• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এজন শ্ৰমিকৰ, খাটি খোৱা লোকৰ সন্মান মুখ্যমন্ত্ৰীতকৈ বেছি বুলি দাবী কৰা মুখ্যমন্ত্ৰীৰ কথা কিয় নুশুনে অসম আৰক্ষীয়ে?

এজন শ্ৰমিকৰ, খাটি খোৱা লোকৰ সন্মান মুখ্যমন্ত্ৰীতকৈ বেছি বুলি দাবী কৰা মুখ্যমন্ত্ৰীৰ কথা কিয় নুশুনে অসম আৰক্ষীয়ে?

1 year ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

52 minutes ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

1 hour ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

2 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

3 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

3 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

4 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

5 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

5 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

6 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

6 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

6 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এজন শ্ৰমিকৰ, খাটি খোৱা লোকৰ সন্মান মুখ্যমন্ত্ৰীতকৈ বেছি বুলি দাবী কৰা মুখ্যমন্ত্ৰীৰ কথা কিয় নুশুনে অসম আৰক্ষীয়ে?

এজন শ্ৰমিকৰ, খাটি খোৱা লোকৰ সন্মান মুখ্যমন্ত্ৰীতকৈ বেছি বুলি দাবী কৰা মুখ্যমন্ত্ৰীৰ কথা কিয় নুশুনে অসম আৰক্ষীয়ে?

editor by editor
November 16, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এজন শ্ৰমিকৰ, খাটি খোৱা লোকৰ সন্মান মুখ্যমন্ত্ৰীতকৈ বেছি বুলি দাবী কৰা মুখ্যমন্ত্ৰীৰ কথা কিয় নুশুনে অসম আৰক্ষীয়ে?
0
SHARES
441
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘মুখ্যমন্ত্ৰীয়ে অচিৰেই এই ঘটনাক লৈ ব্যৱস্থা লওক৷ আমি ৫ দিন বান্ধি দিছো৷ অচিৰেই এই আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা লওক৷ অন্যথা আমিও বিহিত ব্যৱস্থা ল’বলৈ বাধ্য হম৷ তদন্ত আৰু নিলম্বনতেই ঘটনাটো শেষ নকৰি অসম আৰক্ষীয়ে যাতে কোনো সাধাৰণ মানুহৰ ওপৰতেই জপিয়াই নপৰে তাৰবাবে বিহিত ব্যৱস্থা ল’ব লাগে৷’ এই মন্তব্য আমাৰ নহয় এই মন্তব্য কৰিছে কটনৰ কেইবাগৰাকীও ছাত্ৰই৷

OC ভাৰ্গৱ বৰবৰাই কটনৰ ছাত্ৰ তথা ডেলিভাৰি বয় হিচাপে কৰ্মৰত জ্ঞানদ্বীপক শাৰীৰিকভাৱে অপদস্ত কৰাক লৈ উত্তাল হৈ আছে ৰাজ্য৷ ৰাজ্যৰ প্ৰায়সংখ্যক লোকেই এই ঘটনাক লৈ আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক নিন্দা কৰিছে৷ আৰক্ষীয়ে সাধাৰণ লোকক নিৰাপত্তা দিয়াৰ সলনি সুযোগ পালেই কিয় সাধাৰণ জনতাৰ ওপৰত জঁপিয়াই পৰে সেই প্ৰশ্নও উত্থাপিত হৈছে৷ তেনে সময়তে ভাইৰেল হৈছে হিমন্ত বিশ্ব শৰ্মাৰো এক মন্তব্য৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় দুবছৰ পূৰ্বেই আৰক্ষীক উদ্দেশ্যি কৰিছিল বিশেষ মন্তব্য৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীক উদ্দেশ্যি কৈছিল, ‘পুলিছৰ মাইণ্ডছেটত আছে যে দুখীয়া মানুহৰ কাৰণে আইন নাই৷ দুখীয়া মানুহক গালিগালাজ কৰিব পাৰি৷ আমাৰ এজন সাধাৰণ নাগৰিকৰ বিৰুদ্ধে পুলিছে কোনো কথাত সৰু গালিগালাজ এটাও কৰিব নোৱাৰিব৷ শ্ৰম কৰা মানুহ, কষ্ট কৰা মানুহ দেখিলে অফিচাৰৰ পৰা কনিষ্টবললৈকে সকলোৱে সন্মান কৰিব লাগিব৷ এই শ্ৰম কৰা মানুহৰ বাবেই আমাৰ এই সমাজ চলি আছে৷ থানাত কোনোবা দুখীয়া মানুহ এজাহাৰ দিবলৈ আহিলে কোনো আৰক্ষীয়ে সেই লোকৰ পৰা ধন ল’ব নালাগে৷ কাৰণ তেওঁৰ ঘৰত অলৰেডী চুৰি হৈছে৷ বিপদত পৰিহে তেওঁ আৰক্ষীৰ ওচৰলৈ আহিছে৷ চোৰেও নিলে, পুলিছেও নিলে সাধাৰণ মানুহৰ কি থাকিব? মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা এই কথা মন কৰি আছো৷

