মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ সুস্থ। মঙলবাৰে (২৬ মে’) চিকিৎসা পৰীক্ষাৰ অন্তত ৰাষ্ট্ৰপতিগৰাকীয়ে নিজেই নিজৰ ফলাফল শ্বেয়াৰ...





