• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনাস্থা প্ৰস্তাৱত পৰাস্ত হ’লেও প্ৰধানমন্ত্ৰী হৈ থাকিব ইমৰাণ খান! কিন্তু কেনেকৈ?

অনাস্থা প্ৰস্তাৱত পৰাস্ত হ’লেও প্ৰধানমন্ত্ৰী হৈ থাকিব ইমৰাণ খান! কিন্তু কেনেকৈ?

4 years ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

4 minutes ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

15 minutes ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

38 minutes ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

2 hours ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

2 hours ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

3 hours ago
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

3 hours ago
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

3 hours ago
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

4 hours ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

16 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

16 hours ago
১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

অনাস্থা প্ৰস্তাৱত পৰাস্ত হ’লেও প্ৰধানমন্ত্ৰী হৈ থাকিব ইমৰাণ খান! কিন্তু কেনেকৈ?

editor by editor
April 2, 2022
in বিশ্ব, ৰাজনীতি
0
অনাস্থা প্ৰস্তাৱত পৰাস্ত হ’লেও প্ৰধানমন্ত্ৰী হৈ থাকিব ইমৰাণ খান! কিন্তু কেনেকৈ?
0
SHARES
191
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেওবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে অনাস্থা প্ৰস্তাৱত সন্মুখীন হ’ব৷ ইতিমধ্যে দুই সহযোগী দলে ইমৰাণ খানৰ সংগ ত্যাগ কৰাৰ ফলত ইমৰাণ খানৰ চৰকাৰৰ সংখ্যালঘুত পৰিণত হোৱা বুলি বিৰোধীয়ে দাবী কৰি আহিছে৷

বিৰোধীয়ে সংখ্যালঘুত পৰিণত হোৱা ইমৰাণ খানৰ চৰকাৰক পদত্যাগ কৰিবলৈ দাবী আৰু হেঁচা দুয়োটাই প্ৰয়োগ কৰি আহিছে৷

ইমানৰ পিছতো ইমৰাণ খানে পদত্যাগ নকৰি শেষ মুহূৰ্তলৈকে যুঁজ দি যোৱাৰ বাবে অংগীকাৰৱদ্ধ হৈছে৷ ইফালে তেওঁৰ চৰকাৰৰ মন্ত্ৰীয়ে কৈছে যে ইমৰাণ খান এগৰাকী প্ৰসিদ্ধ খেলুৱৈ আৰু তেওঁ শেষ বলটোলৈকে খেলিব৷

লগতে পঢ়ক এপ্ৰিলত অসমত কিমান দিন বেংক বন্ধ থাকিব? চাওক বেংক বন্ধৰ তালিকা…

ইফালে অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণলৈ মাজত ২৪ ঘণ্টাতকৈও কম সময় থকাৰ সময়ত ইমৰাণ খান চৰকাৰৰ গৃহমন্ত্ৰী ৰছিদ খানে দাবী কৰিছে যে অনাস্থা প্ৰস্তাৱত পৰাভূত হ’লেও ইমৰাণ খান দেশখনৰ প্ৰধানমন্ত্ৰী হৈ থাকিব৷ আনকি প্ৰধানমন্ত্ৰী কাৰ্যালয়তো ইমৰাণ খানে উপস্থিত থাকিব পাৰিব৷

পাকিস্তানৰ সংবিধানৰ ৯৮ নং অনুচ্ছেদৰ উদ্ধৃতিৰে কোনো নতুন প্ৰধানমন্ত্ৰীয়ে শপত গ্ৰহণ নকৰালৈকে প্ৰধানমন্ত্ৰী ইমৰাণ খানে প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি কয় মন্ত্ৰী ৰছিদ খানে৷ অৱেশ্যে পাকিস্তানৰ সংবিধানত কিমান সময় অথবা দিনলৈকে এইদৰে থাকিব পাৰি সেয়া স্পষ্টকৈ উল্লেখ নাই৷

ইফালে মন্ত্ৰী ৰছিদ খানে তেওঁলোকৰ চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাসকলৰ বিৰুদ্ধে দেশদ্ৰোহৰ মোকৰ্দমা তৰা উচিত বুলিও মন্তব্য কৰিছে৷ মন্ত্ৰী ৰছিদ খানৰ মতে পাকিস্তানত এতিয়া দুটা বিকল্প পথ খোলা আছে— এটা হৈছে আগতীয়া নিৰ্বাচন আৰু আনটো হৈছে তেওঁলোকৰ দল তেহৰিক-ই-ইনচাফ(পিটিআই)ৰ সকলো সাংসদে পদত্যাগ কৰা৷

লগতে পঢ়ক আৰিয়ান খান ড্ৰাগছ কাণ্ড : প্ৰধান সাক্ষী প্ৰভাকৰ ছেইল ৰহস্যজনক মৃত্যু

‘‘যদি পিটিআইৰ সকলো সদস্যই পদত্যাগ কৰে, তেওঁলোকে কেনেদৰে দেশখন শাসন কৰে সেয়া মই চাব বিচাৰো৷’’ মন্ত্ৰী ৰছিদ খানে কয়৷

আনহাতে, পাকিস্তানৰ নেচনেল এছেম্বলীত দেওবাৰে অনাস্থা ভোটৰ সন্মুখীন হ’বলৈ সাজু হোৱা ইমৰাণ খানৰ চৰকাৰে দেশখনৰ উচ্চতম ন্যায়ালয়ৰো দ্বাৰস্থ হৈছে৷ পাকিস্তানৰ সংবাদ পত্ৰ ডন-ত প্ৰকাশ পোৱা মতে পাকিস্তানৰ নেচনেল এছেম্বলীৰ কাৰ্যক্ৰম বন্ধ কৰি ৰাখিবলৈ উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPak PMPM Imran Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

March 27, 2026
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত
জীৱনশৈলী

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

March 26, 2026
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

March 25, 2026
Next Post
চকুৰ এই ব্যায়ামবোৰ কৰক আৰু চকুৰ দৃষ্টি ভালে ৰাখক

চকুৰ এই ব্যায়ামবোৰ কৰক আৰু চকুৰ দৃষ্টি ভালে ৰাখক

দুই গঞালৈ গুলীবৰ্ষণ ভাৰতীয় সেনাৰ : ডিব্ৰুগড়স্থিত AMCHত ভর্তি দুই গুলীবিদ্ধক

দুই গঞালৈ গুলীবৰ্ষণ ভাৰতীয় সেনাৰ : ডিব্ৰুগড়স্থিত AMCHত ভর্তি দুই গুলীবিদ্ধক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.