মোৰ বাহন গ’লেও মই দেখো পুলিছে মোৰ গাড়ীৰ আগত এখন ৰিক্সা দেখা পালে চিধাই লাঠি উলিয়াই৷ সি কি দোষ কৰিছে? মুখ্যমন্ত্ৰীৰ বাহনৰ আগত যি যাত্ৰাহে কৰি আছে৷ সি কেনেকৈ জানিব এই সময়ত এই ৰাস্তাৰে চিফ মিনিষ্টাৰ ঘৰৰ পৰা ওলাই আহিব! আমাৰ থানৰ এছ আই, ট্ৰেফিকসকলে ৰিস্কাচালকৰ ওপৰত হাত উঠোৱাৰ কোনো দৰকাৰ নাই৷ সি দুটকা উপাৰ্জনৰ বাবেহে ঘৰৰ পৰা ওলাই আহিছে৷ লাগিলে মুখ্যমন্ত্ৰীয়ে দুই মিনিট ৰৈ দিব৷ নিৰীহ মানুহৰ আগত লাঠি লোৱাৰ স্বভাৱ অসম আৰক্ষীয়ে কমাব লাগিব৷ এজন শ্ৰমিকৰ মুখ্যমন্ত্ৰীতকৈ সন্মান বেছি৷ কাৰণ সি শ্ৰম কৰে৷ পুলিছৰ চকুত তেওঁৰ সন্মান মুখ্যমন্ত্ৰীতকৈ বেছি হ’ব লাগে৷ আৰু অপৰাধীৰ ক্ষেত্ৰত কিন্তু পুলিছৰ লাঠি কৃষ্ণৰ সুদৰ্শন চক্ৰৰ দৰে ঘূৰিব লাগে৷ তাত বাধা দিয়াৰ কথা নাই৷ অপৰাধীৰ লগতহে আমি জিৰ টলাৰেন্স৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

April 14, 2026
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য
জীৱনশৈলী

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

April 14, 2026
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?
জীৱনশৈলী

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

April 14, 2026
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?
জীৱনশৈলী

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

April 14, 2026
Next Post
মাহত ২৫০টকা বিনিয়োগ কৰিলেই পাব ৭১লাখ! প’ষ্ট অফিচৰ এই স্কিম জানেনে?

মাহত ২৫০টকা বিনিয়োগ কৰিলেই পাব ৭১লাখ! প’ষ্ট অফিচৰ এই স্কিম জানেনে?

কৰ্তৃত্বৰ অপব্যৱহাৰ সমাজে আৰু সহ্য নকৰে! আৰক্ষীক নীতিশিক্ষা মুখ্যমন্ত্ৰীৰ

কৰ্তৃত্বৰ অপব্যৱহাৰ সমাজে আৰু সহ্য নকৰে! আৰক্ষীক নীতিশিক্ষা মুখ্যমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.