শেহতীয়া সংযোজন

কোন সমষ্টিত বিজেপিৰ পৰা কোনে বিচাৰিছে প্ৰাৰ্থিত্ব?

কোন সমষ্টিত বিজেপিৰ পৰা কোনে বিচাৰিছে প্ৰাৰ্থিত্ব?

বিজেপিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ সমষ্টিয়ে সমষ্টিয়ে খদমদম। কোন সমষ্টিত কোনে বিচাৰিছে শাসনাধিষ্ঠ দলৰ প্ৰাৰ্থিত্ব? কেইবাটাও সমষ্টিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ তালিকা।

‘SIMPOOL DRIVER’ ৰাকুদা ভোটৰ ব্ৰেণ্ড এম্বেছেদৰ

‘SIMPOOL DRIVER’ ৰাকুদা ভোটৰ ব্ৰেণ্ড এম্বেছেদৰ

‘simpool driver’ ৰাকুদা নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেছেদৰ হ’ল। কামৰূপ জিলা প্ৰশাসনে ৰাকুদা অৰ্থাৎ ৰাজকুমাৰ ঠাকুৰীয়াক নিযুক্তি দিলে ভোটাৰ সজাগতাৰ ব্ৰেণ্ড এম্বেছেদৰৰূপে।

জালুকবাৰী সমষ্টি, হিমন্তক টাৰ্গেট কমল-লুৰিণৰ

জালুকবাৰী সমষ্টি, হিমন্তক টাৰ্গেট কমল-লুৰিণৰ

এইবাৰ নৱগঠিত দুই দলৰ টাৰ্গেট জালুকবাৰী সমষ্টি। জালুকবাৰীক টাৰ্গেট AJP, ৰাইজৰ দলৰ। মহা শক্তিধৰ হিমন্তক উৎখাতৰ লক্ষ্য। পিছে সম্ভৱ জানো?

Page 3787 of 3812 1 3,786 3,787 3,788 3,812