• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

6 months ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

16 minutes ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

43 minutes ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

1 hour ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

2 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

3 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

4 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

4 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

6 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

7 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

19 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

20 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

editor by editor
April 23, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?
0
SHARES
965
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
যিসকলে প্ৰতিমাহে কিছু পৰিমাণে ধন সঞ্চয় কৰিব পাৰে তেওঁলোকে ভৱিষ্যতে ভাল পৰিমাণৰ ধন জমা কৰিব পাৰে৷ পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট এনে ধৰণৰ সঞ্চয়শীল মনৰ মানুহৰ বাবে ভাল প্ৰকল্প৷ পোষ্ট অফিচত ধন সম্পূৰ্ণ নিৰাপদেই নহয় ভাল ৰিটাৰ্ণো আপুনি ইয়াত লাভ কৰিব পাৰে৷ ধৰা হ’ল কোনোৱে পোষ্ট অফিচৰ আৰ ডি স্কিমত ২০০০, ৩০০০ অথৱা ৫০০০ কৈ ধন জমা কৰিলে ৫ বছৰৰ পাছত যেতিয়া এই স্কিম মেচিউৰ হ’ব তেতিয়া মুঠ কিমান টকা লাভ কৰিব আপুনি৷ জানি থওক পোষ্ট অফিচৰ আৰ ডিৰ বৰ্তমান সুদৰ হাৰ কিমান? মনত ৰখা দৰকাৰ যে পোষ্ট অফিচৰ আৰ ডি সুদৰ হাৰ চৰকাৰে প্ৰতি তিনিমাহত সংশোধন কৰে৷ আমি ১ এপ্ৰিল ২০২৫ৰ পৰা ৩০ জুন ২০২৫ পৰ্যন্ত প্ৰযোজ্য সুদৰ হাৰ ধৰি এই হিচাপ কৰিছো৷

১. পোষ্ট অফিচৰ আৰ ডি স্কিম ইমান বিশেষ

পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট হৈছে এক ক্ষুদ্ৰ সঞ্চয় প্ৰকল্প য’ত ৫ বছৰৰ বাবে প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰা হয়৷ যিসকলে এককালীনভাৱে প্ৰচুৰ পৰিমাণে ধন বিনিয়োগ কৰিব নোৱাৰে তেওঁলোকে নিয়মিত সৰু সঞ্চয় কৰিব পাৰ৷
নিৰাপত্তাৰ নিশ্চয়তা- ভাৰত চৰকাৰৰ অধীনত এই প্ৰকল্পসমূহ থকাৰ বাবে ইয়াত ধন বিনিয়োগ একেবাৰেই নিৰাপদ৷ ইয়াত ধন হেৰুৱাৰ কোনো ভয় নাই৷
স্থিৰ ৰিটাৰ্ণ- ইয়াত সুদ পূৰ্বৰে পৰাই নিৰ্ধাৰিত থাকে, সেয়ে বিনিয়োগকাৰীয়ে জানে যে মেচিউৰিটিত কিমান ধন পাব৷
সৰু সৰু প্ৰকল্পও ল’ব পাৰে- প্ৰতি মাহে মাত্ৰ ১০০ টকাকৈ আৰ ডি আৰম্ভ কৰিব পাৰে৷
ঋণৰ সুবিধা- কিছু চৰ্ত সাপেক্ষে আৰ ডি একাউণ্টৰ পৰা ঋণ পাব পাৰি৷
নমিনিৰ সুবিধা- বিনিয়োগকাৰীয়ে নিজৰ একাউণ্টৰ বাবে কাৰোবাক নমিনি কৰিব পাৰে৷

২. পোষ্ট অফিচৰ আৰ ডি স্কিমত বৰ্তমান সুদৰ হাৰ কিমান?

চৰকাৰে প্ৰতি তিনিমাহত ক্ষুদ্ৰ সঞ্চয় প্ৰকল্পৰ সুদৰ হাৰ পৰ্যালোচনা কৰে৷ ১ এপ্ৰিল ২০২৫ৰ ৩০ জুন ২০২৫ পৰ্যন্ত তিনিমাহৰ বাবে পোষ্ট অফিচৰ ৫ বছৰৰ ৰেকাৰিং ডিপোজিটত সুদৰ হাৰ বাৰ্ষিক ৬.৭শতাংশ৷ এই সুদ তিনিমাহৰবাবে চক্ৰবৃদ্ধি কৰা হয়, যাৰ অৰ্থ প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে প্ৰাপ্ত সুদ মূল পৰিমাণত যোগ কৰা হয় আৰু পৰবৰ্তী কিনি মাহৰ বাবে ইয়াৰ ওপৰত সুদো পোৱা যায়৷ ইয়াৰফলত বিনিয়োগকাৰীৰ ধন দ্ৰুত বৃদ্ধি পায়৷

৩. ২০০০, ৩০০০ আৰু ৫০০০ টকাৰ RDত ৫ বছৰত ৰিটাৰ্ণ কিমান?

এই হিচাপ আমি ৬.৭শতাংশ বাৰ্ষিক সুদৰ হাৰৰ ওপৰত ভিত্তি কৰি গণনা কৰিছো৷
যদি কোনোৱে প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰে তেন্তে তেওঁ ৫ বছৰত বা ৬০ মাহত মুঠ জমা কৰিব ২০০০x৬০=১২০,০০০ টকা৷
ইয়াত আনুমানিক সুদ লাভ হব প্ৰায় ২১৯৮৩ টকা৷
মেচিউৰিটিত প্ৰাপ্ত মুঠ ধনৰ পৰিমাণ হব প্ৰায় ১৮১, ৯৮৩ টকা৷
কোনোৱে যদি প্ৰতিমাহে ৩০০০ কৈ জমা কৰে তেন্তে
৫ বছৰত অৰ্থাৎ ৬০ মাহত মুঠ জমা হব ৩০০০x৬০= ১,৮০,০০০টকা৷
ইয়াত আনুমানিক সুদ পাব প্ৰায় ৩২৯৭৫ টকা৷
মেচিউৰিটিত প্ৰাপ্ত মুঠ পৰিমাণ হ’ব ২,১২,৯৭৫ টকা৷
কোনোৱে যদি প্ৰতিমাহে ৫০০০ কৈ জমা কৰে তেন্তে
৫ বছৰত অৰ্থাৎ ৬০ মাহত তেওঁৰ মুঠ জমা হ’ব ৫০০০x৬০= ৩০০,০০০ টকা৷
ইয়াত আনুমানিক সুদ লাভ কৰিব প্ৰায় ৫৪৯৫৮ টকা৷
মেচিউৰিটিত আপুনি লাভ কৰিব প্ৰায় ৩৫৮,৯৫৮ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?
ভাৰত

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

October 13, 2026
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন
অসম

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

October 13, 2026
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত
জীৱনশৈলী

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

October 13, 2026
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!
জীৱনশৈলী

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

October 13, 2026
Next Post
সলনি হ’ল PF উলিওৱা নিয়ম, এতিয়াৰে পৰা UPIৰ জৰিয়তেই সহজে উলিয়াব পাৰিব PFৰ ৭৫ শতাংশ ধন

সলনি হ’ল PF উলিওৱা নিয়ম, এতিয়াৰে পৰা UPIৰ জৰিয়তেই সহজে উলিয়াব পাৰিব PFৰ ৭৫ শতাংশ ধন

১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.