‘অসম লাইভ ২৪’ৰ বাতৰিৰ পাছতে তৎপৰ চৰকাৰ। গছ কাটিলে শাস্তি পাবলৈ সাজু থাকক। বন বিভাগৰ মাটি দখল কৰিবলৈ দিয়া নহ’ব। ঘোষণা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।