• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইমৰাণৰ সৈতে এইবাৰ পত্নীও… জীৱনৰ বাকীছোৱা কাল জে’লতেই পাৰ হ’ব নেকি ইমৰাণ আৰু পত্নীৰ?

ইমৰাণৰ সৈতে এইবাৰ পত্নীও… জীৱনৰ বাকীছোৱা কাল জে’লতেই পাৰ হ’ব নেকি ইমৰাণ আৰু পত্নীৰ?

2 years ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

14 minutes ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

49 minutes ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

1 hour ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

2 weeks ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

2 weeks ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ইমৰাণৰ সৈতে এইবাৰ পত্নীও… জীৱনৰ বাকীছোৱা কাল জে’লতেই পাৰ হ’ব নেকি ইমৰাণ আৰু পত্নীৰ?

editor by editor
January 31, 2024
in বিশ্ব, ৰাজনীতি
0
ইমৰাণৰ সৈতে এইবাৰ পত্নীও… জীৱনৰ বাকীছোৱা কাল জে’লতেই পাৰ হ’ব নেকি ইমৰাণ আৰু পত্নীৰ?
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বাকী জীৱন জে’লতেই কটাব লাগিব ইমৰাণ খানে! এটাৰ পাছত আনটো গোচৰত শাস্তি পাইছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে। মঙলবাৰে দেশৰ গোপনীয় কূটনৈতিক তথ্য ফাঁচ কৰাৰ গোচৰত ১০ বছৰ জে’ল হৈছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ। বুধবাৰে পুনৰ তোশখানা গোচৰতো দোষী সাব্যস্ত হৈছে ইমৰাণ খান। ইমৰাণ খান আৰু তেওঁৰ পত্নীক ১৪ বছৰৰ কাৰাদণ্ড বিহিছে আদালতে। মঙলবাৰে পাকিস্তানৰ এখন বিশেষ আদালতে ছাইফাৰ গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু পাকিস্তানৰ প্ৰাক্তন বিদেশমন্ত্ৰী শ্বাহ মাহমুদ কুৱেছিক ১০ বছৰৰ কাৰাদণ্ড বিহিছে। তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল, গোপন কূটনৈতিক তথ্য ফাঁচ কৰি পেলাইছে। গোপন কূটনৈতিক তথ্যকেই ছাইফাৰ বুলি কোৱা হয়।

২০২২ চনৰ মাৰ্চ মাহত পাকিস্তানৰ দূতবাসৰ পৰা ৱাছিংটনলৈ পঠিওৱা হৈছিল ছাইফাৰ। অভিযোগমতে, ইমৰাণ খানে সেই কূটনৈতিক তথ্য হেৰুৱাই পেলাইছিল। সেই শাস্তিৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই আকৌ এবাৰ ইমৰাণ খানক বিহা হৈছে শাস্তি। এইবাৰ তোশখানা গোচৰত ইমৰাণ খান আৰু তেওঁৰ পত্নী বুশ্ৰা বিবিক ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে। প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ইমৰাণ খানে পত্নী বুশ্ৰা বিবিক যিসমূহ দামী উপহাৰ দিছিল সকলোবোৰ পৰবৰ্তীসময়ত বিক্ৰিও কৰি দিয়ে বুশ্ৰা বিবিয়ে। এয়া আইন বিৰুদ্ধ কাম। সেই গোচৰতেই আকৌ শাস্তি বিহা হৈছে ইমৰাণ খানক। আগন্তুক সপ্তাহতেই পাকিস্তানৰ সাধাৰণ নিৰ্বাচন। ইয়াৰ পূৰ্বে ইমৰাণ খানৰ ১৪ বছৰৰ শাস্তি তেওঁ দল পাকিস্তান তেহৰিক-ই-ইনছাফৰ বাবে ডাঙৰ এক ধাক্কা। এই ৰায় ঘোষণাৰ পাছতেই পিটিআইৰ মুখপাত্ৰই কয়, ‘বিচাৰ ব্যৱস্থাৰ ইতিহাসত আৰু এটি দুখঃজনক দিন।’

বিগত আগষ্ট মাহত গ্ৰেপ্তাৰ হৈছিল ইমৰাণ খান। তাৰপিছতেই জামিনত এবাৰ মুক্তি পাইছিল যদিও তেওঁ কাৰাগাৰতেই আছিল। এইবাৰ দিয়া শাস্তি নতুনকৈ লাঘূ হ’ব নে পূৰ্বে তেওঁ লাভ কৰা শাস্তিৰ সৈতে সংযুক্ত হ’ব সেয়া বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই। ইমৰাণ খানৰ অধিবক্তাই জনোৱা অনুসৰি, বৰ্তমান পৰ্যন্ত বুশ্ৰা বিবিক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 9, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি
জীৱনশৈলী

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

February 3, 2026
Next Post
চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইললৈ যাবলৈ সাঁজু ৫০০০ শ্ৰমিক

চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইললৈ যাবলৈ সাঁজু ৫০০০ শ্ৰমিক

ৰাতিটো পাৰ হ’লেই মকৰত বুধাদিত্য যোগ, ৬ৰাশিৰ ভাগ্যত ধন সম্পত্তি লাভৰ পূৰ্ণ সুযোগ

ৰাতিটো পাৰ হ’লেই মকৰত বুধাদিত্য যোগ, ৬ৰাশিৰ ভাগ্যত ধন সম্পত্তি লাভৰ পূৰ্ণ সুযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.