সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা, শ্যামকানুৰ মৃ**দণ্ডৰ শাস্তি হ’ব পাৰে! কেনেকৈ কি ধাৰাত এই শাস্তি পাব পাৰে? কি কৈছে অধিবক্তা বিজন মহাজনে?
জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত অভিযুক্ত সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা, শ্যামকানুৰ মৃত্যুদণ্ডও হ’ব পাৰে৷ অভিযোগ সঁচা প্ৰমাণিত হ’লে মৃত্যুদণ্ড অথৱা যাৱজ্জীৱন কাৰাদণ্ড...





