• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰক্ষীয়ে FIR পঞ্জীয়ন কৰা নাই নেকি? তেনে ক্ষেত্ৰত কি কৰিব আপুনি?   

আৰক্ষীয়ে FIR পঞ্জীয়ন কৰা নাই নেকি? তেনে ক্ষেত্ৰত কি কৰিব আপুনি?  

4 years ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

19 minutes ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

47 minutes ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

2 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

2 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

4 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

5 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

5 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

6 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

7 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

18 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

19 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আৰক্ষীয়ে FIR পঞ্জীয়ন কৰা নাই নেকি? তেনে ক্ষেত্ৰত কি কৰিব আপুনি?  

editor by editor
May 19, 2022
in অপৰাধ, অসম, ভাৰত
0
আৰক্ষীয়ে FIR পঞ্জীয়ন কৰা নাই নেকি? তেনে ক্ষেত্ৰত কি কৰিব আপুনি?   
0
SHARES
298
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত আৰক্ষীৰ বিৰুদ্ধে এটা অতি পৰিচিত অভিযোগ আছে৷ অভিযোগটো সমগ্ৰ দেশৰ ৰাজ্যসমূহৰ আৰক্ষীৰ বিৰুদ্ধেই আছে৷

সেই অভিযোগটো হৈছে আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন নকৰা৷ হয়, বহু সময়ত সাধাৰণ নাগৰিকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন নকৰি গোচৰীয়া পক্ষকহে হাৰাশাস্তি কৰা দেখা যায়৷

গোচৰীয়াৰ ওপৰত মানসিক চাপ বৃদ্ধি কৰাৰ লগতে ভাবুকি আদিও প্ৰদান কৰা দেখা যায়৷ জনহিৰ্থাতে সেৱা আগবঢ়োৱা আৰক্ষীৰ এনে ভূমিকাত সাধাৰণ লোকে হাৰাশাস্তি ভোগাই নহয়, আৰ্থিক ক্ষতিও সন্মুখীন হৈ আহিছে৷

লগতে পঢ়ক শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?

আৰক্ষীয়ে এনে কৰিলে সাধাৰণ নাগৰিকে কাৰো ওপৰত ভৰসা কৰিব নোৱাৰা হৈ পৰে৷ যদি আপোনাৰ ক্ষেত্ৰতো আৰক্ষীয়ে এনে কৰে তেতিয়া আপুনি কি কৰিব? সেই বিষয়ে তলত অতি সংক্ষেপে উল্লেখ কৰা হৈছে৷

যদি আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰে, তেনে ক্ষেত্ৰত ক্ষতিগ্ৰস্ত তথা গোচৰীয়া পক্ষৰ অপৰাধমূলক বা আন তেনে কোনো অভিযোগৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ সাধাৰণ নাগৰিকৰ কেইবাটাও অধিকাৰ আছে।

তেনে অৱস্থাত ভুক্তভোগীয়ে স্থানীয় দণ্ডাধীশ বা স্থানীয় আদালতৰ কাষ চাপি অভিযোগ দাখিল কৰিব পাৰে।

লগতে পঢ়ক বিবাহৰ উপহাৰ বিস্ফোৰণ, আহত ভতিজাসহ নৱবিবাহিত দৰা

আপোনাৰ অধিকাৰ কি?

১. যদি আপুনি থানাত FIR পঞ্জীয়ন কৰিব নোৱাৰে, তেন্তে আপুনি চিআৰপিচি ১৫৬ (৩) ১৯৭৩ৰ অধীনত স্থানীয় দণ্ডাধীশৰ কাষ চাপিব পাৰে। এই ধাৰা অনুসৰি এজন দণ্ডাধীশক তদন্তৰ নিৰ্দেশ দিবলৈ ক্ষমতা প্ৰদান কৰা হৈছে।

২. এজন দণ্ডাধীশে অভিযোগৰ জ্ঞাত হোৱাৰ পিছতে আৰক্ষীক গোচৰটোৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ ক’ব পাৰে। যদি তেনে কোনো অভিযোগ পোৱা যায়, তেন্তে দণ্ডাধীশে ভাৰপ্ৰাপ্ত আৰক্ষী চকীক এজাহাৰ দাখিল কৰি গোচৰটোৰ পুংখানুপুংখভাৱে তদন্ত কৰিবলৈ নিৰ্দেশ দিব পাৰে।

৩. যদি দণ্ডাধীশ আদালতে আপোনাৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখিবলৈ অস্বীকাৰ কৰে৷ তেন্তে আপুনি ধাৰা ২২-(এ)(৬), চি আৰ পি চিৰ অধীনত সত্ৰ ন্যায়াধীশৰ আদালত অপৰাধমূলক গোচৰ পঞ্জীয়ন নকৰা বা আৰক্ষী কৰ্তৃপক্ষৰ গাফিলতিৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিব পাৰে৷ এই ক্ষেত্ৰত আদালতে আৰক্ষী কৰ্তৃপক্ষক উপযুক্ত নিৰ্দেশনা জাৰি কৰিব পাৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamfir
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
Next Post
গুচি, এডিডাছৰ ১.২৭ লাখ ছাতিয়েও বৰষুণক বাধা দিব নোৱাৰে! সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি

গুচি, এডিডাছৰ ১.২৭ লাখ ছাতিয়েও বৰষুণক বাধা দিব নোৱাৰে! সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি

চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী

চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.