• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

6 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

20 minutes ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

1 hour ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

2 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

3 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

4 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

4 hours ago
TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

5 hours ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

6 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

9 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

9 hours ago
PCOS বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? জানক কি কয় বিশেষজ্ঞই

PCOS বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? জানক কি কয় বিশেষজ্ঞই

10 hours ago
প্ৰেম বিবাহৰ পিছত মৰম নাইকিয়া হৈছে নেকি? তেন্তে আপুনিও কৰি আছে ডাঙৰ ভুল!

প্ৰেম বিবাহৰ পিছত মৰম নাইকিয়া হৈছে নেকি? তেন্তে আপুনিও কৰি আছে ডাঙৰ ভুল!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

বিধানসভাৰ বাবে আসন সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতা

editor by editor
June 9, 2026
in বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে
0
SHARES
136
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাক অধিকৃত কাশ্মীৰত ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। অঞ্চলটোৰ জইণ্ট আৱামী এক্সন কমিটী নামৰ সংগঠনটোক চৰকাৰৰ দ্বাৰা নিষিদ্ধ ঘোষণা কৰাৰ পিছতে উত্তপ্ত হৈ পৰে অঞ্চলটোৰ পৰিস্থিতি। উত্তপ্ত পৰিস্থিতিৰ মাজতে পাক অধিকৃত কাশ্মীৰৰ ৰাওলকোটত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত ভয়াৱহ সংঘৰ্ষ হয়। এই সংঘৰ্ষত এই পৰ্যন্ত ৪জন নিৰাপত্তাৰক্ষীসহ ১১গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে সংঘৰ্ষত আহত হৈছে ৭০জনতকৈও অধিক লোক। ইপিনে ১০ জুনত পাক অধিকৃত কাশ্মীৰৰ মুখ্য চহৰ মুজাফ্ফৰাবাদস্থিত বিধানসভাৰ সন্মুখত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে JAAC নামৰ সংগঠনটোৱে। ইপিনে পাক চৰকাৰে কোনো কাৰণতে সংগঠনটোৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ দিয়া নহ’ব বুলি সকীয়াই দিছে। প্ৰতিবাদৰ ফলত বিগত দেওবাৰৰ পৰাই অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে।

এই প্ৰতিবাদৰ কাৰণ কি?

বিগত কিছুদিনৰ পৰাই পাক অধিকৃত কাশ্মীৰত বিভিন্ন সংগঠনে যুটীয়াভাৱে পাক চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদমুখৰ হৈ আছে। ৪৫জনীয়া বিধানসভাৰ ১২খনকৈ আসন নতুনকৈ সংৰক্ষণ কৰাৰ বিৰোধিতাৰে আৰম্ভ হৈছিল এই প্ৰতিবাদ। এই আসনকেইখন পাক অধিকৃত কাশ্মীৰৰ বাহিৰৰ অৰ্থাৎ পাকিস্তানৰ অন্য অঞ্চলৰ পৰা অহা শৰণাৰ্থীৰ বাবে সংৰক্ষণ কৰাৰ বিৰোধিতাৰে JAAC-এ আৰম্ভ কৰিছিল এই প্ৰতিবাদ। এই বিধেয়কৰ উপৰিও দামবৃদ্ধি, পাকিস্তানৰ অন্য অঞ্চলৰ তুলনাত পাক অধিকৃত কাশ্মীৰক ৰাজনৈতিকভাৱে উপেক্ষা কৰাকে ধৰি কেইবাটাও বিষয়ক লৈ JAAC নামৰ সংগঠনটোৱে চলাইছিল প্ৰতিবাদী কাৰ্যসূচী

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live24PoK
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

June 9, 2026
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?
বিনোদন

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

June 9, 2026
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 
শিক্ষা

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

June 9, 2026
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?
অসম

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

June 9, 2026
Next Post
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.