• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

3 months ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

10 minutes ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

36 minutes ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

1 hour ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

2 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

3 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

4 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

5 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

13 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

14 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

14 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

15 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

চৰ্চাত এই তিনিগৰাকীৰ নাম

editor by editor
July 25, 2026
in বিবিধ, ভাৰত, ৰাজনীতি
0
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

NEET প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে দুমাহজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ সমুখত শিৰনত হৈ অৱশেষত ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হল। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ লগে লগে সম্প্ৰতি এটা তাৎক্ষণিক প্ৰশ্নৰ উন্মেষ ঘটিছে যে পৰৱৰ্তী সময়ত চৰকাৰৰ এই অন্যতম ৰাজনৈতিক স্পৰ্শকাতৰ বিভাগটোৰ দায়িত্ব কাক অৰ্পণ কৰা হ’ব? দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰীৰ দায়িত্বৰ বাবে ৰাজনৈতিক মহলত আলোচনা হোৱা আটাইতকৈ বেছি চৰ্চিত নামকেইটা হৈছে সুকান্ত মজুমদাৰ, জয়ন্ত চৌধুৰী আৰু ৰাঘৱ চাড্ডা ।

বিজেপি শিবিৰৰ ভিতৰত প্ৰশাসনিকভাৱে আটাইতকৈ যুক্তিসংগত নামটো হৈছে সুকান্ত মজুমদাৰ। ইতিমধ্যে তেওঁ শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, যাৰ ফলত তেওঁ মন্ত্ৰালয়ৰ ফাইল, পৰীক্ষা সম্পৰ্কীয় বিষয় আৰু দৈনন্দিন কাম-কাজৰ সৈতে পৰিচিতি লাভ কৰিছে। তেওঁ দলটোৰ বাবে ৰাজনৈতিক মূল্যও কঢ়িয়াই আনে। পশ্চিমবংগৰ বালুৰঘাট সমষ্টিৰ পৰা জয়ী হৈ দিল্লীলৈ যোৱা সুকান্ত মজুমদাৰক শিক্ষাবিভাগৰ পূৰ্ণাংগ দায়িত্ব অৰ্পণৰ জৰিয়তে বিজেপিয়ে পশ্চিমবংগৰ ৰাজনীতিত নিজৰ পদাংক আৰু অধিক শক্তিশালী কৰিব পাৰে। বিশেষকৈ যি সময়ত চৰকাৰে ব্যাঘাতৰ পৰিৱৰ্তে স্থিতিশীলতা দেখুৱাব বিচাৰিব পাৰে, সেই সময়ত মজুমদাৰৰ পদোন্নতিয়ে ধাৰাবাহিকতাৰ সংকেত দিব।

শিক্ষা বিভাগটোত কাম কৰাৰ অভিজ্ঞতা সুকান্ত মজুমদাৰৰ বেছি থাকিলেও ৰাজনীতিত এৰি অহা সময়তকৈ আহি থকা সময়ৰ গুৰুত্ব বেছি। গতিকে সদ্যসমাপ্ত পশ্চিমবংগ নিৰ্বাচনতকৈ আগন্তুক পাঞ্জাব বিধানসভা নিৰ্বাচনৰ প্ৰতি অধিক গুৰুত্ব দিয়াটোৱেই বিজেপিৰ লক্ষ্য হব। গতিকে এই কাৰণতেই শেষমুহূৰ্তত সুকান্ত মজুমদাৰতৰ তুলনাত শেষ বাজি ৰাঘৱ চাড্ডায়ো মাৰিব পাৰে। অৱশ্যে ৰাঘৱ চাড্ডাৰ বিভাগ এটা পৰিচালনা কৰাৰ তেনে কোনো অভিজ্ঞতা নাই, সেয়েহে আগন্তুক পাঞ্জাব নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সুকান্ত মুজমদাৰক পদোন্নতি দি ৰাঘৱ চাড্ডাক মজুমদাৰৰ সহযোগী হিচাপে অৰ্থাৎ শিক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰিত্বৰো দায়িত্ব দিয়া হব পাৰে।

উপৰিউক্ত এই দুটা নামৰ উপৰিও আন এটা নাম হব পাৰে জয়ন্ত চৌধাৰী। কাৰণ তেওঁ ইতিমধ্যে ৰাজ্যিক মন্ত্ৰী হিচাপে শিক্ষাৰ দায়িত্বত আছে আৰু লগতে দক্ষতা বিকাশ আৰু উদ্যোগীকৰণৰ স্বতন্ত্ৰ দায়িত্বতো আছে। কিন্তু চৌধাৰীক শীৰ্ষ পদলৈ স্থানান্তৰিত কৰিলে শিক্ষা মন্ত্ৰালয়টো বিজেপিৰ বাহিৰলৈ যাব। শেহতীয়াকৈ কলংকিত হৈ পৰা বিভাগটোৰ ক্ষেত্ৰত বিজেপিয়ে এই ৰিক্স নোলোৱাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি। অৱশ্যে শিক্ষাবিভাগৰ দায়িত্ব তাৎক্ষণিকভাৱে কাৰোবাৰ হাতলৈ অৰ্পণ কৰে নে তাৰ বাবে কিছু সময় লৈ সম্পূৰ্ণ সংশোধন প্ৰক্ৰিয়াৰ মাজেৰে সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সময়তহে দেখা যাব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cjp protesteducation ministerraghab chadda
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক
জীৱনশৈলী

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

October 14, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

October 14, 2026
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

October 14, 2026
Next Post
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ'ব আৰ্থিক লাভ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.