৯০ বছৰীয়া বৰ্ষীয়ান সংগীত শিল্পীগৰাকীয়ে পদ্মশ্ৰী সন্মান প্ৰত্যাখ্যান কৰি কয় যে তেওঁক এতিয়া এই সন্মান প্ৰদান কৰি অসন্মানহে কৰা হৈছে৷

প্ৰখ্যাত সংগীত শিল্পী গৰাকীৰ কন্যা সৌমী সেনগুপ্তাই মংগলবাৰে কয়, দিল্লীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় কাৰ্যালয়ে ফোন যোগে তেওঁৰ মাতৃৰ নামো পদ্মশ্ৰীৰ সন্মানৰ বাবে বাছনি কৰাৰ খবৰ দিয়ে৷

উক্ত খবৰ লাভ কৰিয়ে মাতৃ সন্ধ্যা মুখাৰ্জীয়ে তেওঁলৈ আগবঢ়োৱা ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে বুলি প্ৰকাশ কৰিছে৷

বৰ্ষীয়ান শিল্পীগৰাকীৰ কন্যাই লগতে স্পষ্ট কৰি দিছে তেওঁৰ মাতৃয়ে কোনো ৰাজনৈতিক কাৰণত এই সন্মান প্ৰত্যাখ্যান কৰা নাই৷ বিশিষ্ট শিল্পী গৰাকীয়ে এই বয়সত তেওঁলৈ ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান আগবঢ়াই অপমান কৰা বুলিহে অভিহিত কৰিছে৷

উল্লেখ্য যে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে ভাৰত চৰকাৰে বহু কণিষ্ঠ শিল্পীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰি অহাৰ বিপৰীতে যোগ্য ব্যক্তিত্বক সঠিক সময়ত এই সন্মান প্ৰদান নকৰি বঞ্চিত কৰি অহাৰ গুৰুতৰ অভিযোগ উঠি আহিছে৷ বৰ্ষীয়ান তথা বিশিষ্ট শিল্পী সন্ধ্যা মুখাৰ্জীয়ে পদ্মশ্ৰী সন্মান প্ৰত্যাখ্যান কৰাটোৱে এই অভিযোগৰ সত্যতাকে পুনৰ এবাৰ প্ৰমাণ কৰিলেও বুলিও এতিয়া চৰ্চা লাভ কৰিছে৷

ইফালে সন্ধ্যা মুখাৰ্জীৰ কিছু সময়ৰ পূৰ্বে এই পদ্ম সন্মান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দেশৰ বিশিষ্ট বাওঁপন্থী নেতা বুদ্ধদেৱ ভট্টাচাৰ্যই৷ প্ৰখ্যাত বাওঁপন্থী নেতাগৰাকীয়ে তেওঁলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা বুলি জানিব পাৰি টুইটাৰযোগে কয় যে তেওঁ এই বিষয়ে অৱগত নহয় আৰু যদি তেওঁলৈ আগবঢ়োৱা হয়, তেনে তেওঁ ইয়াক প্ৰত্যাখ্যান কৰিব৷

উল্লেখ্য যে দেশত পদ্ম সন্মান গ্ৰহণ কৰিবলৈ অস্বীকাৰ আৰু প্ৰত্যাখ্যান কৰা এয়াই প্ৰথম ঘটনা নহয়৷ ইয়াৰ পূৰ্বেও দেশৰ বহু বিশিষ্ট ব্যক্তিয়ে ভাৰত চৰকাৰৰ এই অসামৰিক সন্মান প্ৰত্যাখ্যান কৰাৰ লগতে ওভতাই দি আহিছে৷

পদ্ম সন্মান প্ৰত্যাখ্যান আৰু ওভতাই দিয়াসকলৰ মাজত উল্লেখ্যযোগ্যসকল হৈছে ক্ৰমে ৰমিলা থাপা, খুচৱন্ত সিং, ছেলিম খান আদি৷

দেশৰ প্ৰখ্যাত ইতিহাসবিদ ৰমিলা থাপা আৰু লেখক খুচৱন্ত সিঙে ১৯৭৪ চনত লাভ কৰা পদ্মভুষণ সন্মান ১৯৮৪ চনত আৰু চলচ্চিত্ৰ ব্যক্তিত্ব ছেলিম খানে ২০০৫ চনত লাভ কৰা পদ্মশ্ৰী সন্মান ২০১৫ চনত চৰকাৰক ওভতাই দিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Buddhadeb Bhattacharjeepadma awardpadmashri awardSandhya Mukherjee
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

March 12, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
Next Post
এক আৱেগিক মুহূৰ্ত…‘বিৰাট’লৈ বিদায় সম্ভাষণ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ৷ সকলোৰে বাবে কিয় বিশেষ এই ‘বিৰাট’?

এক আৱেগিক মুহূৰ্ত…‘বিৰাট’লৈ বিদায় সম্ভাষণ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ৷ সকলোৰে বাবে কিয় বিশেষ এই ‘বিৰাট’?

গুৱাহাটী আই আই টিত অঘটন : গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু!

গুৱাহাটী আই আই টিত অঘটন : গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.