• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

9 months ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

17 minutes ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

22 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

23 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

editor by editor
May 17, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জনবসতি প্ৰায় ৫০০০৷ ব্ৰাজিলৰ এই অখ্যাত গাওঁখনৰ প্ৰায় প্ৰতিজন লোকেই ভূগিছে বিৰল স্নায়ুৰোগত৷ জন্মৰ পাছতেই শিশুটি দুৰ্বল হৈ পৰে৷ ৰোগবিধৰ নাম স্পোয়ান ছিনড্ৰোম৷ সকলোতকৈ ডাঙৰ কথাটো হৈছে গাওঁখনৰ বহু মানুহে এজনে আনজনৰ সৈতে সম্পৰ্কত জড়িত৷ অৰ্থাৎ তেওঁলোকৰ মাজত তেজৰ সম্পৰ্ক আছে৷ বিবিচিৰ এক প্ৰতিবেদন অনুসৰি স্পোয়ান চিনড্ৰ’ম তেতিয়াই ঘটে যেতিয়া পিতৃ-মাতৃ উভয়েই পৰিবৰ্তিত জিন বহন কৰে৷

২০১০ চনক জিন বিশেষজ্ঞ আৰু জীৱবিজ্ঞানী চিলভানা চেণ্টোছে ব্ৰাজিলৰ ছেৰিনহা ডছ পিণ্টোছ গাওঁত এই ৰোগৰ সন্ধান পায়৷ ২০ বছৰ পূৰ্বে দেখা পৰ্যন্ত সেই গাওঁৰ কোনোৱে জনা নাছিল যে এই গাঁওৰ লোকসকল কিয় দুৰ্বল? চিলভানাই তেওঁৰ গৱেষণাত দেখা পায় যে গাওঁখনৰ ৩০শতাংশ মানুহৰেই এজনৰ সৈতে আনজনৰ তেজৰ সম্পৰ্ক আছে৷

বহু দিন ধৰি গাওঁৰ মানুহে এই ৰোগৰ কাৰণ বিচাৰি পোৱা নাছিল৷ শিশুসকলেও সৰুতে ঠিকমতে খোজ কাঢ়িব পৰা নাছিল৷ আৰু ধীৰে ধীৰে খোজ কঢ়াৰ ক্ষমতাই হেৰুৱাই পেলাইছিল৷ হুইলচেয়াৰেই তেওঁলোকৰ সকলোসময়ৰ সংগী আছিল৷ ছেণ্টোছক প্ৰথমে ব্ৰাজিলৰ প্ৰতিবেশীসকলে এই এলেকা পৰিদৰ্শনৰ অনুৰোধ জনাইছিল৷ প্ৰতিবেশীসকলৰ বহুতেই চেৰিনাৰ বাসিন্দা আৰু তেওঁলোক পৰিয়াৰত মাজতেই বিবাহিত৷ তেওঁলোকে কৈছিল এই গাওঁৰ বহুতেই খোজ কাঢ়িব নোৱাৰে৷ কিন্তু কিয় নোৱাৰে সেয়া কোনেও নাজানে৷
ছাণ্টোছৰ মতে ব্ৰাজিলৰ অন্যান্য অঞ্চলৰ তুলনাত এই চহৰত ভায়েক ভনীয়েকৰ মাজত আন্তঃবিবাহ খুবেই সাধাৰণ বিষয়৷ কাৰণ ভৌগোলিক অৱস্থান আৰু আভ্যন্তৰীণ অভিবাসনৰ হাৰো কম৷ চাও পাওলোৰ পৰা চেৰিনহা প্ৰায় দুই হাজাৰ কিঃমিঃ যাত্ৰা কৰি প্ৰতিটো পৰিয়ালৰ প্ৰত্যেকৰে ডি এন এৰ নমুনা সংগ্ৰহ কৰে৷ ইয়াৰপাছতে তেওঁ এই ৰোগৰ কাৰণ কি বিচাৰি পায়৷

তেওঁ গৱেষণাত বিচাৰি পায় যে এই জনগোষ্ঠীৰ এক তৃতীয়াংশৰ মাজত কমপক্ষেও এটা শিশু স্পোয়ান চিনড্ৰমত আক্ৰান্ত৷ বিশ্বব্যাপী প্ৰায় ১০ শতাংশ বিবাহহে ভায়েক ভনীয়েকৰ মাজত হয়৷ ব্ৰাজিলত এই পৰিমাণ ১-৮শতাংশ৷ স্পোয়ান চিনড্ৰমৰ ওপৰত প্ৰথম বৈজ্ঞানিক গৱেষণা ২০০৫ চনত চেণ্টোছ আৰু তেওঁৰ সহযোগী দলৰ দ্বাৰা প্ৰকাশিত হৈছিল৷ এই অৱস্থা সৰু ক্ৰমজমেল ত্ৰুটিৰ কাৰণেই ঘটে৷ ইয়াৰ ফলত মস্তিষ্কৰ কোষসমূহে এক গুৰুত্বপূৰ্ণ প্ৰটিন অতিৰিক্ত পৰিমাণে উৎপাদন কৰে৷

ছেণ্টোছৰ এই কামৰ বাবেই ২০২৪ চনত বিবিচিৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত তেওঁক স্থান দিয়া হয়৷যদিও এই স্পোয়ান চিনড্ৰমৰ কোনো প্ৰতিকাৰ নাই৷ চাণ্টোছৰ কামে গাওঁখনৰ দৃষ্টিভংগী পৰিবৰ্তন কৰাতো সহায় কৰিছে বুলি বিবিচিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
Next Post
প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন