• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আছু কৰ্মীক প্ৰহাৰ আৰক্ষীৰ; ন্যায় বিচাৰি আৰক্ষী থানাত উত্তাল প্ৰতিবাদ

আছু কৰ্মীক প্ৰহাৰ আৰক্ষীৰ; ন্যায় বিচাৰি আৰক্ষী থানাত উত্তাল প্ৰতিবাদ

4 years ago
তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

33 minutes ago
শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

51 minutes ago
পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

2 hours ago
২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

2 hours ago
ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ

ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ

3 hours ago
মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

3 hours ago
SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

4 hours ago
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

4 hours ago
১৪ এপ্ৰিলৰ পৰা কুবেৰ যোগ, এই ৫ ৰাশিত হ’ব ধনবৰ্ষণ

১৪ এপ্ৰিলৰ পৰা কুবেৰ যোগ, এই ৫ ৰাশিত হ’ব ধনবৰ্ষণ

5 hours ago
চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, বুধবাৰে দুৰ্দান্ত সাফল্যৰ চমক লাগিব কাৰ কাৰ ভাগ্যত?

চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, বুধবাৰে দুৰ্দান্ত সাফল্যৰ চমক লাগিব কাৰ কাৰ ভাগ্যত?

5 hours ago
নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

14 hours ago
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

আছু কৰ্মীক প্ৰহাৰ আৰক্ষীৰ; ন্যায় বিচাৰি আৰক্ষী থানাত উত্তাল প্ৰতিবাদ

editor by editor
January 23, 2022
in অসম, গুৱাহাটী
0
আছু কৰ্মীক প্ৰহাৰ আৰক্ষীৰ; ন্যায় বিচাৰি আৰক্ষী থানাত উত্তাল প্ৰতিবাদ
0
SHARES
33
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নলবাৰীৰ পৰা চন্দন শৰ্মাঃ  নগাঁও আৰক্ষীয়ে এগৰাকী আছু কৰ্মীক গুলীওৱাৰ ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ সৰ্থেবাৰীতো আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদমুখী হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা৷

দেওবাৰে এগৰাকী আছু কৰ্মীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ কৰি সৰ্থেবাৰী আৰু বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদমুখৰ  হৈ পৰে৷ প্ৰতিবাদী আছু কৰ্মীসকলে স্থানীয় ৰাইজৰ সহযোগত সৰ্থেবাৰী আৰক্ষী থানা ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে৷

অ’চি গৌৰাংগ দেক নিলম্বিত কৰক, দোষী জোৱানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক আদি শ্ল’গানেৰে সৰ্থেবাৰী থানাৰ পৰিবেশ উত্তাল কৰি তোলে আছুৰ কৰ্মীসকলৰ লগতে ক্ষুব্ধ ৰাইজে৷

উল্লেখ্য যে শনিবাৰে বিয়লি সৰ্থেবাৰী থানাৰ পিচফালে ক্ৰিকেট খেলা আৰু বগৰী পাৰি খোৱাৰ অভিযোগত মনোজ দাস নামৰ এগৰাকী আছু কৰ্মীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী আৰক্ষী জোৱানৰ বিৰুদ্ধে ৷

অভিযোগ অনুসৰি বামুন পাকা গাঁৱৰ মনোজ দাস নামৰ ষোল্ল বছৰীয়া আছু কৰ্মীজনক জাকিৰ হুছেইন নামৰ আৰক্ষী জোৱানজনে ৰড, লাঠি আদিৰে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে৷

আৰক্ষী জোৱানজনৰ নিৰ্মম প্ৰহাৰত আছু কৰ্মীজন চিকিৎসাধীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ ইয়াৰ পিছতে আছুৰ দুয়োখন আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাইজ আৰক্ষীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ উঠে৷

ইফালে ভুক্তভোগী আছু কৰ্মীগৰাকীয়ে ন্যায় নোপোৱা পৰ্যন্ত সৰ্থেবাৰী আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে স্থানীয় আছুৰ নেতৃবৃন্দই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AASUaasu borkshetriaasu sarthebariasom live 24assam live 24axom live 24Nalbari PoliceSarthebari police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?
অসম

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

April 7, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
Next Post
আৰক্ষীৰ বৃহৎ সফলতাঃ অসম-বংগ সীমান্তত ৩০ লক্ষাধিক ধঁপাত ভৰ্তি ট্ৰাক দুখন জব্দ

আৰক্ষীৰ বৃহৎ সফলতাঃ অসম-বংগ সীমান্তত ৩০ লক্ষাধিক ধঁপাত ভৰ্তি ট্ৰাক দুখন জব্দ

‘‘হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ব চৰকাৰে অসমত মুক্তহত্যা চলাইছে’’, অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘‘হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ব চৰকাৰে অসমত মুক্তহত্যা চলাইছে’’, অখিল গগৈৰ বিস্ফোৰক অভিযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.