• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা কিমান? কোন প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা কিমান আছিল?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা কিমান? কোন প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা কিমান আছিল?

2 years ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

59 minutes ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

2 hours ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

2 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

4 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

5 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

6 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

6 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

7 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

7 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

8 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা কিমান? কোন প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা কিমান আছিল?

editor by editor
September 6, 2023 - Updated on November 24, 2023
in ভাৰত, ৰাজনীতি, লেখা
0
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা কিমান? কোন প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা কিমান আছিল?
0
SHARES
491
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশৰ প্ৰধানমন্ত্ৰী গৰাকী কিমান শিক্ষিত হোৱাটো প্ৰয়োজনীয়? দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ শিক্ষাগত অৰ্হতা কিমান আছিল? নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা কিমান? এজন প্ৰধানমন্ত্ৰী হ’বলৈ এজন ভাৰতীয় নাগৰিকৰ শিক্ষাৰ ক্ষেত্ৰত কি কি অৰ্হতা থকাটো প্ৰয়োজনীয়? বৰ্তমানৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানিক শিক্ষা কিমান? দেশৰ প্ৰধানমন্ত্ৰী গৰাকী কিমান শিক্ষিত হোৱাটো উচিত?

দেশ স্বাধীন হোৱাৰে পৰা বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা প্ৰধানমন্ত্ৰী সকল কিমান শিক্ষিত তথা তেওঁলোকে কিমান আনুষ্ঠনিক শিক্ষা লাভ কৰিছিল সেয়া জনাতো দৰকাৰ। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা বৰ্তমানৰ নৰেন্দ্ৰ মোদীলৈকে কাৰ কিমান শিক্ষাগত অৰ্হতা? কোনে কিমান দক্ষতাৰে দেশ পৰিচালনা কৰিছিল? স্বাভাৱিকতে এই প্ৰশ্ন হয়টো দেশৰ প্ৰতিজন নাগৰিকে উত্থাপন কৰে। ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ কোনো ধৰাবন্ধা শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কিমান আনুষ্ঠানিক শিক্ষা লাভ কৰিলে সেই সন্দৰ্ভত কোনো বিশেষ প্ৰশ্ন নাই অথবা দেশৰ সংবিধানে সেই বিষয় উপস্থাপন কৰা নাই। গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে দেশৰ প্ৰধানমন্ত্ৰী জনক নিৰ্বাচন কৰাৰ অধিকাৰ আমাৰ আছে। এজন ভাৰতীয় নাগৰিকক কোনো শিক্ষাগত অৰ্হতাৰ ওপৰত প্ৰশ্ন উত্থাপন নকৰি দেশৰ প্ৰধানমন্ত্ৰী জনক আমি নিৰ্বাচন কৰিব পাৰোঁ। মন কৰিবলগীয়া যে বৰ্তমানলৈকে স্বাধীনতাৰ ৭৫ বছৰত আমি ১৪ গৰাকী প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিলো। ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ পিছত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে আসনত বহে জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰুয়ে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ উপৰিও আইন শিক্ষা গ্ৰহণ কৰে।

জৱাহৰলাল নেহৰুৰ পিছত গুলজাৰীলাল নন্দা মাত্ৰ ১৩ দিনৰ বাবেহে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয়। তেখেতৰ পিছত লাল বাহাদুৰ শাস্ত্ৰী ১৯৬৪ চনৰ ৯ জুন তাৰিখে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। লাল বাহাদুৰ শাস্ত্ৰী শিক্ষাগত অৰ্হতাৰ দিশৰ পৰা স্নাতক ডিগ্ৰীধাৰী। লাল বাহাদুৰ শাস্ত্ৰীৰ পিছত ১৯৬৬ চনৰ ২৪ জানুৱাৰীত দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ইন্দিৰা গান্ধী। কালম্বো বিশ্ববিদ্যালয়ৰ পৰা ইন্দিৰা গান্ধীয়ে স্নাতক ডিগ্ৰী লাভ কৰে। ক্ৰমান্বয়ে মোৰাৰজী দেশাই বোম্বাই প্ৰভিন্সৰ পৰা স্নাতক ডিগ্ৰীধাৰী।

চৰণ সিং আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ। ৰাজীৱ গান্ধী কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক। এলাহাবাদ আৰু পুনা বিশ্ববিদ্যালয় পৰা বিএ আৰু এলএলবি ভি পি সিঙৰ। এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ চন্দ্ৰ শেখৰ। স্নাতক, স্নাতকোত্তৰ আৰু LLB পি ভি নৰসিংহ ৰাৱৰ। স্নাতকোত্তৰ ডিগ্ৰী অটল বিহাৰী বাজপেয়ীৰ। এইচ ডি দেৱগৌৰা, চিভিল ইঞ্জিনীয়াৰিং। ইন্দৰ কুমাৰ গুজৰাল, স্নাতকোত্তৰ। মনমোহন সিঙ, স্নাতকোত্তৰ, গৱেষক।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দাবী যে তেখেতে দূৰৱৰ্তী শিক্ষা হিচাপে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু সেই একেই বিষয়তে গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। বহু সময়ত সমালোচনা হৈ আহিছে যে নৰেন্দ্ৰ মোদীৰ যি শিক্ষাগত অৰ্হতাৰ কথা দাবী কৰি আহিছে সেই ডিগ্ৰী ভুৱা। অৰ্থাৎ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী সকলৰ তুলনাত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা একেবাৰে শূণ্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

January 17, 2026
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?
জীৱনশৈলী

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

January 17, 2026
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে
জীৱনশৈলী

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

January 17, 2026
Next Post
এই কাম কৰিলেই হ’ব মহাবিপদ! জন্মাষ্টমীৰ দিনা ভুলতো নকৰিব এইকেইটা কাম…

এই কাম কৰিলেই হ’ব মহাবিপদ! জন্মাষ্টমীৰ দিনা ভুলতো নকৰিব এইকেইটা কাম...

বৰ যন্ত্ৰণা, সকলো সামৰি হাঁহি হাঁহি কাম কৰি আছো, তথাপিও… ইণ্ডাষ্ট্ৰিত সন্মুখীন হোৱা অসুবিধাক লৈ মুখ খুলিলে কুমাৰ ছানুৱে

বৰ যন্ত্ৰণা, সকলো সামৰি হাঁহি হাঁহি কাম কৰি আছো, তথাপিও... ইণ্ডাষ্ট্ৰিত সন্মুখীন হোৱা অসুবিধাক লৈ মুখ খুলিলে কুমাৰ ছানুৱে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.