১৬বছৰ বয়সতেই হেৰুৱাইছিল শ্ৰৱণ ক্ষমতা! কচিং অবিহনেই UPSCত নৱম ৰেংক ল’লে সৌম্যই, সৌম্য শর্মাৰ সফলতাৰ কাহিনী জানেনে?
অসম লাইভ২৪ঃ মাত্ৰ ১৬বছৰ বয়সতেই হেৰুৱাইছিল শ্ৰৱণ ক্ষমতা। হিয়াৰিং হেডৰ মাধ্যমেৰেহে শুনা পায় তেওঁ। কিন্তু এই শাৰীৰিক প্ৰতিবন্ধকতাই জানো পিছপেলাই...





