• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘সঞ্জয়ক চিনি পায়?’ প্ৰশ্ন শুনি দৌৰ আৰক্ষী কৰ্মীৰ, চাওক ভিডিঅ’

2 years ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

50 seconds ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

22 minutes ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

1 hour ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

2 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

3 hours ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

5 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

6 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘সঞ্জয়ক চিনি পায়?’ প্ৰশ্ন শুনি দৌৰ আৰক্ষী কৰ্মীৰ, চাওক ভিডিঅ’

‘সঞ্জয়ক চিনি পায়?’ প্ৰশ্ন শুনি দৌৰ আৰক্ষী কৰ্মীৰ, চাওক ভিডিঅ’

editor by editor
August 21, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
‘সঞ্জয়ক চিনি পায়?’ প্ৰশ্ন শুনি দৌৰ আৰক্ষী কৰ্মীৰ, চাওক ভিডিঅ’
0
SHARES
724
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সঞ্জয়ক কেতিয়াৰ পৰা চিনি পায়? সঞ্জয়ৰ সৈতে যোগাযোগ আছেনে? প্ৰশ্ন কৰিছে সংবাদমাধ্যমে৷ কেমেৰা দেখা মাত্ৰকে দৌৰ দিলে ASIয়ে৷ ঘটনা পশ্চিমবংগৰ৷ আৰ জি কৰ কাণ্ডৰ ধৃত সঞ্জয়ৰ ঘনিষ্ঠ এই আৰক্ষী বিষয়া বুলি বহু সূত্ৰই দাবী কৰি আহিছে৷ CBIয়েও মঙলবাৰে তেওঁক সোধপোছ কৰিছে৷ এই সংবাদ মাধ্যমৰ কেমেৰা দেখি লৰ ধৰা আৰক্ষী বিষয়াৰ নাম অনুপ দত্ত৷

আৰ জি কৰ হাস্পতালত চিকিৎসক হত্যাৰ ঘটনাত এতিয়ালৈকে কেৱল এজনকেই গ্ৰেপ্তাৰ কৰা হৈছে৷ ধৃত সঞ্জয় ছিভিক ভলণ্টিয়াৰ হিচাপে কাম কৰিছিল বুলি জনা গৈছে৷ আনকি কলকাতা আৰক্ষীৰ চতুৰ্থ বেটেলিয়ানলৈ সঘনাই আহ যাহো কৰিছিল সঞ্জয়ে৷ বেছ কিছু আৰক্ষীৰ সৈতে তেওঁৰ উঠাবহা আছিল বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে৷

ধৃত সঞ্জয়ৰ বিষয়ে জানিবলৈ এইবাৰ আৰক্ষী অধিকাৰিকো মাতিছে চিবিআইয়ে৷ প্ৰতিদিনেই এই ঘটনাৰ তদন্তত একাধিক ব্যক্তিক সোধপোছ কৰি আছে CBIয়ে৷ মঙলবাৰেও বিয়লীৰ সময়ত এগৰাকী আৰক্ষীৰ ষ্টিকাৰ লগোৱা বাহন  চিবিআই দপ্তৰৰ সন্মুখত পোৱা গৈছে৷ সেই বাহনৰ পৰা নমা দেখা গৈছিল আৰক্ষী বিষয়া অনুপ দত্তত৷ তেওঁক দেখিয়েই আগুৱাই গৈছিল সংবাদ মাধ্যমৰ কৰ্মীসকল৷ সঞ্জয় সম্বন্ধীয় কেইবাটাও প্ৰশ্ন কৰা হৈছিল অনুপ দত্তক৷ কিন্তু প্ৰশ্ন শুনা মাত্ৰকে দৌৰ দিয়ে আৰক্ষী বিষয়া অনুপে৷ সঞ্জয়ক জেৰা থকাই চলাৰ মাজতেই এইসকলকো প্ৰশ্ন কৰি আছে আৰক্ষীয়ে৷

সূত্ৰৰ খবৰ অনুসৰি ২০১৯ চনত ছিভিক ভলণ্টিয়াৰৰ কামত যোগ দিছিল সঞ্জয়ে৷ ছিভিক ভলণ্টিয়াৰ হৈয়ো সঞ্জয় বেছ প্ৰভাৱশালী আছিল বুলি অভিযোগ তুলিছে বহুতেই৷ ধৃত সঞ্জয়ৰ ওপৰিও এই অপৰাধৰ সৈতে আৰু কোন কোন জড়িত সেই তদন্ত কৰিছে CBIয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ
জীৱনশৈলী

March 30, 2026
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ
জীৱনশৈলী

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

March 30, 2026
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ
জীৱনশৈলী

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

March 30, 2026
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?
জীৱনশৈলী

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

March 30, 2026
Next Post
বিষ্ণুৰ অশেষ আশীৰ্বাদ থাকে এই ৪ৰাশিৰ জাতকৰ ওপৰত, এওঁলোকৰ সকলো দুখ দূৰ কৰে নাৰায়ণে

লেপটপতো লক কৰি ৰাখিব পাৰে WhatsApp web! কেনেকৈ কম্পিউটাৰত লক কৰিব চাটবক্স?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন