• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেৰালিম্পিকত অভিলেখ ৰচি গৈ আছে ভাৰতীয় খেলুৱৈয়ে, ২১ টালৈ বৃদ্ধি পদক, চাওক পদক তালিকা

পেৰালিম্পিকত অভিলেখ ৰচি গৈ আছে ভাৰতীয় খেলুৱৈয়ে, ২১ টালৈ বৃদ্ধি পদক, চাওক পদক তালিকা

2 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

7 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

9 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

9 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

10 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

11 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

12 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

13 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

13 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

14 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পেৰালিম্পিকত অভিলেখ ৰচি গৈ আছে ভাৰতীয় খেলুৱৈয়ে, ২১ টালৈ বৃদ্ধি পদক, চাওক পদক তালিকা

editor by editor
September 4, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
পেৰালিম্পিকত অভিলেখ ৰচি গৈ আছে ভাৰতীয় খেলুৱৈয়ে, ২১ টালৈ বৃদ্ধি পদক, চাওক পদক তালিকা
0
SHARES
284
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেৰালিম্পিকত অভিলেখ ৰচি গৈ আছে ভাৰতীয় খেলুৱৈয়ে, ২১ টালৈ বৃদ্ধি পালে পদক, চাওক পদক তালিকা

পেৰিছ পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰি ভাৰতৰ হৈ ৭ম দিন আৰম্ভ হৈছে। ৪ ছেপ্টেম্বৰত পুৰুষৰ এফ ৪৬ শ্বট পুট ইভেণ্টত ভাৰতীয় খেলুৱৈ শচীন চাৰ্জেৰাৱে এই সফলতা অৰ্জন কৰে। শচীনে ১৬.৩২ মিটাৰ শ্বট নিক্ষেপ কৰি ৰূপৰ পদক লাভ কৰে।  মাত্ৰ ০.০৬ মিটাৰ দূৰত্বৰ ব্যৱধানৰ বাবে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম নহয়।

বুধবাৰে পেৰিছ পেৰালিম্পিকত পুৰুষৰ এফ ৪৬ শ্বট পুট ইভেণ্টত ৰূপৰ পদক লাভ কৰি ভাৰতীয় দলটোৱে নিজৰ পদক একাউণ্ট মুকলি কৰে। ইয়াৰ লগে লগে এই পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ২১ লৈ বৃদ্ধি পাইছে।

পদক তালিকাত ১৯ নম্বৰ স্থানত ভাৰত
সোণ- ৩ টা
ৰূপ ৮ টা
ব্ৰঞ্জ ১০ টা মুঠ ২১ টা পদক

১) অৱনী লেখাৰা (শ্বুটিং) – স্বৰ্ণ পদক, মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল (SH1)

২) মোনা আগৰৱালা (শ্বুটিং) – ব্ৰঞ্জৰ পদক, মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল (SH1)

৩) প্ৰীতি পাল (এথলেটিকছ) – ব্ৰঞ্জৰ পদক, মহিলাৰ ১০০ মিটাৰ দৌৰ (T35)

৪) মনীষ নৰৱাল (শ্বুটিং) – ৰূপৰ পদক, পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল (SH1)

৫) ৰুবিনা ফ্ৰান্সিছ (শ্বুটিং) – ব্ৰঞ্জৰ পদক, মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল (SH1)

৬) প্ৰীতি পাল (এথলেটিকছ) – ব্ৰঞ্জৰ পদক, মহিলাৰ ২০০ মিটাৰ দৌৰ (T35)

৭) নিশাদ কুমাৰ (এথলেটিকছ) – ৰূপৰ পদক, পুৰুষৰ হাই জাম্প (টি৪৭)

৮) যোগেশ কথুনিয়া (এথলেটিকছ) – ৰূপৰ পদক, পুৰুষৰ ডিস্কছ থ্ৰ’ (F56)

৯) নীতিশ কুমাৰ (বেডমিণ্টন) –স্বৰ্ণ পদক, পুৰুষৰ একক (SL3)

১০) মনীষা ৰামদাস (বেডমিণ্টন) – ব্ৰঞ্জৰ পদক, মহিলা একক (SU5)

১১) থুলাচিমাথি মুৰুগেছান (বেডমিণ্টন) – ৰূপৰ পদক, মহিলা একক (SU5)

১২) সুহাছ এল যথিৰাজ (বেডমিণ্টন) – ৰূপৰ পদক, পুৰুষৰ একক (এছ এল ৪)

১৩) শীতল দেৱী-ৰাকেশ কুমাৰ (আৰ্চাৰী) – ব্ৰঞ্জৰ পদক, মিক্সড কম্পাউণ্ড মুকলি

১৪) ছামিট এন্টিল (এথলেটিকছ) – সোণৰ পদক, পুৰুষৰ জেভেলিন থ্ৰ’ (এফ৬৪ শ্ৰেণী)

১৫) নিত্য শ্ৰী শিৱন (বেডমিণ্টন) – ব্ৰঞ্জৰ পদক, মহিলা একক (SH6)

১৬) দীপ্তি জীৱনজী (এথলেটিকছ) – ব্ৰঞ্জৰ পদক, মহিলাৰ ৪০০ মিটাৰ (টি-২০)

১৭) মৰিয়াপ্পান থাংগাভেলু (এথলেটিকছ) – ব্ৰঞ্জৰ পদক, পুৰুষৰ হাই জাম্প (টি৬৩)

১৮) শৰদ কুমাৰ (এথলেটিকছ) – ৰূপৰ পদক, পুৰুষৰ হাই জাম্প (T63)

১৯) অজিত সিং (এথলেটিকছ) – ৰূপৰ পদক, পুৰুষৰ জেভেলিন থ্ৰ’ (এফ৪৬)

২০) সুন্দৰ সিং গুৰ্জাৰ ( এথলেটিকছ) – ব্ৰঞ্জৰ পদক, পুৰুষৰ জেভেলিন থ্ৰ’ (এফ৪৬)

২১) শচীন চাৰ্জেৰাও খিলাৰী (এথলেটিকছ) – ৰূপৰ পদক, পুৰুষৰ শ্বট পুট (এফ৪৬)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Playerindian teamPera OlympianPera Olympic 2024Peris Pera Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
Next Post
আলিয়াই লাভ কৰিলে বিশেষ সন্মান, ফ্ৰান্সৰ কোম্পানীয়ে ভাৰতীয় প্ৰতিভাক জনালে প্ৰণাম

আলিয়াই লাভ কৰিলে বিশেষ সন্মান, ফ্ৰান্সৰ কোম্পানীয়ে ভাৰতীয় প্ৰতিভাক জনালে প্ৰণাম

বানপানী আৰু ভূমিস্খলন কিয় হ’ব, খঙতে ৩০ বিষয়াক মৃ/ ত্যু/ দ/ ণ্ড/ৰ শাস্তি

বানপানী আৰু ভূমিস্খলন কিয় হ'ব, খঙতে ৩০ বিষয়াক মৃ/ ত্যু/ দ/ ণ্ড/ৰ শাস্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.