• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ গৌৰৱ, প্ৰধানমন্ত্ৰী মোদীলৈ ঘানাৰ সৰ্বোচ্চ সন্মান, লগতে ৪ ঐতিহাসিক চুক্তি

পুনৰ গৌৰৱ, প্ৰধানমন্ত্ৰী মোদীলৈ ঘানাৰ সৰ্বোচ্চ সন্মান, লগতে ৪ ঐতিহাসিক চুক্তি

1 year ago
বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

28 minutes ago
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

1 hour ago
নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

2 hours ago
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

3 hours ago
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

4 hours ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

12 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

12 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

13 hours ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

13 hours ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

14 hours ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

14 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুনৰ গৌৰৱ, প্ৰধানমন্ত্ৰী মোদীলৈ ঘানাৰ সৰ্বোচ্চ সন্মান, লগতে ৪ ঐতিহাসিক চুক্তি

editor by editor
July 3, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
পুনৰ গৌৰৱ, প্ৰধানমন্ত্ৰী মোদীলৈ ঘানাৰ সৰ্বোচ্চ সন্মান, লগতে ৪ ঐতিহাসিক চুক্তি
0
SHARES
334
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ গৌৰৱ, প্ৰধানমন্ত্ৰী মোদীলৈ ঘানাৰ সৰ্বোচ্চ সন্মান, লগতে ৪ ঐতিহাসিক চুক্তি

বুধবাৰ ২ জুলাই তাৰিখে দুদিনীয়া ভ্ৰমণসূচীৰে ঘানাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পশ্চিম আফ্ৰিকাৰ দেশখনলৈ তেওঁৰ এই প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ। আক্ৰাৰ কোটোকা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰধানমন্ত্ৰীক ভব্য আদৰণি জনোৱাৰ লগতে ২১ টোপেৰে চেল্যুট তথা বিশেষ সন্মান দিয়া হয়।

এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীক ঘানাৰ দ্বিতীয় ৰাষ্ট্ৰীয় সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হয়। ঘানাৰ ৰাষ্ট্ৰপতি জন মহামাই প্ৰধানমন্ত্ৰী মোডীক ‘অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ (The Officer of the Order of the Star of Ghan) সন্মানেৰে সন্মানিত কৰে।

ইয়াৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় বঁটাৰ সংখ্যাই ২৪ ৰ ঘৰ অতিক্ৰম কৰিছে। এই মহান সন্মানেৰে সন্মানিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ঘানাক কৃতজ্ঞতা জ্ঞাপন কৰি দেশখনৰ ১.২৫ বিলিয়ন নাগৰিকক উৎসৰ্গা কৰে। এই সময়ছোৱাত ভাৰত আৰু ঘানাৰ মাজত দ্বিপাক্ষিক আলোচনাৰ অন্তত ৪টা গুৰুত্বপূৰ্ণ চুক্তিও স্বাক্ষৰিত হয়।

https://x.com/narendramodi/status/1940529345908674868

ভাৰত আৰু ঘানাৰ মাজত হোৱা ৪ খন গুৰুত্বপূৰ্ণ চুক্তি হৈছে-

১/ সাংস্কৃতিক বিনিময় কাৰ্যসূচী
কলা, সংগীত, নৃত্য, সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সাংস্কৃতিক সহযোগিতা কাৰ্যসূচীৰ ওপৰত দুয়োখন দেশৰ সহমতত উপনীত হয়। এই চুক্তিৰ লক্ষ্য হৈছে পৰ্যটন আৰু সাংস্কৃতিক বুজাবুজিৰ প্ৰসাৰ।

২/ পৰম্পৰাগত চিকিৎসা বিজ্ঞানত সহযোগিতা
ঘানাৰ পৰম্পৰাগত আৰু বিকল্প চিকিৎসা প্ৰতিষ্ঠান আৰু ভাৰতৰ আয়ুৰ্বেদৰ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ মাজত পৰম্পৰাগত আৰু বিকল্প চিকিৎসা বিজ্ঞানৰ সহযোগিতাৰ বাবে এক চুক্তি স্বাক্ষৰিত হয়। এই অংশীদাৰিত্বই শিক্ষা, প্ৰশিক্ষণ আৰু গৱেষণাৰ ক্ষেত্ৰত কাম কৰিব।

৩/ প্ৰমাণীকৰণ সহযোগিতা
গুণগত মান, পৰীক্ষণ পদ্ধতি আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়াত সহযোগিতাৰ বাবে ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ) আৰু ঘানা ষ্টেণ্ডাৰ্ডছ অথৰিটিৰ মাজত এক বৃহৎ চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত বাণিজ্যিক আদান-প্ৰদানৰ সুবিধাও হ’ব।

৪/ যৌথ আয়োগ গঠন
ভাৰত আৰু ঘানাই স্থায়ী যৌথ আয়োগ গঠনৰ সিদ্ধান্ত লৈছে। এই আয়োগে বৈদেশিক মন্ত্ৰালয় পৰ্যায়ত নিয়মীয়াকৈ দ্বিপাক্ষিক আলোচনা, অৰ্থনৈতিক পৰ্যালোচনা আৰু কৌশলগত সহযোগিতা নিশ্চিত কৰিব। নীতিগত বিষয়ত সমন্বয় আৰু উন্নয়নমূলক সহযোগিতা এই আয়োগৰ জৰিয়তে শক্তিশালী কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ghananarendra-modiNational AwardPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

August 7, 2026
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ
অসম

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

August 7, 2026
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে
বিনোদন

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

August 7, 2026
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন
জীৱনশৈলী

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

August 7, 2026
Next Post
৬৫ যাত্ৰী কঢ়িয়াই নিয়া ফেৰী ডুব যোৱাৰ ফলত ৪ জনৰ মৃত্যু, ২৩ জনক উদ্ধাৰ, সন্ধানহীন ৩৮

৬৫ যাত্ৰী কঢ়িয়াই নিয়া ফেৰী ডুব যোৱাৰ ফলত ৪ জনৰ মৃত্যু, ২৩ জনক উদ্ধাৰ, সন্ধানহীন ৩৮

ছাত্ৰী নহয়, এইবাৰ ছাত্ৰৰ সৈতে ১টা বছৰে ধৰি শিক্ষয়ত্ৰীৰ কাণ্ড, অৱশেষত আৰক্ষীৰ জালত

ছাত্ৰী নহয়, এইবাৰ ছাত্ৰৰ সৈতে ১টা বছৰে ধৰি শিক্ষয়ত্ৰীৰ কাণ্ড, অৱশেষত আৰক্ষীৰ জালত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.