• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা, শ্যামকানুৰ মৃ**দণ্ডৰ শাস্তি হ’ব পাৰে! কেনেকৈ কি ধাৰাত এই শাস্তি পাব পাৰে? কি কৈছে অধিবক্তা বিজন মহাজনে?

সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা, শ্যামকানুৰ মৃ**দণ্ডৰ শাস্তি হ’ব পাৰে! কেনেকৈ কি ধাৰাত এই শাস্তি পাব পাৰে? কি কৈছে অধিবক্তা বিজন মহাজনে?

9 months ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

5 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

5 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

6 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

6 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

7 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

7 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

8 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

9 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

10 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

11 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা, শ্যামকানুৰ মৃ**দণ্ডৰ শাস্তি হ’ব পাৰে! কেনেকৈ কি ধাৰাত এই শাস্তি পাব পাৰে? কি কৈছে অধিবক্তা বিজন মহাজনে?

সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা, শ্যামকানুৰ মৃ**দণ্ডৰ শাস্তি হ’ব পাৰে! কেনেকৈ কি ধাৰাত এই শাস্তি পাব পাৰে? কি কৈছে অধিবক্তা বিজন মহাজনে?

editor by editor
December 12, 2025
in জীৱনশৈলী
0
সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা, শ্যামকানুৰ মৃ**দণ্ডৰ শাস্তি হ’ব পাৰে! কেনেকৈ কি ধাৰাত এই শাস্তি পাব পাৰে? কি কৈছে অধিবক্তা বিজন মহাজনে?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত অভিযুক্ত সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা, শ্যামকানুৰ মৃত্যুদণ্ডও হ’ব পাৰে৷ অভিযোগ সঁচা প্ৰমাণিত হ’লে মৃত্যুদণ্ড অথৱা যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে এই ৪অভিযুক্তৰ৷ সন্দীপন গাৰ্গৰ বিৰুদ্ধেও ১০৫ধাৰা লগোৱা হৈছে৷ যদি দোষী সাব্যস্ত হয় তেন্তে সন্দীপনেও যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পাব পাৰে৷ চাৰ্জশ্বীট দাখিলৰ পাছতেই এই বিস্ফোৰক মন্তব্য কৰিছে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে৷ বিজন মহাজনৰ মতে যদি BNSৰ ১০৩ ধাৰা লগোৱা হয় হত্যাৰ গোচৰত৷ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগত অভিযুক্ত ৪জনৰ বিৰুদ্ধে এই ধাৰা লগোৱা হৈছে৷ গতিকে অপৰাধ সঁচা প্ৰমাণিত হ’লে এই ৪গৰাকীক মৃত্যুদণ্ডৰো ৰায় দিব পাৰে আদালতে৷

বিজয় মহাজনে এই সন্দৰ্ভত কয়- অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ চাৰ্জশ্বীট আজি দাখিল কৰিছে৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ পৰা আমি এই তথ্য জানিব পাৰিছো৷ ৪ ব্যক্তিক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰো কৰা হৈছে৷ BNS  ১০৩ ধাৰাত অভিযুক্ত ব্যক্তিকেইজন হৈছে শ্যামকানু মহন্ত, অমৃতপ্ৰভা মহন্ত, শেখৰ গোস্বামী, সিদ্ধাৰ্থ শৰ্মা BNS ১০৩ ধাৰাত অভিযুক্ত৷ গতিকে তেওঁলোক যদি দোষী সাব্যস্ত হয় তেতিয়া ন্যায়ালয়ে মৃত্যুদণ্ড পৰ্যন্ত ৰায় দিব পাৰে৷ আনহাতে সন্দীপন গাৰ্গ আৰু তেওঁৰ দেহৰক্ষী দুজনৰ বিৰুদ্ধে  BNSৰ ১০৫ ধাৰা লগোৱা হৈছে৷ ন্যায়ালয়ে যদি তেওঁলোককো দোষী সাব্যস্ত কৰে তেতিয়া তেওঁলোকৰো যাৱজ্জীৱন কাৰাদণ্ড হব পাৰে৷ জুবিন গাৰ্গ জনতাৰ হিয়াৰ আমঠু৷ আজিৰ পৰা এই ন্যায় আদালতৰ হাতলৈ আহিল৷ এতিয়া আৰক্ষীৰ হাতত নাই, ন্যায়ালয়ৰ হাতত সকলো গতিকে ন্যায়ালয়ে হিয়াৰ আমঠুক ন্যায় দিয়াৰ প্ৰক্ৰিয়া আজিৰে পৰাই আৰম্ভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
Next Post
সূৰ্যৰ বছৰ হ’ব ২০২৬চন, এই ৪তাৰিখত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বাবে আহি আছে গল্ডেন টাইম

সূৰ্যৰ বছৰ হ’ব ২০২৬চন, এই ৪তাৰিখত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বাবে আহি আছে গল্ডেন টাইম

দিল্লীত খাবলৈ নাপাব সু-স্বাদু তন্দুৰী টিক্কা, তন্দুৰি ৰুটি, তন্দুৰি চিকেন, কিন্তু হঠাৎ কিয় দিল্লীত তন্দুৰিৰ ব্যৱসায় বন্ধৰ নিৰ্দেশ?

দিল্লীত খাবলৈ নাপাব সু-স্বাদু তন্দুৰী টিক্কা, তন্দুৰি ৰুটি, তন্দুৰি চিকেন, কিন্তু হঠাৎ কিয় দিল্লীত তন্দুৰিৰ ব্যৱসায় বন্ধৰ নিৰ্দেশ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.