• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উৰন্ত বিমানত অসভ্য আচৰণ পাকিস্তানী যাত্ৰীৰ! আজান দিলে মুছলমান যাত্ৰীৰ! তাৰ পাছত কি হ’ল?

উৰন্ত বিমানত অসভ্য আচৰণ পাকিস্তানী যাত্ৰীৰ! আজান দিলে মুছলমান যাত্ৰীৰ! তাৰ পাছত কি হ’ল?

4 years ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

3 minutes ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

36 minutes ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

1 hour ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

2 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

3 hours ago
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

3 hours ago
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

3 hours ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

18 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

19 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

19 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

20 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

উৰন্ত বিমানত অসভ্য আচৰণ পাকিস্তানী যাত্ৰীৰ! আজান দিলে মুছলমান যাত্ৰীৰ! তাৰ পাছত কি হ’ল?

editor by editor
September 19, 2022
in অপৰাধ, বিশ্ব
0
উৰন্ত বিমানত অসভ্য আচৰণ পাকিস্তানী যাত্ৰীৰ! আজান দিলে মুছলমান যাত্ৰীৰ! তাৰ পাছত কি হ’ল?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেছোৱাৰৰ পৰা পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাৰ (পিআইএ) বিমানত “অস্বাভাৱিক আচৰণ” কৰা আৰু অশান্তিৰ সৃষ্টি কৰাৰ বাবে এজন লোকক গ্ৰেপ্তাৰ কৰি পিছত ডুবাইৰ পৰা কৰ্তৃপক্ষই পাকিস্তানলৈ বিতাড়িত কৰিছে।

সূত্ৰ অনুসৰি বুধবাৰে পেছোৱাৰৰ পৰা ডুবাই অভিমুখী পিআইএৰ পিকে-২৮৩ বিমানত এজন পুৰুষ যাত্ৰীয়ে উঠে। বিমানখন উৰা মৰাৰ লগে লগে যাত্ৰীগৰাকীয়ে কেবিন ক্ৰুসকলক তেওঁক বিমানৰ পৰা নমাই দিবলৈ আব্দাৰ কৰিবলৈ ধৰিলে।

ক্ৰু সদস্যসকলে নমাই নিদিয়াৰ বাবে যাত্ৰীগৰাকীয়ে বিমানৰ আসনসমূহত ঘুচা মাৰিবলৈ আৰম্ভ কৰে আৰু লগতে খিৰিকীৰ শ্বাটাৰত গোৰ মাৰি ক্ষতিগ্ৰস্ত কৰে৷ ইয়াৰ ফলত বিমানৰ যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

#Watch: In a shocking incident, a passenger on a #Pakistan International Airlines (#PIA) #Peshawar to #Dubai flight created chaos midflight when he started kicking the aircraft’s window, punching seats, and indulging in a brawl with the flight staff. @odysseuslahori @BushraGohar pic.twitter.com/sW1ILpUz5f

— Mahar Naaz (@naaz_mahar) September 19, 2022

লগতে পঢ়ক ৪০ বছৰৰ পাছত মহিলাসকলে শৰীৰত কিয় ভিটামিন অভাৱ হ’বলৈ দিব নালাগে?

বিমানখন ডুবাইত অৱতৰণ হোৱাৰ লগে লগে কেবিন ক্ৰুৱে যাত্ৰীজনক নিৰাপত্তাৰক্ষীৰ হাতত গতাই দিয়ে। ইয়াৰ পাছত স্থানীয় কৰ্তৃপক্ষই পিআইএ মেনেজমেণ্টক অৱগত কৰে আৰু ততাতৈয়াকৈ ইছলামবাদৰ পৰা দুজনীয়া দল পঠিয়াই যাত্ৰীজনক পাকিস্তানলৈ ঘূৰাই নিয়ে।

ঘটনাৰ ভিডিঅ’ ফুটেজত দেখা গৈছে যে বিমান পৰিচাৰিকাসকলে যাত্ৰীজনক শান্ত কৰিবলৈ চেষ্টা কৰি আছে। ক্ৰু সদস্যসকলে প্ৰকাশ কৰা মতে, যাত্ৰীজনে উৰন্ত বিমানখনতে আজান দিয়াৰ লগতে নামাজ পঢ়িবলৈ আৰম্ভ কৰি তাতে তাতেই শুই পৰিছিল।

তেওঁলোকৰ মতে বিমান পৰিবহণৰ পদ্ধতি অনুসৰি যাত্ৰীজনৰ হাত-ভৰি বান্ধি তেওঁক সংযত কৰি ৰখা হৈছিল৷ ইফালে যাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা বুলিও প্ৰকাশ পাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamPakistan International Airlines
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?
স্বাস্থ্য

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

March 31, 2026
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?
জীৱনশৈলী

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

March 30, 2026
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!
বিশ্ব

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

March 29, 2026
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?
জীৱনশৈলী

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

March 29, 2026
Next Post
উদ্যত পিষ্টলেৰে মহানগৰীৰ ৰাজপথত সন্ত্ৰাস বিহাৰী ৰিক্সাৱালাৰ! তাৰপাছত কি হ’ল?

উদ্যত পিষ্টলেৰে মহানগৰীৰ ৰাজপথত সন্ত্ৰাস বিহাৰী ৰিক্সাৱালাৰ! তাৰপাছত কি হ’ল?

ফ্লেটত অকলে আছিল যুৱতী৷  নিশা খাদ্য ডেলিভাৰী দিবলৈ আহি জ’মেটো বয়ে খালে চুমা৷  তাৰ পাছত…

ফ্লেটত অকলে আছিল যুৱতী৷ নিশা খাদ্য ডেলিভাৰী দিবলৈ আহি জ’মেটো বয়ে খালে চুমা৷ তাৰ পাছত…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.