• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হত্যাৰ কাৰণ অবৈধ সম্পৰ্ক! মহানগৰীৰ দম্পতী হত্যাকাণ্ডৰ চাৰ্জিশ্বিট দাখিল

হত্যাৰ কাৰণ অবৈধ সম্পৰ্ক! মহানগৰীৰ দম্পতী হত্যাকাণ্ডৰ চাৰ্জিশ্বিট দাখিল

5 years ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

50 minutes ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

1 hour ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

2 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

2 hours ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

3 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

8 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

8 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

9 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

10 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

10 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

11 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

হত্যাৰ কাৰণ অবৈধ সম্পৰ্ক! মহানগৰীৰ দম্পতী হত্যাকাণ্ডৰ চাৰ্জিশ্বিট দাখিল

editor by editor
January 22, 2022
in অপৰাধ, অসম, গুৱাহাটী
0
হত্যাৰ কাৰণ অবৈধ সম্পৰ্ক! মহানগৰীৰ দম্পতী হত্যাকাণ্ডৰ চাৰ্জিশ্বিট দাখিল
0
SHARES
582
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা বেলতলাৰ বৰুৱা দম্পতী হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰিলে আৰক্ষীয়ে। আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীটত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য।

চাৰ্জশ্বীটৰ ৯ নং দফাত উল্লেখ থকা অনুসৰি হত্যাৰ বলি হোৱা ননী গোপাল বৰুৱাৰ সৈতে অবৈধ সম্পৰ্ক আছিল হত্যাকাৰী আকাশ চৌধুৰীৰ পত্নী পুতু দাসৰ। যিটো বৰুৱা দম্পতীৰ হত্যাৰ মূল কাৰণ আছিল। ইফালে সম্পত্তিকেন্দ্ৰিক বিবাদো এই হত্যাকাণ্ডৰ অন্যতম কাৰণ আছিল৷

চাৰ্জশ্বিটত উল্লেখ কৰা মতে বৰুৱা দম্পতীয়ে আকাশৰ পত্নী পুতু দাসৰ নামত মাটিৰ চুক্তি পত্ৰ কৰিছিল৷ উক্ত মাটিখিনি পত্নীৰ পৰিৱৰ্তে বৰুৱা দম্পতীক হত্যাকাৰী আকাশে তেওঁৰ নামত লিখি দিবলৈ দাবী কৰি আহিছিল৷ কিন্তু বৰুৱা দম্পতীয়ে মাটিখিনি আকাশৰ নামত লিখি নিদিয়াটো হত্যাৰ অন্য এক কাৰণ বুলি উল্লেখ কৰা হৈছে৷

ইফালে হত্যাকাৰী আকাশ চৌধুৰীয়ে বৰুৱা দম্পতীৰ পৰা এখন চাৰিচকীয়া বাহন বিচাৰিছিল আৰু তেওঁলোকে আকাশক বাহন ক্ৰয় কৰি দিয়া নাছিল৷ ইয়ো হত্যাৰ এক অন্য কাৰণ বুলি উল্লেখ কৰা হৈছে চাৰ্জশ্বিটত৷

আনহাতে, হত্যাৰ বলি হোৱা ননী গোপাল বৰুৱাৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ কথা আকাশৰ পত্নী পুতু দাসেও স্বীকাৰ কৰা বুলি আৰক্ষীয়ে চাৰ্জশ্বীটত উল্লেখ কৰিছে।

উল্লেখ্য যে আৰক্ষীৰ নিৰন্তৰ জেৰাৰ পিছতো আকাশ চৌধুৰীয়ে হত্যাকাণ্ড সন্দৰ্ভত কোনো তথ্যই প্ৰকাশ কৰা নাছিল। এনে পৰিস্থিতিত ছায়েণ্টিফিক ইভিডেন্সৰ ওপৰত ভিত্তি কৰিয়েই আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছিল।

বিগত বৰ্ষৰ অক্টোবৰ মাহত বেলতলা চন্দন নগৰৰ বৃদ্ধ দম্পতী ক্ৰমে ননী বৰুৱা(৮৬) আৰু মীনা বৰুৱাক(৮০) আকাশ চৌধৰীয়ে হত্যা কৰাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

আকাশৰ বিৰুদ্ধে দিছপুৰ থানাত ভাৰতীয় দণ্ড বিধি আইনৰ অধীনৰ ৪৫৮,৩৮০,৩০২ ধাৰাত ৩৯০০/২১ নম্বৰত গোচৰ ৰুজু কৰা হৈছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24double Murdereguwahati double murdereguwahati double murdere case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ
অসম

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

October 9, 2026
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট
অসম

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

October 9, 2026
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?
অসম

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

October 9, 2026
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ
অপৰাধ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

October 9, 2026
Next Post
আছু কৰ্মীক প্ৰহাৰ আৰক্ষীৰ; ন্যায় বিচাৰি আৰক্ষী থানাত উত্তাল প্ৰতিবাদ

আছু কৰ্মীক প্ৰহাৰ আৰক্ষীৰ; ন্যায় বিচাৰি আৰক্ষী থানাত উত্তাল প্ৰতিবাদ

আৰক্ষীৰ বৃহৎ সফলতাঃ অসম-বংগ সীমান্তত ৩০ লক্ষাধিক ধঁপাত ভৰ্তি ট্ৰাক দুখন জব্দ

আৰক্ষীৰ বৃহৎ সফলতাঃ অসম-বংগ সীমান্তত ৩০ লক্ষাধিক ধঁপাত ভৰ্তি ট্ৰাক দুখন জব্দ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.