• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PNBৰ পৰা ২০ লাখৰ হোম লোন ল’ব খুজিছে? দৰমহা কিমান হোৱাটো প্ৰয়োজন?

PNBৰ পৰা ২০ লাখৰ হোম লোন ল’ব খুজিছে? দৰমহা কিমান হোৱাটো প্ৰয়োজন?

5 months ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

14 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

15 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

16 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

17 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

18 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

19 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

20 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

20 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

20 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 days ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

2 days ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

PNBৰ পৰা ২০ লাখৰ হোম লোন ল’ব খুজিছে? দৰমহা কিমান হোৱাটো প্ৰয়োজন?

PNBৰ পৰা ২০ লাখৰ হোম লোন ল’ব খুজিছে? দৰমহা কিমান হোৱাটো প্ৰয়োজন?

editor by editor
October 18, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
PNBৰ পৰা ২০ লাখৰ হোম লোন ল’ব খুজিছে? দৰমহা কিমান হোৱাটো প্ৰয়োজন?
0
SHARES
897
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
এখন ঘৰ নিৰ্মাণ কৰা বা ক্ৰয় কৰা প্ৰত্যেক মানুহৰেই সপোন৷ কিন্তু ক্ৰমবৰ্ধমান মুদ্ৰাস্ফীতিৰ এই সময়ত বেংকৰ সহায় অবিহনে এই সপোন পূৰণ কৰা সহজ নহয়৷ এই পৰিস্থিতিত পঞ্জাৱ নেশ্ব্যনেল বেংক, সংক্ষেপে PNBয়ে হোম লোনৰ ক্ষেত্ৰত বিশেষ সুবিধা দিছে৷ প্ৰশ্ন হৈছে যদি কোনোৱে ২০ লাখ টকাৰ হোম লোন ল’ব খোজে তেন্তে তেওঁৰ দৰমহা কিমান হোৱা উচিত? আৰু EMI কিমান দিব লাগিব?

PNBৰ পৰা ২০ লাখৰ হোন লোন ল’বলৈ দৰমহা কিমান হোৱা উচিত?

বেংকে হোম লোনৰ EMI মাহিলী আয়ৰ ৪০ শতাংশ বা ৫০ শতাংশ ধৰে৷ অৰ্থাৎ কোনোৱে যদি ২০ বছৰৰ বাবে ২০ লাখ টকাৰ ঋণ ল’ব খোজে তেন্তে EMI হব মাহিলী প্ৰায় ১৮০০০ৰ পৰা ২০০০০ টকা৷ ইয়াৰ অৰ্থ হৈছে মুঠ দৰমহা প্ৰতিমাহে কমেও ৩৫০০০ৰ পৰা ৪০০০০ টকাৰ ভিতৰত হোৱা উচিত যাচে বেংকে সেই ঋণত অনুমোদন জনাব পাৰে৷

সুদৰ হাৰ আৰু ম্যাদ

সম্প্ৰতি PNBত হোম লোনৰ সুদৰ হাৰ বাৰ্ষিক ৮.৫০ শতাংশৰ পৰা আৰম্ভ হৈছে৷ ম্যাদ ৩০ বছৰ পৰ্যন্ত হব পাৰে৷ সুদৰ হাৰ আবেদনকাৰীৰ প্ৰফাইল, CIBIL স্কোৰ আৰু চাকৰিৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে৷

২০ লাখ টকাৰ হোম লোনৰ EMI গণনা

ধৰা হ’ল কোনোৱে ২০ বছৰৰ বাবে অৰ্থাৎ ২৪০ মাহৰ বাবে ২০ লাখ টকাৰ হোম লোন হৈছে আৰু সুদৰ হাৰ আছিল বাৰ্ষিক ৮.৫০ শতাংশ তেন্তে EMI কিমান হব?
ঋণৰ পৰিমাণ ২০,০০,০০০ টকা, সুদৰ হাৰ ৮.৫০শতাংশ, ম্যাদ ২০ বছৰ, EMI ১৭৩৫৬ টকা, মুঠ পৰিশোধ ৪১,৬৫,৪৪০ টকা৷ ইয়াত দেখা গৈছে যে ২০ লাখ টকাৰ ঋণত EMI প্ৰায় ১৭,৩৫৬ টকা হব৷ ২০বছৰৰ ভিতৰত মুঠ পৰিশোধ কৰিব লাগিব ৪১,৬৫ লাখ টকা, যাৰ মাজত ২১.৬৫ লাখ টকা কেৱল সুদ হিচাপে দিব লাগে৷

এটা ভাল CIBIL স্কোৰ কিয় গুৰুত্বপূৰ্ণ

PNB হোম লোন পাবলৈ CIBIL স্কোৰ কমপক্ষেও ৭৫০ বা তাতকৈ বেছি হোৱা উচিত৷ স্কোৰ ভাল হলে কেৱল ঋণ সহজেই অনুমোদিত নহয় বৰং সুদৰ হাৰো কম থাকে৷ অন্যহাতে স্কোৰ কম হলে সুদৰ হাৰ বাঢ়িব পাৰে অথৱা আবেদন প্ৰত্যাখ্যানো কৰিব পাৰে৷ বিস্তাৰিত জানিবলৈ আপুনি বেংকৰ সৈতে কথা পাতক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
দীপাৱলিৰ পৰা বক্ৰী হৈছে শনি, পোহৰৰ উৎসৱৰ পৰাই উজলি উঠিব ৩ ৰাশিৰ ভাগ্য

দীপাৱলিৰ পৰা বক্ৰী হৈছে শনি, পোহৰৰ উৎসৱৰ পৰাই উজলি উঠিব ৩ ৰাশিৰ ভাগ্য

মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.