• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ ছাৰ্জশ্বীট কেনেকৈ চাব আপুনি? জানি থওক A-Z প্ৰক্ৰিয়া

জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ ছাৰ্জশ্বীট কেনেকৈ চাব আপুনি? জানি থওক A-Z প্ৰক্ৰিয়া

9 months ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

11 minutes ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

1 hour ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

2 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

2 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

3 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

3 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

4 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

5 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

6 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

6 hours ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ ছাৰ্জশ্বীট কেনেকৈ চাব আপুনি? জানি থওক A-Z প্ৰক্ৰিয়া

জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ ছাৰ্জশ্বীট কেনেকৈ চাব আপুনি? জানি থওক A-Z প্ৰক্ৰিয়া

editor by editor
December 12, 2025
in জীৱনশৈলী
0
জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ ছাৰ্জশ্বীট কেনেকৈ চাব আপুনি? জানি থওক A-Z প্ৰক্ৰিয়া
0
SHARES
752
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি অৰ্থাৎ শুকুৰবাৰে আদালতত দাখিল কৰা হ’ল জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ চাৰ্জশ্বীট৷ ৪ট্ৰাঙ্ক তথ্যতেই সোমাই আছে জুবিন গাৰ্গৰ ন্যায়৷ ৩৫০০ পৃষ্ঠাজোৰা সেই অভিযোগনামাত প্ৰকৃততে কি আছে? সাধাৰণ জনতাই সেই তথ্য জানিবলৈ খুবেই আগ্ৰহীও হৈ আছে৷ কাৰণ জুবিন গাৰ্গ কেৱল এটা পৰিয়ালৰ এজন ব্যক্তি নাছিল৷ জুবিন গাৰ্গ আছিল অসমৰ প্ৰত্যেকঘৰ লোকৰেই সন্তান৷ জুবিন গাৰ্গৰ ঘৰ প্ৰত্যেকজন অসমীয়াৰ বুকুত৷ সেয়ে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য জনাটো প্ৰত্যেকজন অসমীয়াই নিজৰ অধিকাৰ বুলিও ভাৱিছে৷ কিন্তু সাধাৰণ জনতাই কেনেকৈ চাব পাৰিব চাৰ্জশ্বীট?

চাৰ্জশ্বীট এখন দাখিল কৰাৰ কিছুমান নিয়ম থাকে৷ চাৰ্জশ্বীটখন দাখিলত CJMয়ে সন্মতি দিব লাগিব৷ এছ আই টিয়ে যেতিয়া আদালতত এই অভিযোগনামা দাখিল কৰিব তাৰ পিছতে বিচাৰপীঠৰ ন্যায়াধীশে উক্ত অভিযোগনামা গ্ৰহণ কৰা হৈছে বুলি স্বাক্ষৰ প্ৰদান কৰিব৷ ন্যায়াধীশে এই স্বাক্ষৰ প্ৰদান কৰাৰ পাছতে উক্ত অভিযোগনামা সাধাৰণ নাগৰিকে লাভ কৰিব পৰা হৈ উঠিব৷ অৰ্থাৎ এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত যিকোনো ব্যক্তিয়ে অধিবক্তাৰ সহায় লৈ এই অভিযোগনামা চাব পাৰিব৷

উল্লেখ্য যে CJM আদালতত এই অভিযোগনামা দাখিল হৈছে৷ এই অভিযোগনামা ন্যায়াধীশে তন্নতন্নকৈ চাব তাৰপিছতেই সকলো দিশ অধ্যয়ন কৰিব৷ তাৰপিছতহে আৰম্ভ হব ন্যায়িক প্ৰক্ৰিয়া৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ
জীৱনশৈলী

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

September 22, 2026
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু
ভাৰত

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

September 22, 2026
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক
জীৱনশৈলী

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

September 22, 2026
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?
জীৱনশৈলী

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

September 22, 2026
Next Post
সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা, শ্যামকানুৰ মৃ**দণ্ডৰ শাস্তি হ’ব পাৰে! কেনেকৈ কি ধাৰাত এই শাস্তি পাব পাৰে? কি কৈছে অধিবক্তা বিজন মহাজনে?

সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা, শ্যামকানুৰ মৃ**দণ্ডৰ শাস্তি হ’ব পাৰে! কেনেকৈ কি ধাৰাত এই শাস্তি পাব পাৰে? কি কৈছে অধিবক্তা বিজন মহাজনে?

সূৰ্যৰ বছৰ হ’ব ২০২৬চন, এই ৪তাৰিখত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বাবে আহি আছে গল্ডেন টাইম

সূৰ্যৰ বছৰ হ’ব ২০২৬চন, এই ৪তাৰিখত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বাবে আহি আছে গল্ডেন টাইম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.